• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, November 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভুৱা ইপিআইচি নম্বৰৰ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি ভাৰতীয় নিৰ্বাচন আয়োগৰ! কিন্তু সময় লাগে ৩ মাহ…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2025 7:36 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 ‘ভুৱা ভোটাৰ’ক লৈ চলি থকা বিতৰ্কৰ মাজতে ভাৰতৰ নিৰ্বাচন আয়োগে ডাঙৰ আশ্বাস দিছে। ঘোষণা কৰা হৈছে যে তেওঁলোকে দীৰ্ঘদিনীয়া ডুপ্লিকেট এপিক নম্বৰৰ সমস্যাটো তিনি মাহৰ ভিতৰত সমাধান কৰিব। কিন্তু ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে পূৰ্বে উল্লেখ কৰিছিল যে একেটা ইপিআইচি নম্বৰ থকাৰ অৰ্থ এইটো নহয় যে ব্যক্তিজন এজন ভোটাৰ ভুৱা ভোটাৰ।

তৃণমূল নেত্ৰী মমতা বেনাৰ্জীয়ে অভিযোগ কৰে যে বিজেপিয়ে অনলাইন ভোটাৰ তালিকাৰ সুবিধা লৈ ভুৱা ভোটাৰক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ আয়োগক ব্যৱহাৰ কৰি আছে।

Apply Now

প্ৰায় প্ৰতিখন বিধানসভাতে ২০ৰ পৰা ৩০ হাজাৰ ভুৱা ভোটাৰক সুমুৱাই দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰি তৃণমূল নেতাগৰাকীয়ে কয় যে, ‘বাঙালীয়ে বাহিৰৰ লোকক সন্মান কৰিব জানে। কিন্তু আমি বাহিৰৰ লোকক বংগ দখল কৰিবলৈ নিদিওঁ। এয়া বংগ দখল কৰাৰ খেল। এই খেলত জয়ী হ’বলৈ হ’লে আন এক গণজাগৰণৰ প্ৰয়োজন হ’ব।’

ইফালে আয়োগে এক অধিসূচনা জাৰি কৰি কয় যে ইপিআইচি নম্বৰ একে হ’লেও ৰাজ্য আৰু ভৌগোলিক অৱস্থান অনুসৰি ভোটাৰৰ ঠিকনা, বিধানসভা সমষ্টি, ভোটকেন্দ্ৰ আদি বেলেগ বেলেগ। তথাপিও দেখা গ’ল যে আয়োগে ডুপ্লিকেট ইপিআইচিৰ সমস্যাটো সমাধান কৰিবলৈ তিনিমাহ সময় লৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্তন কৰ্কটৰ পিছত অগ্ন্যাশয়ত টিউমাৰ! প্ৰথমবাৰৰ বাবে জীৱনৰ কঠিন অধ্যায়ৰ কথা প্ৰকাশ কৰিলে ছোনীয়া গান্ধীয়ে!

স্তন কৰ্কটৰ পিছত অগ্ন্যাশয়ত টিউমাৰ! প্ৰথমবাৰৰ বাবে জীৱনৰ কঠিন অধ্যায়ৰ কথা প্ৰকাশ কৰিলে ছোনীয়া গান্ধীয়ে!

November 10, 2026 10:00 pm
ইজৰাইল আৰু আমেৰিকাৰ নিৰ্বাচনে গণতন্ত্ৰৰ বিষয়ে কি কয়?

ইজৰাইল আৰু আমেৰিকাৰ নিৰ্বাচনে গণতন্ত্ৰৰ বিষয়ে কি কয়?

November 10, 2026 9:20 pm
ৰাহুল গান্ধী নাছিল ছোনীয়া গান্ধী আৰু ৰাজীৱ গান্ধীৰ প্ৰথম সন্তান! আত্মজীৱনীত প্ৰকাশ পালে এক কৰুণ অধ্যায়

ৰাহুল গান্ধী নাছিল ছোনীয়া গান্ধী আৰু ৰাজীৱ গান্ধীৰ প্ৰথম সন্তান! আত্মজীৱনীত প্ৰকাশ পালে এক কৰুণ অধ্যায়

November 10, 2026 8:02 pm
ডিব্ৰুগড়ৰ অইলৰ টেঙাখাতস্থিত প্ৰকল্পৰ বিস্ফোৰণৰ মৃত্যুৰ সংখ্যা ৫লৈ বৃদ্ধি, ৪ কৰ্মচাৰী নিলম্বিত

ডিব্ৰুগড়ৰ অইলৰ টেঙাখাতস্থিত প্ৰকল্পৰ বিস্ফোৰণৰ মৃত্যুৰ সংখ্যা ৫লৈ বৃদ্ধি, ৪ কৰ্মচাৰী নিলম্বিত

November 10, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্তন কৰ্কটৰ পিছত অগ্ন্যাশয়ত টিউমাৰ! প্ৰথমবাৰৰ বাবে জীৱনৰ কঠিন অধ্যায়ৰ কথা প্ৰকাশ কৰিলে ছোনীয়া গান্ধীয়ে!

স্তন কৰ্কটৰ পিছত অগ্ন্যাশয়ত টিউমাৰ! প্ৰথমবাৰৰ বাবে জীৱনৰ কঠিন অধ্যায়ৰ কথা প্ৰকাশ কৰিলে ছোনীয়া গান্ধীয়ে!

November 10, 2026 10:00 pm
ইজৰাইল আৰু আমেৰিকাৰ নিৰ্বাচনে গণতন্ত্ৰৰ বিষয়ে কি কয়?

ইজৰাইল আৰু আমেৰিকাৰ নিৰ্বাচনে গণতন্ত্ৰৰ বিষয়ে কি কয়?

November 10, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd