• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিৰাট কোহলীৰ শৰীৰত আছে ১১ টা টেটু : প্ৰত্যেকটোৰে আছে বিশেষ অৰ্থ; জানো আহক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2025 4:24 pm
বিৰাট কোহলীৰ শৰীৰত আছে ১১ টা টেটু : প্ৰত্যেকটোৰে আছে বিশেষ অৰ্থ; জানো আহক
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সকলো চেলিব্ৰেটিৰেই থাকে নিজা নিজা ফেশ্যন। সেই ফেশ্যন অনুসৰণ কৰে তেওঁলোকৰ অনুৰাগীসকলে। ‎বহু দৰ্শকে তেওঁলোকৰ ষ্টাইল আৰু গ্ৰুমিংৰ বিষয়ে জানি তেওঁলোকৰ দৰে সাজ-পোছাক পৰিধান কৰিব ‎বিচাৰে। ‎

তেনে এজন জনপ্ৰিয় চেলিব্ৰেটি হৈছে ক্ৰিকেটাৰ বিৰাট কোহলী। জনপ্ৰিয়তাৰ ক্ষেত্ৰতেই হওক বা ধন-‎সম্পত্তিৰ ক্ষেত্ৰতেই সকলোতে তেওঁ আন বহু তাৰকাতকৈ আগবাঢ়ি আছে। ‎

বিৰাট কোহলীৰ শৰীৰত আছে ১১ টা টেটু। এই টেটুবোৰে আকৰ্ষণ কৰে অনুৰাগীসকলক। কিন্তু এই ‎টেটুবোৰৰ প্ৰত্যেকটো টেটুৰে আছে নিৰ্দিষ্ট অৰ্থ।

এই প্ৰতিবেদনত এই বিভিন্ন টেটুৰ অৰ্থৰ বিষয়ে আলোচনা কৰা হৈছে। এই টেটুত আছে ‘গডছ আই’ টেটু। ‎যিয়ে দেখুৱাইছে যে ঈশ্বৰ সদায় কোহলীৰ লগত থাকে। লগতে কোহলীৰ এখন হাতত হিন্দীত লিখা আছে ‎মাক সৰোজ আৰু দেউতাক প্ৰেমৰ নাম। মাক-দেউতাকৰ প্ৰতি ইয়াত মৰম আৰু শ্ৰদ্ধা প্ৰকাশ পাইছে।

তেওঁ নিজৰ খঙ আৰু আক্ৰমণাত্মক গুণটোক দমন কৰিব বিচাৰে। এই কাৰণতে তেওঁৰ হাতত ‘ভগৱান ‎শিৱ’ৰ টেটু আছে। ‎

মনৰ শান্তিৰ বাবে ‘The Monastery’ৰ টেটুও আছে কোহলীৰ হাতত। ‎

২০১১ চনত ৱেষ্ট ইণ্ডিজৰ কিংষ্টনত অনুষ্ঠিত টেষ্ট মেচৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটিছিল ‎কোহলীৰ। যাৰ বাবে তেওঁ শৰীৰত ‘টেষ্ট কেপ নম্বৰ’টো টেটু কৰিছে।

আনহাতে ২০০৮ চনত বিৰাট কোহলীয়ে এদিনীয়াত অভিষেক ঘটায়। সেই মেচৰ পৰা কেপ নম্বৰটো তেওঁ ‎টেটু কৰি লৈছিল। ‎

আগ্ৰাসনৰ প্ৰতীক ‘জনজাতীয় কলা’ৰ টেটু। ইফালে বিৰাটৰ ৰাশি কৰ্কট ৰাশি। সেই বাবে তেওঁ বৃচ্ছিকৰ ‎ছবি টেটু কৰাইছে। ‎

তেওঁৰ বাহুত থকা ‘জাপানীজ চামুৰাই’ টেটুটোও অতি বিখ্যাত। এই টেটু সততা, বিশ্বাস, সাহসৰ প্ৰতীক। ‎

হিন্দু ধৰ্মৰ পবিত্ৰ শব্দ ‘ওম’ক সমগ্ৰ বিশ্বৰ মানুহে ঐশ্বৰিক শক্তিৰ অংগ বুলি গণ্য কৰে। সেয়ে ‘ওম’ৰ টেটুও ‎কৰি লৈছে ক্ৰিকেটাৰগৰাকীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

August 25, 2025 8:17 pm
বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

August 25, 2025 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd