• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাৰ্যালয়ত কৰ্মৰ হেঁচাত জিএছটি বিষয়াই বাচি ল’লে চৰম পন্থা! কেন্সাৰক্ৰান্ত স্বামীক মানসিক চাপ দিয়াৰ অভিযোগ পত্নীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2025 3:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্মৰ চাপত নয়ডাত আত্মহত্যা GST বিষয়াৰ !আৰু পত্নীয়েও সেইটোৱেই দাবী কৰিছিল। মহিলাগৰাকীয়ে দাবী কৰে যে তেওঁৰ স্বামী চৰকাৰী  ব্যৱস্থাৰ বলি হৈছিল। ৫৯ বছৰীয়া সঞ্জয় সিঙে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত জিএছ টিবিভাগত উপায়ুক্ত হিচাপে কৰ্মৰত আছিল। সোমবাৰে নয়ডাৰ ১৫ নং মহলাৰ ফ্লেটৰ পৰা জপিয়াই তেওঁ আত্মহত্যা কৰে। ঘটনাৰ পাছতে আৰক্ষীয়ে পৰিয়ালটোৰ সৈতে কথা পতা বুলি জানিবলৈ দিয়ে। সঞ্জয় বিগত পাঁচ বছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। পৰিয়ালৰ লোকে তেওঁলোকক ক’লে যে তেওঁ সম্ভৱতঃ কেন্সাৰৰ বাবেই এই সিদ্ধান্ত লৈছে। অৱশ্যে মৃত জিএছটি বিষয়াৰ পত্নীয়ে ব্যৱস্থাৰ বলি হোৱাৰ কথাহে কয়।

সোমবাৰে পুৱা প্ৰায় ১১ বজাত নয়ডাৰ ৭৫ নং ছেক্টৰত থকা বাসগৃহৰ পৰা জপিয়াই সঞ্জয়ে আত্মহত্যা কৰে। পৰিয়ালত তেওঁৰ পত্নী আৰু দুটা সন্তান এৰি থৈ যায়। ডাঙৰ পুত্ৰই গুৰুগ্ৰামত কাম কৰে। সৰু ল’ৰাটো দন্ত চিকিৎসাৰ ছাত্ৰ। স্বামীক হেৰুৱাই মহিলাগৰাকীয়ে দাবী কৰে যে সঞ্জয় ‘অন্যায়ৰ বলি’ হৈ পৰিছে। মহিলাগৰাকীয়ে স্বামীৰ কৰ্কট ৰোগক লৈ ভুৱা তথ্য প্ৰচাৰ কৰা বুলিও অভিযোগ উত্থাপন কৰে। সোমবাৰে এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি সঞ্জয়ৰ কৰ্কট ৰোগে চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। তেওঁৰ পত্নীয়ে সেই তথ্য অস্বীকাৰ কৰিছে। তেওঁ দাবী কৰে যে সঞ্জয়ৰ কৰ্কট ৰোগ একেবাৰেই চূড়ান্ত পৰ্যায় পোৱা নাই। জি এছ টি বিষয়াগৰাকীৰ পত্নীয়ে কয় যে এই সকলো তথ্য বিয়পাই আমি সকলোকে নীৰৱ কৰি ৰাখিব নোৱাৰো। মোৰ স্বামী ষ্টেজ ফোৰ কেন্সাৰ ৰোগী নাছিল। মোৰ হাতত প্ৰমাণ আছে।

Apply Now

এনডিটিভিৰ এক প্ৰতিবেদন অনুসৰি সঞ্জয়ে গাজিয়াবাদৰ ৰাজেন্দ্ৰনগৰত থকা জিএছটি কাৰ্যালয়ত কৰ্মৰত আছিল। উচ্চতম ন্যায়ালয়ত বিভিন্ন গোচৰ চম্ভালিবলৈ তেওঁৰ দায়িত্ব আছিল। সঞ্জয়ৰ মৃত্যুত শোক প্ৰকাশ কৰিছে কৰ বিষয়াৰ সংগঠন উত্তৰ প্ৰদেশ ৰাজ্যিক কৰ বিষয়া সেৱা সন্থাই। কাৰ্যালয়ত কামৰ বোজাৰ বিৰুদ্ধে মাত মাতিছে সংগঠনটোৱে। এক বিবৃতিত তেওঁলোকে অভিযোগ কৰে যে কৰ্মচাৰীসকলক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ বন্ধৰ দিনতো কাম কৰিবলৈ কোৱা হয়। আনকি কৰ্মচাৰীসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ভাবুকিও দিয়া বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd