• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটাৰ বাবে ২০ গৰাকী ব্যক্তিৰ নাম ঘোষণা কৰিলে অসম চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2025 9:12 am
297
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে ২০২৪ বৰ্ষৰ বাবে সৰ্বোচ্চ অসামৰিক বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰিছে। বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদানৰ বাবে ব্যক্তিসকলক কস্বীকৃতি প্ৰদান কৰাৰ লগতে এই ২০ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকৰ অন্তত এই ঘোষণা কৰে।

ইষ্টাৰ্ণ কমাণ্ডৰ প্ৰাক্তন জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ (জি অ’ চি ইন চি) লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) ৰাণা প্ৰতাপ কলিতাক বিশিষ্ট সেৱাৰ বাবে ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ প্ৰদান কৰা হৈছে।

ইয়াৰ উপৰিও দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম সৌৰভ বঁটাৰ বাবে ছয়জন ব্যক্তিক নিৰ্বাচিত কৰাৰ বিপৰীতে আন তেৰজন ব্যক্তিক তেওঁলোকৰ ব্যতিক্ৰমী সাফল্যৰ বাবে অসম গৌৰৱ বঁটা প্ৰদান কৰিব।

অসম সৌৰভ বঁটা বিজয়ীসকলৰ ভিতৰত আছে তামিলনাডুৰ সুব্ৰমনিয়াম ৰামাদৰায়, হোজাইৰ ডঃ বাপ্পী পাল, লখিমপুৰৰ ডঃ পূৰবী শইকীয়া, কামৰূপৰ দ্বীপেন বৰুৱা, দৰঙৰ হেমন্ত দত্ত আৰু গোলাঘাটৰ উমা চেত্ৰী।

আনহাতে, লখিমপুৰৰ ফুলেশ্বৰী দত্ত, কামৰূপৰ মীনাক্ষী দাস, শিৱসাগৰৰ পাৰ্থিব সুন্দৰ গগৈ, ধুবুৰীৰ ধীৰেন্দ্ৰ নাথ পাল, বৰপেটাৰ হৰিদাস দাস, কাৰ্বি আংলঙৰ বিনং তেৰন, শ্ৰীভূমিৰ নজৰুল হক, যোৰহাটৰ বিশ্বজিৎ বৰা, বজালীৰ ভাৰত কলিতা, কোকৰাঝাৰৰ বৰলাংফা নাৰ্জাৰী, ডিব্ৰুগড়ৰ ৰাম ছাশোনি, শিৱসাগৰৰ উপমন্যু বৰকাকতি আৰু কামৰূপৰ ডেভিদ প্ৰতিম গগৈক অসম গৌৰৱ বঁটা প্ৰদান কৰা হ’ব।

এই সন্মানীয় বঁটাসমূহে সামৰিক সেৱা, শিক্ষা, কলা, সাহিত্য আৰু সামাজিক কামৰ দৰে ক্ষেত্ৰত উৎকৃষ্টতাক স্বীকৃতি দিয়ে।

২০২৫ চনৰ ৩০ মাৰ্চত গুৱাহাটীত আয়োজিত এক বৰ্ণাঢ্য অনুষ্ঠানত বঁটাপ্ৰাপকসকলক সন্মানিত কৰা হ’ব।

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd