• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে সৰৱ আপৰ যুৱ নেতা জিতু ডেকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2025 7:14 pm
297
VIEWS
Share on FacebookShare on Twitter

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সৃষ্ট অংকীয়া ভাওনা সন্দৰ্ভত আপত্তি জনক মন্তব্য কৰা মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে সৰৱ হৈছে আম আদমী পাৰ্টিৰ যুৱ শক্তিৰ উপ সভাপতি জিতু ডেকা। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এখন বিজ্ঞপ্তি যোগে মন্ত্ৰী গৰাকীৰ আপত্তি জনক মন্তব্য প্ৰত্যাহাৰ কৰাৰ লগতে অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায় আপৰ যুৱ নেতাগৰাকীয়ে।

আনহাতে ঢেকীয়াজুলি বিধানসভা সমষ্টিত অনুষ্ঠিত এখন ৰাজহুৱা সভাত মুছলমান সকলৰ বিৰুদ্ধে উচটনি মূলক বক্তব্য প্ৰদানক লৈও আপ যুৱ শক্তিৰ নেতা জিতু ডেকাই মন্ত্ৰী গৰাকীক সমালোচনা কৰে। সংবিধানৰ নামত শপত খাই এজন মন্ত্ৰীয়ে সংবিধান অবমাননা কৰি সমষ্টিবাসীক সাম্প্ৰদায়িক বিভেদ সৃষ্টিৰ বাবে উচটনি দিয়াটো কোনোপধ্যেই মানি ল’ব নোৱাৰি বুলি ডেকাই ব্যক্ত কৰে ।

প্ৰেছ বিজ্ঞপ্তি খনত তেওঁ কয়, “মন্ত্ৰী অশোক সিংহলৰ এনে ঘৃণনীয় মন্তব্যৰ বাবে সংবিধানৰ ৰক্ষক হিচাপে আদালতে তেওঁৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব পাৰে। ভাৰতৰ দৰে এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত সকলো ধৰ্মৰ নাগৰিকে সম অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত কোনো চৰকাৰে বাধা আৰোপ কৰিব নোৱাৰে। “

Recent News

যন্ত্ৰণাৰ পৰা স্বস্তি: বছৰ বছৰ ধৰি নিৰ্যাতনৰ অন্তত উদ্ধাৰ কৰা হ’ল হাতী মানিকীক

যন্ত্ৰণাৰ পৰা স্বস্তি: বছৰ বছৰ ধৰি নিৰ্যাতনৰ অন্তত উদ্ধাৰ কৰা হ’ল হাতী মানিকীক

ভাৰতৰ পৰা আমদানি বন্ধ কৰিলে ৱালমাৰ্ট-এমাজনে! শুল্ক বৃদ্ধিৰ পিছত দেশৰ বস্ত্ৰ উদ্যোগৰ বৃহৎ ক্ষতি

ভাৰতৰ পৰা আমদানি বন্ধ কৰিলে ৱালমাৰ্ট-এমাজনে! শুল্ক বৃদ্ধিৰ পিছত দেশৰ বস্ত্ৰ উদ্যোগৰ বৃহৎ ক্ষতি

ঘৰৰ সন্মুখতে পাৰ্কিঙক কেন্দ্ৰ কৰি বিবাদ; দিল্লীত অভিনেত্ৰী হুমা কুৰেশ্বীৰ ভাতৃক হত্যা যুৱকৰ

ঘৰৰ সন্মুখতে পাৰ্কিঙক কেন্দ্ৰ কৰি বিবাদ; দিল্লীত অভিনেত্ৰী হুমা কুৰেশ্বীৰ ভাতৃক হত্যা যুৱকৰ

আকৌ ট্ৰাম্পৰ নতুন ভাবুকি-‘ভাৰতৰ সৈতে আৰু কোনো বাণিজ্যিক আলোচনা নহয়’

আকৌ ট্ৰাম্পৰ নতুন ভাবুকি-‘ভাৰতৰ সৈতে আৰু কোনো বাণিজ্যিক আলোচনা নহয়’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd