• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাকছাত পলিটেকনিক আৰু বৃত্তিমূলক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 5, 2025 5:15 pm
146
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যসভাৰ সাংসদ ৰাভাংৰা নাৰ্জাৰীয়ে প্ৰায় ২৪ কোটি টকা ব্যয় সাপেক্ষে বাকছা জিলাৰ নিমুৱাত নিৰ্মাণ হ’বলগীয়া নতুন পলিটেকনিক আৰু বৃত্তিমূলক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে। অঞ্চলটোৰ দক্ষতা বিকাশ আৰু বৃত্তিমূলক শিক্ষাৰ উন্নতিৰ লক্ষ্যৰে এই প্ৰতিষ্ঠানটো স্থাপন কৰা হৈছে।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত নাৰ্জাৰীয়ে আগন্তুক বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) নিৰ্বাচনৰ বিষয়ে উল্লেখ কৰি কয় যে ইউ পি পি এল-বিজেপিৰ মিত্ৰজোঁট জয়ী হ’ব আৰু ক্ষমতাত থাকিব। লগতে বড়ো লেণ্ড পিপলছ ফ্ৰণ্ট (বিপিএফ) আৰু গণ সুৰক্ষা পাৰ্টি (জিএছপি)ৰ মাজত নতুন মিত্ৰতাই নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলাই বুলিও তেওঁ মন্তব্য কৰে।

নাৰ্জাৰীৰ মতে জি এছ পিয়ে তাৎপৰ্য্য হেৰুৱাই পেলাইছে। আৰু এতিয়া বড়ো আৰু অবড়ো সম্প্ৰদায়ৰ মাজত কোনো বিভাজন নাই বুলিও  মন্তব্য কৰে।

তেওঁ লগতে উল্লেখ কৰে যে বিটিচিৰ ৰাজনীতিত এতিয়া বিটিচিৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰীৰ ডাঙৰ ভূমিকা নাই আৰু তেওঁ চৰকাৰ গঠন কৰিব নোৱাৰিব।  বিটিচিৰ ৰাইজে ইউপিপিএল-বিজেপিৰ মিত্ৰতাক সমৰ্থন কৰাৰ সিদ্ধান্ত লৈছে আৰু পুনৰ জয়ী হ’ব বুলিও মত প্ৰকাশ কৰে।

বিটিআৰ অধ্যক্ষ কাতিৰাম বড়ো, কাৰ্যবাহী সদস্য গৌতম দাস সহিতে বহুকেইগৰাকী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Recent News

আকৌ ট্ৰাম্পৰ নতুন ভাবুকি-‘ভাৰতৰ সৈতে আৰু কোনো বাণিজ্যিক আলোচনা নহয়’

আকৌ ট্ৰাম্পৰ নতুন ভাবুকি-‘ভাৰতৰ সৈতে আৰু কোনো বাণিজ্যিক আলোচনা নহয়’

উত্তৰ-পূবৰ ৰাজনীতিত জোকাৰণি! কিয় হঠাতে দলৰ পৰা পদত্যাগ কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ কিকনে?

উত্তৰ-পূবৰ ৰাজনীতিত জোকাৰণি! কিয় হঠাতে দলৰ পৰা পদত্যাগ কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ কিকনে?

অসমৰ আইন শৃংখলা আৰু ঐক্য সংহতিৰ প্ৰতি গুৰুতৰ প্ৰত্যাহ্বান আনিছে হিমন্ত বিশ্ব চৰকাৰে- চিপিআই(এম)

অসমৰ আইন শৃংখলা আৰু ঐক্য সংহতিৰ প্ৰতি গুৰুতৰ প্ৰত্যাহ্বান আনিছে হিমন্ত বিশ্ব চৰকাৰে- চিপিআই(এম)

ইটোৰ পিছত সিটোকৈ বিফল অনলাইন পেমেণ্ট; হঠাৎ ইউপিআই বিপৰ্যয়ত তোলপাৰ সমগ্ৰ দেশ

ইটোৰ পিছত সিটোকৈ বিফল অনলাইন পেমেণ্ট; হঠাৎ ইউপিআই বিপৰ্যয়ত তোলপাৰ সমগ্ৰ দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd