• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাছপ’ৰ্টৰ নিয়মত বৃহৎ পৰিৱৰ্তন কেন্দ্ৰৰ; জানি লওক কি কি প্ৰয়োজন হ’ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 3, 2025 11:05 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাছপ’ৰ্ট আৱেদন প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। সংশোধিত পাছপ’ৰ্ট নিয়ম অনুসৰি ২০২৩ চনৰ ১ অক্টোবৰ বা তাৰ পিছত জন্মগ্ৰহণ কৰা ব্যক্তিৰ বাবে জন্ম তাৰিখৰ প্ৰমাণ হিচাপে কেৱল জন্মৰ প্ৰমাণ পত্ৰ দাখিল কৰাটো বাধ্যতামূলক কৰা হৈছে। যোৱা সপ্তাহত জাৰি কৰা এই নিয়ম চৰকাৰী ৰাজপত্ৰত প্ৰকাশ পোৱাৰ পিছত কাৰ্যকৰী হ’ব।

নতুন নিয়ম অনুসৰি ২০২৩ চনৰ ১ অক্টোবৰৰ পিছত জন্ম হোৱা ব্যক্তিৰ বাবে জন্ম আৰু মৃত্যুৰ পঞ্জীয়নভুক্ত পঞ্জীয়ক, পৌৰসভা বা জন্ম আৰু মৃত্যু পঞ্জীয়ন আইন, ১৯৬৯ৰ অধীনত নিযুক্ত অন্য কোনো কৰ্তৃপক্ষই প্ৰদান কৰা জন্মৰ প্ৰমাণপত্ৰহে গ্ৰহণযোগ্য হ’ব।

Apply Now

 কিন্তু ২০২৩ চনৰ ১ অক্টোবৰৰ পূৰ্বে জন্মগ্ৰহণ কৰা আবেদনকাৰীৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয়। তেওঁলোকে এতিয়াও বিকল্প নথি-পত্ৰ যেনে স্কুল ডিচচাৰ্জ চাৰ্টিফিকেট, স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ট্ৰেন্সফাৰ চাৰ্টিফিকেট বা স্থায়ী একাউণ্ট নম্বৰ (পেন) কাৰ্ড জমা দিব পাৰিব।

২০২৩ চনৰ ১ অক্টোবৰৰ আগত জন্ম লোৱা ব্যক্তিসকলে তলত উল্লেখ কৰা নথি-পত্ৰসমূহ দাখিল কৰিব পাৰিব: স্কুল লিভিং চাৰ্টিফিকেট, শিক্ষানুষ্ঠানৰ পৰা বদলিৰ প্ৰমাণ পত্ৰ, মেট্ৰিক চাৰ্টিফিকেট, আয়কৰ বিভাগে প্ৰদান কৰা পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স, নিয়োগ নথিপত্ৰৰ পৰা তথ্য। এই শিথিলকৰণে জন্মৰ প্ৰমাণ পত্ৰ নথকা আবেদনকাৰীৰ বাবে প্ৰক্ৰিয়াটো সহজ কৰি তুলিব।

এই সংশোধনীৰ আন এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ’ল পাছপ’ৰ্টৰ শেষ পৃষ্ঠাত আৰু আৱাসিক ঠিকনা ছপা কৰা নহ’ব। ইমিগ্ৰেচন কৰ্তৃপক্ষই এতিয়া বাৰক’ড স্কেনৰ জৰিয়তে বাসস্থানৰ তথ্য সংগ্ৰহ কৰিব।

ইয়াৰ উপৰিও একক পিতৃ-মাতৃ বা পৃথক পৰিয়ালৰ শিশুক সহায় কৰিবলৈ পাছপ’ৰ্টৰ শেষ পৃষ্ঠাত পিতৃ-মাতৃৰ নাম আৰু ছপা কৰা নহ’ব। এই পৰিৱৰ্তনে পাছপ’ৰ্ট প্ৰদান প্ৰক্ৰিয়াক অধিক আধুনিক আৰু সহজ কৰি তুলিব, লগতে আবেদনকাৰীৰ গোপনীয়তাও সুৰক্ষিত কৰিব।

এই নিয়মসমূহ চৰকাৰী ৰাজপত্ৰত প্ৰকাশ পোৱাৰ পিছতে কাৰ্যকৰী হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

August 31, 2026 1:54 pm
লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

August 31, 2026 1:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd