• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশত প্ৰতিমাহে জলাতংকত মৃত্যু হয় ৪ জন লোকৰ! মৃত্যুৰ হাৰ ২০২২ চনৰ তুলনাত ডেৰ-দুগুণকৈ বৃদ্ধি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 15, 2025 7:09 pm
138
VIEWS
Share on FacebookShare on Twitter

দেশত প্ৰতিমাহে জলাতংক ৰোগত আক্ৰান্ত হৈ চাৰিজনতকৈ অধিক লোকৰ মৃত্যু হয়। এই তথ্য ২০২৪ চনৰ এক সমীক্ষাত সংগ্ৰহ কৰা হৈছে। কেৱল এয়াই নহয়, ২০২২ চনৰ তুলনাত ২০২৪ চনত ৰেবিজ ৰোগত মৃত্যুৰ হাৰ ডেৰ-দুগুণ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি ২০২২ চনত দেশত জলাতংক ৰোগত আক্ৰান্ত হৈ ২১ জন লোকৰ মৃত্যু হৈছিল। ২০২৪ চনত তাত জলাতংক ৰোগত আক্ৰান্ত হৈ ৫৪ জন লোকৰ মৃত্যু হৈছিল।

পৰিসংখ্যা অনুসৰি যোৱা বছৰ জলাতংক ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা ৫৪ জন লোকৰ ভিতৰত ১৪ জন মহাৰাষ্ট্ৰৰ। ২০২২ চনৰ পৰা জলাতংক ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যাৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰই শীৰ্ষস্থান দখল কৰিছে। ৰেবিজ ৰোগ বৃদ্ধিৰ কাৰণ হ’ল অঘৰী কুকুৰকে ধৰি পোহনীয়া কুকুৰৰ কামোৰৰ সংখ্যা কেইবাগুণো বৃদ্ধি। ২০২২ চনত ২১.৮ নিযুত কুকুৰে কামোৰাৰ ঘটনা সংঘটিত হৈছিল। ইয়াৰে ২১ জন লোকৰ জলাতংক ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। ২০২৪ চনত কুকুৰে কামোৰাৰ ঘটনাৰ সংখ্যা আছিল ২.১৯৫ লাখ। যাৰ ফলত মৃত্যু হয় ৫৪জনৰ। ২০২৩ চনত ৩০.৪৩ লাখ কুকুৰে কামোৰাৰ ঘটনা সংঘটিত হৈছিল, যাৰ ফলত ৫০ জন লোকৰ মৃত্যু হৈছিল।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বিশ্বজুৰি জলাতংক ৰোগত মৃত্যু হোৱা সকলো লোকৰ ৩৬ শতাংশই ভাৰতত আছে। ইয়াৰ উপৰিও উল্লেখ কৰা হৈছে যে ৩০-৬০ শতাংশ ৰেবিজ ৰোগী আৰু মৃত্যু ১৫ বছৰৰ তলৰ নাবালকৰ ক্ষেত্ৰত হয়।

মন কৰিবলগীয়া যে, বেছিভাগ ক্ষেত্ৰতে ইয়াক লিপিবদ্ধ কৰা নহয় বুলি স্বাস্থ্য সংস্থাটোৱে লক্ষ্য কৰিছে। ২০২৪ চনত ১৫ বছৰৰ তলৰ নাবালকৰ ওপৰত ৫.১৯ লাখ কুকুৰে কামোৰাৰ ঘটনা সংঘটিত হৈছিল। ইফালে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ২০৩০ চনৰ ভিতৰত দেশখনক জলাতংক ৰোগমুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

Recent News

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd