• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাছিয়া-ইউক্ৰেইন সংঘাতৰ নতুন পাকঃ ট্ৰাম্পৰ সকিয়নি আৰু পুটিনৰ কুৰ্স্ক ভ্ৰমণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 15, 2025 7:51 pm
184
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়া-ইউক্ৰেইন সংঘাতৰ নতুন পাক। ট্ৰাম্প প্ৰশাসনে আগবঢ়োৱা যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ নকৰিলে ৰাছিয়াৰ ওপৰত অৰ্থনৈতিক প্ৰতিবন্ধকতা আৰোপ কৰা হ’ব বুলি সকিয়াই দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

ইয়াৰ মাজতে ট্ৰাম্পে যুদ্ধবিৰতিৰ সম্ভাৱনাৰ প্ৰতি আশাবাদী হৈ কয় যে ৰাছিয়াক অত্যধিক হেঁচা প্ৰয়োগ কৰাৰ প্ৰয়োজনীয়তা নাই। আমেৰিকাই স্পষ্ট কৰি দিছে যে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক যুদ্ধবিৰতিৰ প্ৰস্তাৱৰ সৈতে ৰাজনৈতিক খেল খেলিবলৈ অৱকাশ দিয়া নহ’ব। 

উল্লেখ্য যে বিগত মাহত আমেৰিকাৰ মধ্যস্থতাত ছৌদি আৰৱত অনুষ্ঠিত বৈঠকৰ পৰৱৰ্তী সময়ত ইউক্ৰেইনে ৩০ দিনীয়া যুদ্ধবিৰতিৰ প্ৰস্তাৱত সন্মতি জনায়। ইয়াৰ পিছত ৰাছিয়াইও চুক্তিত যোগ দিয়াৰ ইংগিত প্ৰদান কৰে যদিও পুটিনে কেইবাটাও চৰ্ত আৰোপ কৰে।

একে সময়তে, শনিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ২০২৪ চনৰ আগষ্টত ইউক্ৰেইনীয় সেনাৰ আংশিক আক্ৰমণৰ পিছত প্ৰথমবাৰৰ বাবে বিতৰ্কিত কুৰ্স্ক অঞ্চল ভ্ৰমণ কৰে।

উল্লেখ্য যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্যতম গুৰুত্বপূৰ্ণ ৰণাংগন হিচাপে পৰিগণিত এই অঞ্চলত বিগত বৰ্ষত ইউক্ৰেইনে ইয়াত বৃহৎ সামৰিক অভিযান কৰি কিছুমান এলাকা নিজৰ দখললৈ আনে। 

ৰাষ্ট্ৰসংঘৰ দ্বাৰা নিযুক্ত বিশেষজ্ঞসকলে কুৰ্স্কৰ বৰ্তমানৰ পৰিস্থিতিক অত্যন্ত উদ্বেগজনক বুলি মূল্যায়ন কৰিছে। শেহতীয়াকৈ ট্ৰাম্পৰ মন্তব্য আৰু ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ নতুন গতিধাৰাই বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে।

ৰাছিয়ান সেনাই প্ৰদান কৰা তথ্যমতে, সেনাবাহিনীয়ে যোৱা পাঁচ দিনত কুৰ্স্কৰ ২৪টা বসতি পুনৰ দখল কৰাৰ লগতে অঞ্চলটো সম্পূৰ্ণভাৱে মুক্ত কৰাৰ প্ৰচেষ্টা হাতত লৈছে।

Recent News

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd