• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত ৰাজহুৱা বক্তৃতানুষ্ঠান আৰু কৰ্মশালা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2025 10:10 pm
3k
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ উদ্যোগত তথা গণিত আৰু ভূগোল বিভাগৰ সহযোগত “জলবায়ু, পৰিৱেশ আৰু মানুহ: এক অবিচ্ছেদ্য ভৱিষ্যত” শীৰ্ষক এক ৰাজহুৱা বক্তৃতা অনুষ্ঠিত হয় ।

অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ শিক্ষক, গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে । বিশ্ববিদ্যালয়ৰ সভাগৃহত দিনৰ ৩ বজাৰ পৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বেংগালুৰুৰ আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ অধ্যাপক শান্তনু গোস্বামীয়ে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আৰু ইয়াৰ মুখামুখি হোৱাৰ উপায় সম্পৰ্কে এক বিস্তৃত আলোচনা আগবঢ়ায় । তেওঁ জলবায়ু পৰিৱৰ্তনৰ ফলত পৰিৱেশ আৰু মানুহৰ জীৱনত কেনেধৰণৰ প্ৰভাৱ পৰিব পাৰে, সেই বিষয়ে আলোকপাত কৰে ।

অধ্যাপক গোস্বামীয়ে কয় যে “জলবায়ু পৰিৱৰ্তনৰ ফলত বিশ্বৰ উষ্ণতা বৃদ্ধি পাইছে, যাৰ ফলত বানপানী, খৰাং আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ ঘটনা বৃদ্ধি পাইছে। ইয়াৰ ফলত খাদ্য উৎপাদন, পানীৰ যোগান আৰু মানুহৰ স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিছে” । এই সমস্যাৰ সমাধানৰ বাবে সকলোৱে মিলি কাম কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে ।

তেওঁ আৰু কয় যে আমি নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগিব, কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব লাগিব আৰু পৰিৱেশ অনুকূল জীৱনশৈলী গ্ৰহণ কৰিব লাগিব।

অধ্যাপক শান্তনু গোস্বামীয়ে বিশ্ববিদ্যালয়খনৰ ভূগোল বিভাগত আয়োজিত “Navigating India’s Climate Future” শীৰ্ষক ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আয়োজিত আন এক কৰ্মশালাতো অংশগ্ৰহণ কৰি ভাৰতৰ জলবায়ুৰ ভৱিষ্যত সম্পৰ্কে বিস্তৃত আলোচনা আগবঢ়ায়।

Recent News

৭১ টা ঔষধৰ মূল্য নিৰ্ধাৰণ! কেন্দ্ৰই প্ৰকাশ কৰিলে বৰ্ধিত মূল্যৰ ঔষধৰ তালিকা

৭১ টা ঔষধৰ মূল্য নিৰ্ধাৰণ! কেন্দ্ৰই প্ৰকাশ কৰিলে বৰ্ধিত মূল্যৰ ঔষধৰ তালিকা

অপেক্ষাৰ অন্ত! ভাৰতত মুকলি হ’ল টেছলাৰ গাড়ী; দাম জানি লৈ চাওক কিনিব পাৰি নেকি!

অপেক্ষাৰ অন্ত! ভাৰতত মুকলি হ’ল টেছলাৰ গাড়ী; দাম জানি লৈ চাওক কিনিব পাৰি নেকি!

এণ্টি-টেৰৰিজম স্কোৱাডৰ জালত এজন স্বঘোষিত বাবা! বলপূৰ্বক ধৰ্মান্তৰকৰণ আৰু ধনৰ জালিয়াতিৰ লগত জড়িত কোন এই গৰাকী স্বয়ম্ভূ মহাপুৰুষ

এণ্টি-টেৰৰিজম স্কোৱাডৰ জালত এজন স্বঘোষিত বাবা! বলপূৰ্বক ধৰ্মান্তৰকৰণ আৰু ধনৰ জালিয়াতিৰ লগত জড়িত কোন এই গৰাকী স্বয়ম্ভূ মহাপুৰুষ

ৰাইজৰ ধনৰ শৰাধ! মুখ্যমন্ত্ৰীৰ বাবে মোবাইল ফোন ক্ৰয়ৰ সীমা ১.৫ লাখ টকালৈ বৃদ্ধি দিল্লীৰ বিজেপি চৰকাৰৰ

ৰাইজৰ ধনৰ শৰাধ! মুখ্যমন্ত্ৰীৰ বাবে মোবাইল ফোন ক্ৰয়ৰ সীমা ১.৫ লাখ টকালৈ বৃদ্ধি দিল্লীৰ বিজেপি চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd