• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জম্মু-কাশ্মীৰত উগ্ৰপন্থীৰ সন্ত্ৰাস : ৩ জনক হত্যা কৰাৰ পিছত নিৰুদ্দেশ ২ কিশোৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2025 4:13 pm
412
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী অনুসৰি জম্মু-কাশ্মীৰৰ কাঠুৱাত নিৰুদ্দেশ হোৱা ৩ জন স্থানীয় বাসিন্দাক হত্যা কৰিছে উগ্ৰপন্থীয়ে। এই অভিযোগৰ পিছত আৰু দুজন কিশোৰ নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে।

সোমবাৰে চৰকাৰী সূত্ৰই জনোৱা মতে, নিৰুদ্দেশ হোৱা তিনিজন স্থানীয় লোকৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে ৰাজবাগ অঞ্চলৰ পৰা মহম্মদ দীন আৰু ৰহমান আলী নামৰ দুজন কিশোৰ সন্ধানহীন হৈ পৰে।

ইতিমধ্যে গোচৰ ৰুজু কৰি নিৰুদ্দেশ হোৱা কিশোৰ দুজনক বিচাৰি তালাচী আৰম্ভ কৰিছে আৰক্ষীয়ে।

প্ৰসংগক্ৰমে যোৱা ৫ মাৰ্চত বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যাওতে লোহাই মালহাৰৰ পৰা নিৰুদ্দেশ হৈছিল যোগেশ সিং (৩২), দৰ্শন সিং (৪০) আৰু বৰুণ সিং (১৫) নামৰ তিনিজনকৈ লোক।

 যোৱা ৮ মাৰ্চত ইছু নালাৰ পৰা নিৰাপত্তা বাহিনীয়ে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰে।

কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে এই তিনিজনক উগ্ৰপন্থীয়ে হত্যা কৰিছিল।

সোমবাৰে পুৱাৰে পৰা ৩ জন সাধাৰণ নাগৰিকক হত্যা কৰাক লৈ জম্মু-কাশ্মীৰ বিধানসভাত অস্থিৰ হৈ পৰে। এই হত্যাকাণ্ডক লৈ বিজেপিৰ বিধায়কসকলে একেলগে থিয় দি চৰকাৰ বিৰোধী শ্লোগান দিবলৈ আৰম্ভ কৰে।

বিলাৱাৰৰ বিধায়ক সতীশ শৰ্মাই কয় যে এই হত্যাকাণ্ডই পুনৰবাৰ ৰাজ্যত আতংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। এই হত্যাকাণ্ডক ৰাজনীতিকৰণ কৰা উচিত নহয়।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd