• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সমালোচকক যোগ্য প্ৰত্যুত্তৰ ৰোহিতৰ; হিটমেনে প্ৰায় অকলেই জিকালে টিম ইণ্ডিয়াক!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2025 7:42 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী আৰম্ভ হোৱাৰ পূৰ্বে ৰোহিত শৰ্মাৰ অধিনায়কত্ব আৰু বেটিংক লৈ যথেষ্ট সমালোচনা হৈছিল। অৱশ্যে চূড়ান্ত খেলখনত ৰোহিতে প্ৰতিটো সমালোচনাৰ যোগ্য প্ৰত্যুত্তৰ দিলে। চূড়ান্ত মেচত হিটমেনৰ বেটিং আক্ৰমণত নিউজিলেণ্ডৰ বলাৰসকলে একেবাৰে অসহায় হৈ পৰিছিল। অতি গুৰুত্বপূৰ্ণ সময়ত তেওঁ দলৰ দায়িত্ব লয় আৰু ৭৬ ৰানৰ এক চমকপ্ৰদ ইনিংছ খেলিলে। ৰোহিতৰ বেটিং দক্ষতাই বাস্তৱতে টিম ইণ্ডিয়াৰ জয়ৰ বাট মুকলি কৰি দিয়ে।

খেলৰ অন্তত ৰোহিতে কয়, ‘চেম্পিয়নছ ট্ৰফী জিকিব পাৰি বৰ ভাল লাগে। গোটেই প্ৰতিযোগিতাখনত আমি যথেষ্ট ভাল প্ৰদৰ্শন কৰিলোঁ। আমি এই ফলাফল লাভ কৰি অতিশয় আনন্দিত হৈছো। মই সাধাৰণতে ইমান আক্ৰমণাত্মক মুডত বেটিং নকৰো। কিন্তু, এই মেচখনত মই সেইটোৱেই কৰিব বিচাৰিছিলো। কিন্তু মোৰ পিছফালে সমগ্ৰ দল আৰু মেনেজমেণ্টৰ যথেষ্ট সমৰ্থন আছিল।’

Apply Now

তেওঁ লগতে কয়, ‘মই আগতে ৰাহুল ভাইৰ সৈতে এই বিষয়ত আলোচনা কৰিছো। এতিয়া গৌতি ভাইৰ লগতো কৰো। মোৰ তেনেকুৱা এটা ইনিংছ খেলিব মন গৈছিল। ইমান বছৰ ধৰি বিভিন্ন শৈলীত ক্ৰিকেট খেলি আহিছো। অৱশেষত আমি সেই ফলাফল পাইছো। প্ৰথম ৫-৬ অভাৰত কি কৰিব লাগিব সেই বিষয়ে মোটামুটি নিশ্চিত আছিলোঁ। মই হয়তো আগতে তেনেকৈ বেটিং কৰিবলৈ গৈ আউট হৈ আহিছো, কিন্তু আচল কথাটো হ’ল মই কেনেকৈ প্ৰদৰ্শন কৰিছো। এই দলটোৰ বেটিং গভীৰতাৰ বাবেই মই হাত খুলি খেলিব পাৰিছো। আঠ নম্বৰত বেটিং কৰিবলৈ আহে জাডেজা। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাবই। মই কি কৰিম সেয়া মোৰ মনত স্পষ্ট হৈ পৰিছিল। সেই পৰিকল্পনা অনুসৰি মই বেটিং কৰিছিলো।’

উল্লেখ্য যে এই মেচখনত ৰোহিতে বিধ্বংসী বেটিং প্ৰদৰ্শন কৰিছিল। আনহাতে, হিটমেনৰ অধিনায়কত্বৰ বিষয়ে ক’বলগীয়া বিশেষ একো নাই। সেই দৃশ্য ফাইনেল মেচতো দেখা গৈছিল। ভাৰতীয় ক্ৰিকেট দলে ৰোহিতৰ অধিনায়কত্বত নিউজিলেণ্ডক ২৫১ ৰানত সীমাবদ্ধ কৰি ৰাখিছিল। যদিও গোটেই টুৰ্ণামেণ্টখনত ৰোহিতৰ বেটে তেনেকৈ বিস্ফোৰণ ঘটোৱা নাছিল, কিন্তু চূড়ান্ত মেচত উজলি উঠিল। তদুপৰি তেওঁৰ নেতৃত্বত টিম ইণ্ডিয়াই একেৰাহে ২টাকৈ আই চি চি খিতাপ দখল কৰিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd