• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আমেৰিকাত এইবাৰ দিয়া হ’ব ‘গোল্ড কাৰ্ড’! নাগৰিকত্ব পাবলৈ ট্ৰাম্প চৰকাৰক দিব লাগিব ৪৩ কোটি টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 26, 2025 5:01 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰব্ৰজন নীতিত বৃহৎ পৰিৱৰ্তন কৰিবলৈ ওলাইছে। মঙলবাৰে তেওঁ এই নতুন নীতি ঘোষণা কৰে। এইবাৰ আমেৰিকাৰ নাগৰিকত্ব পাবলৈ হ’লে পাঁচ মিলিয়ন মাৰ্কিন ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৪৩৫ মিলিয়ন টকা) দিব লাগিব! সেই পৰিমাণৰ ধন দিলে আপুনি লাভ কৰিব ‘গোল্ড কাৰ্ড’, যিটো আমেৰিকাৰ নাগৰিকত্বৰ প্ৰমাণ। শেহতীয়াকৈ আমেৰিকালৈ অনুপ্ৰৱেশকাৰীসকলে ‘গ্ৰীন কাৰ্ড’ৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিছিল। এইবাৰ প্ৰৱৰ্তন কৰিবলৈ ওলাইছে ‘গোল্ড কাৰ্ড’। এই কাৰ্ডখন হৈছে ‘গ্ৰীণ কাৰ্ড’ৰ ‘প্ৰিমিয়াম’ সংস্কৰণ।

ট্ৰাম্পৰ ভাষাত, “আমি আমেৰিকাত গোল্ড কাৰ্ড বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছো। ইয়াৰ উপৰিও গ্ৰীণ কাৰ্ডৰ সুবিধাও প্ৰদান কৰা হ’ব, যিয়ে আমেৰিকাত নাগৰিকত্বৰ বাবে এক নতুন পথ মুকলি কৰিব। ধনী মানুহে এই কাৰ্ডখন কিনি আমাৰ দেশলৈ আহিব পাৰে। ইয়ালৈ আহি তেওঁলোকে বহুত টকা খৰচ কৰিব, কৰ দিব, লগতে চাকৰিৰ সৃষ্টিও কৰিব। এই দেশত তেওঁলোক সফল হ‘ব।”

Apply Now

কেতিয়া মুকলি কৰা হ’ব ‘গোল্ড কাৰ্ড’?

ট্ৰাম্পে কয় যে অহা দুসপ্তাহৰ ভিতৰত এই নতুন প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। ইয়াৰ বাবে আমেৰিকান কংগ্ৰেছৰ অনুমোদনৰ প্ৰয়োজন বুলি ট্ৰাম্পে নাভাবে। কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ‘গোল্ড কাৰ্ড’ কেনেকৈ লাভ কৰিব বা প্ৰক্ৰিয়াটো কাৰ্যকৰী হ’ব সেই বিষয়ে স্পষ্ট ধাৰণা দিয়া নাছিল।

বহুতৰে মতে নতুন ‘গোল্ড কাৰ্ড’ৰ প্ৰৱৰ্তনে বৰ্তমানৰ ‘ইবি-৫ প্ৰগ্ৰেম’ত প্ৰভাৱ পেলাব পাৰে। মন কৰিবলগীয়া যে অনুপ্ৰৱেশকাৰী বিনিয়োগকাৰীয়ে আমেৰিকাত ‘ইবি-৫ প্ৰগ্ৰেম’ৰ জৰিয়তে গ্ৰীণ কাৰ্ড লাভ কৰে। বহুতে বিশ্বাস কৰে যে নতুন ‘গোল্ড কাৰ্ড’ প্ৰৱৰ্তন কৰিলে ইবি-৫ কাৰ্যসূচী আৰু নাথাকিব। লগতে তেওঁ কয় যে ‘গোল্ড কাৰ্ড’ৰ পৰা লাভ কৰা ধন পোনপটীয়াকৈ চৰকাৰী পুঁজিলৈ যাব। আমেৰিকাৰ প্ৰশাসনৰ এটা অংশই কৈছে যে ই দেশৰ আৰ্থিক ঘাটি পূৰণত উপযোগী হ’ব।

ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে আমেৰিকাত ক্ষমতালৈ অহাৰ পাছত ইটোৰ পাছত সিটো সিদ্ধান্ত লৈছে। আমেৰিকাৰ পৰা নিজ নিজ দেশলৈ অবৈধ অনুপ্ৰৱেশকাৰীক প্ৰেৰণৰ প্ৰক্ৰিয়া চলি আছে। ট্ৰাম্প প্ৰশাসনেও কঠোৰ শুল্ক নীতি ঘোষণা কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ভাষাত, “আমেৰিকাৰ সামগ্ৰীৰ ওপৰত যিমানেই বেছি শুল্ক আৰোপ কৰিব, সিমানেই সেই দেশৰ সামগ্ৰীৰ ওপৰত আমেৰিকাই অধিক শুল্ক আৰোপ কৰিব। সেই পৰিৱেশতেই এইবাৰ আমেৰিকাত মুকলি হ’ব ‘গোল্ড কাৰ্ড’।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm
মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

August 29, 2026 12:44 pm
ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm
মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd