• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৫০ হাজাৰ টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ ACS বিষয়া

সাশংকা তালুকদাৰ by সাশংকা তালুকদাৰ
March 5, 2025 7:34 pm
435
VIEWS
Share on FacebookShare on Twitter

৫০ হাজাৰ টকাৰ উৎকোচ গ্ৰহণ কৰি ৰঙাঘৰৰ আলহী হ’ল বজালীৰ সহকাৰী আয়ুক্ত গৌৰৱ শেখৰ দাসে। এ চি এছ গৌৰৱ শেখৰ দাসৰ বিবাহৰ মাত্ৰ ১৭ দিনৰ পিছতে উৎকোচ গ্ৰহণ কৰি গ্ৰেপ্তাৰ হয়। ৰাজ্যৰ প্ৰশাসনিক সেৱাত সংঘটিত এনে অপৰাধমূলক ঘটনাই তীব্ৰ উদ্বেগৰ সৃষ্টি কৰিছে।

ঘটনাক্ৰম অনুসৰি বজালীত যান-বাহন নিয়ম উলংঘা কৰাৰ অভিযোগত জব্দ কৰা এখন জেচিবি বাহন মুকলি কৰিবলৈ ৫০ হাজাৰ টকা দাবী কৰিছিল বিষয়াগৰাকীয়ে।

স্থানীয় ব্যৱসায়ী দিপাংকৰ চৌধৰীয়ে বিষয়াগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। আৰু ব্যৱসায়ীজনে এই সন্দৰ্ভত সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়তো খবৰ দিয়ে। আৰু এই সঞ্চালকালয়ে বিষয়াই প্ৰমানসহ ধৰিবলৈ  ফান্দ পাতে।

অপাৰেচনৰ দিনা উৎকোচ লৈ থকা অৱস্থাতে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে দাসক গ্ৰেপ্তাৰ কৰে। সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Recent News

যন্ত্ৰণাৰ পৰা স্বস্তি: বছৰ বছৰ ধৰি নিৰ্যাতনৰ অন্তত উদ্ধাৰ কৰা হ’ল হাতী মানিকীক

যন্ত্ৰণাৰ পৰা স্বস্তি: বছৰ বছৰ ধৰি নিৰ্যাতনৰ অন্তত উদ্ধাৰ কৰা হ’ল হাতী মানিকীক

ভাৰতৰ পৰা আমদানি বন্ধ কৰিলে ৱালমাৰ্ট-এমাজনে! শুল্ক বৃদ্ধিৰ পিছত দেশৰ বস্ত্ৰ উদ্যোগৰ বৃহৎ ক্ষতি

ভাৰতৰ পৰা আমদানি বন্ধ কৰিলে ৱালমাৰ্ট-এমাজনে! শুল্ক বৃদ্ধিৰ পিছত দেশৰ বস্ত্ৰ উদ্যোগৰ বৃহৎ ক্ষতি

ঘৰৰ সন্মুখতে পাৰ্কিঙক কেন্দ্ৰ কৰি বিবাদ; দিল্লীত অভিনেত্ৰী হুমা কুৰেশ্বীৰ ভাতৃক হত্যা যুৱকৰ

ঘৰৰ সন্মুখতে পাৰ্কিঙক কেন্দ্ৰ কৰি বিবাদ; দিল্লীত অভিনেত্ৰী হুমা কুৰেশ্বীৰ ভাতৃক হত্যা যুৱকৰ

আকৌ ট্ৰাম্পৰ নতুন ভাবুকি-‘ভাৰতৰ সৈতে আৰু কোনো বাণিজ্যিক আলোচনা নহয়’

আকৌ ট্ৰাম্পৰ নতুন ভাবুকি-‘ভাৰতৰ সৈতে আৰু কোনো বাণিজ্যিক আলোচনা নহয়’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd