• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সামৰণি পৰিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটী গোটৰ একাদশ বিশ্ববিদ্যালয় সপ্তাহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2025 6:17 pm
186
VIEWS
Share on FacebookShare on Twitter

শিক্ষাৰ্থীৰ শাৰীৰিক-মানসিক-বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে আয়োজিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটী গোটৰ একাদশ বিশ্ববিদ্যালয় সপ্তাহৰ যোৱা নিশা সফল সামৰণি পৰে ।

দুপৰীয়া ১২ বজাৰ পৰা বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত  আয়োজিত মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান বিশ্ববিদ্যালয় সংগীতেৰে শুভাৰম্ভ হোৱাৰ লগতে অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড° শৰৎ হাজৰিকাই।

এই বঁটা বিতৰণী আৰু মুকলি সভাত মুখ্য অতিথি হিচাপে অংশলৈ আচাৰ্য ভৱেন্দ্ৰনাথ ডেকা, উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকা, পঞ্জীয়ক ড° শৰৎ হাজৰিকা,  সমন্বয়ক কুশল ঠাকুৰীয়া, অৰ্জুন বঁটা প্ৰাপক খেলুৱৈ তথা অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক নয়নমনি শইকীয়াই শ্ৰেষ্ঠ নিৰ্বাচিতসকলক অভিনন্দন আৰু বঁটা প্ৰদান কৰে৷

এই অনুষ্ঠানতে একাদশ বিশ্ববিদ্যালয় সপ্তাহৰ প্ৰতিবেদন পাঠ কৰে উদযাপন সমিতিৰ সভাপতি ড° দিবাকৰ শৰ্মাই ৷ একাদশ বিশ্ববিদ্যালয় সপ্তাহত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ইংৰাজী বিভাগৰ ছাকিল আহমেদ (ল’ৰা শাখা), শ্ৰেষ্ঠ খেলুৱৈ ইংৰাজী বিভাগৰ হেমা দ’লে (ছোৱালী শাখা), শ্ৰেষ্ঠ কণ্ঠশিল্পী হিচাপে পৰিৱেশ্য কলা বিভাগৰ ত্ৰিবেণী মহন্ত, শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী হিচাপে আইন অধ্যয়ন বিভাগৰ ছাহানা য়াচমিন চুলতানা বৰা নিৰ্বাচিত হয়।

বিশ্ববিদ্যালয়খনৰ সহ: পঞ্জীয়ক মৃণাল কুমাৰ গগৈয়ে আঁতধৰা অনুষ্ঠানত বিয়লিলৈ আয়োজিত সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী পদ্মনাভ বৰদলৈ আৰু অংশ লয় বেহাৰবাৰী আউটপ’ষ্ট ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেতা অশ্বিনী ডেকাই।

উল্লেখযোগ্য, যোৱা ২৪ ফেব্ৰুৱাৰীত নেহেৰু ষ্টেডিয়ামত বিশ্ববিদ্যালয় সপ্তাহৰ শুভ উদ্বোধন কৰিছিল মিষ্টাৰ ইউনিভাৰচ গোলাপ ৰাভাই৷ বিশ্ববিদ্যালয় সপ্তাহৰ সফল সামৰণিত আয়োজক সমিতিৰ হৈ সভাপতি ড° দিবাকৰ শৰ্মা, কাৰ্যকৰী সভাপতি ড° উজ্বল অৰুণ মাস্কে, সম্পাদকদ্বই প্ৰিয়ংকা শৰ্মা আৰু জ্যোতি শংকৰ শৰ্মাই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে ৷

Recent News

‘গুৰু পূজা’ অনুষ্ঠানক লৈ কেৰালাত চৰকাৰ আৰু ৰাজ্যপালৰ মাজত মতবিৰোধ! চৰকাৰ এই পূজাৰ বিৰোধী হোৱাৰ বিপৰীতে ৰাজ্যপালে কৰিছে সমৰ্থন

‘গুৰু পূজা’ অনুষ্ঠানক লৈ কেৰালাত চৰকাৰ আৰু ৰাজ্যপালৰ মাজত মতবিৰোধ! চৰকাৰ এই পূজাৰ বিৰোধী হোৱাৰ বিপৰীতে ৰাজ্যপালে কৰিছে সমৰ্থন

৭১ টা ঔষধৰ মূল্য নিৰ্ধাৰণ! কেন্দ্ৰই প্ৰকাশ কৰিলে বৰ্ধিত মূল্যৰ ঔষধৰ তালিকা

৭১ টা ঔষধৰ মূল্য নিৰ্ধাৰণ! কেন্দ্ৰই প্ৰকাশ কৰিলে বৰ্ধিত মূল্যৰ ঔষধৰ তালিকা

অপেক্ষাৰ অন্ত! ভাৰতত মুকলি হ’ল টেছলাৰ গাড়ী; দাম জানি লৈ চাওক কিনিব পাৰি নেকি!

অপেক্ষাৰ অন্ত! ভাৰতত মুকলি হ’ল টেছলাৰ গাড়ী; দাম জানি লৈ চাওক কিনিব পাৰি নেকি!

এণ্টি-টেৰৰিজম স্কোৱাডৰ জালত এজন স্বঘোষিত বাবা! বলপূৰ্বক ধৰ্মান্তৰকৰণ আৰু ধনৰ জালিয়াতিৰ লগত জড়িত কোন এই গৰাকী স্বয়ম্ভূ মহাপুৰুষ

এণ্টি-টেৰৰিজম স্কোৱাডৰ জালত এজন স্বঘোষিত বাবা! বলপূৰ্বক ধৰ্মান্তৰকৰণ আৰু ধনৰ জালিয়াতিৰ লগত জড়িত কোন এই গৰাকী স্বয়ম্ভূ মহাপুৰুষ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd