• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰী চাকৰিৰ নিযুক্তি পৰীক্ষাৰ বাবে কিছু গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 3, 2025 7:00 am
310
VIEWS
Share on FacebookShare on Twitter

১. কেৰালাৰ শাস্ত্ৰীয় নৃত্য কি? 

উঃ কথকলি 

২. অন্ধ্ৰ প্ৰদেশৰ শাস্ত্ৰীয় নৃত্য কি? 

উঃ কুচিপুড়ি 

৩. কৰ্ণাটকী সংগীতৰ “ত্ৰিমূৰ্তি” খ্যাত তিনিগৰাকী সংগীতজ্ঞৰ নাম কি? 

উঃ ত্যাগৰাজ, মুথুস্বামী দীক্ষিত আৰু শ্যামা শাস্ত্ৰী ।

৪. ভাৰতীয় শাস্ত্ৰীয় নৃত্য আৰু নাটকৰ আধাৰ হিচাপে পৰিগণিত প্ৰাচীন গ্ৰন্থখনৰ নাম কি?    

উঃ ভৰত মুনিৰ “নাট্য শাস্ত্ৰ” 

৫. ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত “জন গণ মন” ৰচনা কৰিছিল কোনে? 

উঃ ৰবীন্দ্ৰনাথ ঠাকুৰ।

উঃ বৈশাখী ।

৬. পঞ্জাৱত শস্য চপোৱাৰ উৎসৱ হিচাপে কোনটো উৎসৱ পালন কৰা হয়? 

৭. জগন্নাথৰ ৰথযাত্ৰা উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? 

উঃ উৰিষ্যা।

৮. কোন ৰাজ্যত কোণাৰ্কৰ সূৰ্য মন্দিৰ অৱস্থিত? 

উঃ উৰিষ্যা।

৯. কোন মোগল সম্ৰাটে তাজমহল নিৰ্মাণ কৰাইছিল ?

উঃ শ্বাহজাহান।

১০. প্ৰাচীন নালন্দা বিশ্ববিদ্যালয় বৰ্তমানৰ কোন ৰাজ্যত অৱস্থিত আছিল? 

উঃ বিহাৰ ।

১১.  প্ৰাচীনতম বেদবোৰ কোন ভাষাত ৰচনা কৰা হৈছিল? 

উঃ সংস্কৃত ।

১২. ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত কিমানটা ভাষা তালিকাভুক্ত কৰা হৈছে? 

উঃ ২২ টা ।

১৩. গুজৰাটৰ গৰবা আৰু ডাণ্ডিয়া কোন উৎসৱৰ লগত জড়িত?

উঃ নৱৰাত্ৰি 

১৪. শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন? 

উঃ গুৰু নানক দেৱ 

১৫. শিখ ধৰ্মৰ পবিত্ৰ গ্ৰন্থখনৰ নাম কি? 

উঃ গুৰু গ্ৰন্থ চাহিব।

১৬. ভাৰতীয় চিনেমাৰ “পিতৃ” বুলি কাক গণ্য কৰা হয়? 

উঃ দাদাচাহেব ফাল্কে । 

১৭. ভাৰতৰ “গোলাপী চহৰ” বুলি কোন চহৰক জনা যায়? 

উঃ জয়পুৰ (ৰাজস্থান) ।

১৮. হৰ্ণবিল উৎসৱ ক’ত পালন কৰা হয়? 

উঃ নাগালেণ্ড ।

Recent News

অনৈতিক প্ৰস্তাৱত সন্মতি নিদিয়াৰ বাবেই মনৰ শান্তি কাঢ়ি লৈ গ’ল! পোহৰলৈ আহিছে আত্মহ*ত্যাৰ ১০ দিনৰ পূৰ্বে কলেজলৈ লিখা চিঠি

অনৈতিক প্ৰস্তাৱত সন্মতি নিদিয়াৰ বাবেই মনৰ শান্তি কাঢ়ি লৈ গ’ল! পোহৰলৈ আহিছে আত্মহ*ত্যাৰ ১০ দিনৰ পূৰ্বে কলেজলৈ লিখা চিঠি

বিজেপিৰ আমোলত আইন শৃংখলা পৰিস্থিতিৰ ভয়াবহতাকলৈ চৰকাৰলৈ সকীয়নি ডা° ভবেন চৌধুৰীৰ

বিজেপিৰ আমোলত আইন শৃংখলা পৰিস্থিতিৰ ভয়াবহতাকলৈ চৰকাৰলৈ সকীয়নি ডা° ভবেন চৌধুৰীৰ

‘গুৰু পূজা’ অনুষ্ঠানক লৈ কেৰালাত চৰকাৰ আৰু ৰাজ্যপালৰ মাজত মতবিৰোধ! চৰকাৰ এই পূজাৰ বিৰোধী হোৱাৰ বিপৰীতে ৰাজ্যপালে কৰিছে সমৰ্থন

‘গুৰু পূজা’ অনুষ্ঠানক লৈ কেৰালাত চৰকাৰ আৰু ৰাজ্যপালৰ মাজত মতবিৰোধ! চৰকাৰ এই পূজাৰ বিৰোধী হোৱাৰ বিপৰীতে ৰাজ্যপালে কৰিছে সমৰ্থন

৭১ টা ঔষধৰ মূল্য নিৰ্ধাৰণ! কেন্দ্ৰই প্ৰকাশ কৰিলে বৰ্ধিত মূল্যৰ ঔষধৰ তালিকা

৭১ টা ঔষধৰ মূল্য নিৰ্ধাৰণ! কেন্দ্ৰই প্ৰকাশ কৰিলে বৰ্ধিত মূল্যৰ ঔষধৰ তালিকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd