• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বহনক্ষম উন্নয়নৰ লক্ষ্য পূৰণত ব্যৰ্থ অসম! ভুল প্ৰমাণ হোৱাৰ দিশে হিমন্তৰ ‘শ্ৰেষ্ঠ ৰাজ্য’ৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 6, 2025 1:42 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চেণ্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্টৰ (চি এছ ই) শেহতীয়া ষ্টেট অৱ ষ্টেটছ ৰিপ’ৰ্ট অনুসৰি ৪২% মূল্যায়িত সূচকত লক্ষ্যৰ আধাও পূৰণ কৰিব পৰা নাই অসমে। বহনক্ষম উন্নয়নৰ লক্ষ্য (SDGs)ত উপনীৰ হোৱাত অসম যথেষ্ট পিছ পৰি আছে।

সম্প্রতি প্রকাশিত প্রতিবেদন অনুসৰি ১০৫টা মূল্যায়িত সূচকৰ ভিতৰত ৪৪টাত অসমে এছডিজিৰ লক্ষ্যৰ আধাও পূৰণ কৰিব পৰা নাই, যিসমূহে ৪২ শতাংশ লক্ষ্যক প্রতিনিধিত্ব কৰে৷

Apply Now

এই কম নম্বৰ পোৱা সূচকসমূহ ১৫টা বহনক্ষম উন্নয়নৰ লক্ষ্যৰ ভিতৰত ১২টাত বিস্তৃত, য’ত সৰ্বাধিক ঘনত্ব এছডিজি ৪ (গুণগত শিক্ষা), এছডিজি ২ (শূন্য ক্ষুধা), আৰু এছডিজি ৯ (উদ্যোগ, উদ্ভাৱন, আৰু আন্তঃগাঁথনি)ত।

বিশেষভাৱে SDG 1 (No Poverty) ত অসমে ৭৫ পইণ্টেৰে ১৪ নম্বৰ স্থান লাভ কৰে। অৱশ্যে এছডিজি ২ (জিৰ’ হাংগাৰ)ত অসমে দেশৰ ভিতৰৰ ৪৭ পইণ্টেৰে ২৪ নম্বৰ স্থান লাভ কৰে।

এছডিজি ৪ (গুণগত শিক্ষা)ৰ বাবে অসমে মাত্ৰ ৪১ নম্বৰ লাভ কৰি ৩২ নম্বৰ স্থান লাভ কৰে, যিটো আটাইতকৈ বেয়া প্ৰদৰ্শন কৰা ৰাজ্য বিহাৰ, ওড়িশা, আৰু মেঘালয়তকৈ মাত্ৰ এটা পইণ্টহে বেছি।

এছডিজি ৫ (লিংগ সমতা)তো অসমৰ প্ৰদৰ্শন বেয়া, মাত্ৰ ৪২ পইণ্টেৰে ৩২ নম্বৰ স্থান লাভ কৰিছে।

এডভান্টেজ আছাম বিনিয়োগ সন্মিলনত গুৰুত্ব দিয়াৰ মাজতে এছডিজি ৯ (উদ্যোগ, উদ্ভাৱন, আৰু আন্তঃগাঁথনি)ত অসমে মাত্ৰ ৪৪ পইণ্টেৰে ১৯ নম্বৰ স্থান লাভ কৰে। অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, আৰু ছত্তীশগড় ৰাজ্যই ক্ৰমে ২৮ আৰু ৩৯ পইণ্ট লাভ কৰি আটাইতকৈ বেয়া ফলাফল দেখুৱাইছে।

নাগৰিকৰ বাবে মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰাৰ বাবে পাঁচটা এছডিজি অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে: এছডিজি ১ (দৰিদ্ৰতা নাই), এছডিজি ২ (শূন্য ক্ষুধা), এছডিজি ৩ (সুস্বাস্থ্য আৰু কল্যাণ), এছডিজি ৪ (গুণগত শিক্ষা), আৰু এছডিজি ৮ (কাম আৰু অৰ্থনৈতিক বৃদ্ধি)।

৩.৬ কোটি লোকৰ বসতিস্থল অসমে এই মূল এছডিজিসমূহত ৬০ শতাংশতকৈও কম লক্ষ্যত উপনীত হৈছে, ভাৰতীয় ৰাজ্যসমূহৰ ভিতৰত ৫৭.২ শতাংশ স্ক’ৰেৰে ৩১ নম্বৰ স্থানত আছে।

এখন ন্যায্য সমাজ নিশ্চিত কৰাৰ বাবে তিনিটা এছডিজি অতি প্ৰয়োজনীয়:

এছডিজি ৫ (লিংগ সমতা), এছডিজি ১০ (বৈষম্য হ্ৰাস), আৰু এছডিজি ১৬ (শান্তি, ন্যায়, আৰু শক্তিশালী প্ৰতিষ্ঠান)। এই এছডিজিসমূহত অসমে ৬০ শতাংশতকৈও কম লক্ষ্যত উপনীত হৈছে, ভাৰতীয় ৰাজ্যসমূহৰ ভিতৰত ৫৯.০ নম্বৰ লাভ কৰি অসমে ৩০ নম্বৰ স্থান লাভ কৰিছে।

এখন সুস্থ পৃথিৱী নিশ্চিত কৰাৰ বাবে তিনিটা এছডিজি অপৰিহাৰ্য:

এছডিজি ১৩ (জলবায়ু নিয়ন্ত্ৰণ), এছডিজি ১৫ (স্থলভাগত জীৱন), আৰু এছডিজি ১৪ (পানীৰ তলৰ জীৱন)। (তথ্যৰ অভাৱৰ বাবে এছডিজি ১৪ অন্তৰ্ভুক্ত কৰিব পৰা নগ’ল)। এই মূল এছডিজিসমূহত অসমে ৭৫ শতাংশ লক্ষ্যত উপনীত হৈছে।

উন্নত আন্তঃগাঁথনি নিশ্চিত কৰাৰ বাবে পাঁচটা এছডিজি অতি গুৰুত্বপূৰ্ণ: এ

ছডিজি ৬ (বিশুদ্ধ পানী আৰু অনাময়), এছডিজি ৭ (সুলভ আৰু পৰিষ্কাৰ শক্তি), এছডিজি ৯ (উদ্যোগ, উদ্ভাৱন, আৰু আন্তঃগাঁথনি), এছডিজি ১১ (বহনক্ষম চহৰ আৰু মানৱ জীৱন), আৰু এছডিজি ১২ (দায়িত্বশীল ব্যৱহাৰ আৰু উৎপাদন)। এই মূল এছডিজিসমূহত অসমে ৭২.৬ শতাংশ লক্ষ্যত উপনীত হৈছে।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd