• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভাৰতৰ নাগৰিকত্ব এৰিলে কোটি কোটি টকা আত্মসাৎ কৰি পলায়ন কৰা ললিত মোডীয়ে : গ্ৰহণ কৰিলে আন দেশৰ নাগৰিকত্ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2025 10:06 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পোহৰলৈ আহিছে ভাৰতৰ বেংকৰ পৰা কোটি কোটি টকা ঋণ লৈ ভাৰতৰ পৰা বিদেশলৈ পলায়ন কৰা ললিত মোদীৰ সম্পৰ্কে আন এক বিস্ফোৰক খবৰ।

মোদীক বিদেশৰ পৰা ভাৰতলৈ ঘূৰাই অনাৰ প্ৰচেষ্টা চলি থকাৰ মাজতে এই কথা পোহৰলৈ আহিছে।

Apply Now

উল্লেখ্য যে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰতিষ্ঠাপক ললিত মোদীয়ে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিবলৈ আগ্ৰহী। ললিতে ভাৰতীয় পাছপ’ৰ্ট জমা দিবলৈ লণ্ডনত থকা ভাৰতীয় উচ্চায়ুক্তত আবেদন জনাইছে। শুকুৰবাৰে এই তথ্য নিশ্চিত কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে ললিত মোদীয়ে পাছপ’ৰ্ট বিচাৰি আবেদন কৰিছে। আৱেদন পৰীক্ষা কৰি সিদ্ধান্ত লোৱা হ’ব। তেওঁৰ বিৰুদ্ধে যি আইনী ব্যৱস্থা ল’ব লাগিব, সেয়া লোৱা হ’ব।

ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰি ক’ত নাগৰিকত্ব ল’ব লোলিত মোদীয়ে? জানিব পৰা মতে ললিতে দক্ষিণ প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰ ভানুআটুৰ নাগৰিকত্ব লাভ কৰিছে।

উল্লেখ্য যে ২০১০ চনত ললিত মোদীয়ে ভাৰত ত্যাগ কৰি লণ্ডনলৈ পলায়ন কৰে। আই পি এলৰ মুৰব্বী হৈ থকা সময়ত কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ললিত মোদীৰ বিৰুদ্ধে। জানিব পৰা মতে, দ্বীপ ৰাষ্ট্ৰ ভানুআটুৰ ভাৰতৰ সৈতে প্ৰত্যাৰ্পণ চুক্তি নাই। গতিকে ভৱিষ্যতে ভাৰতীয় আইনৰ অধীনত তেওঁক দোষী সাব্যস্ত হ’লেও ভাৰতে চৰকাৰে তেওঁক বিতাড়িত কৰিব নোৱাৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

August 31, 2026 1:44 pm
‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

August 31, 2026 1:02 pm
অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

August 31, 2026 12:50 pm
ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

August 31, 2026 1:44 pm
‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

August 31, 2026 1:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd