• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুত্ৰ সন্তান জন্ম নহ’ল : ১৭ দিনীয়া কন্যা সন্তানক পানীৰ টেংকিত পেলাই হত্যা মাতৃৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 18, 2025 1:59 pm
265
VIEWS
Share on FacebookShare on Twitter

পুত্ৰ সন্তান জন্ম নোহোৱাৰ বাবেই নিজৰ নৱজাত কন্যা সন্তানক হত্যা কৰিলে মাতৃয়ে। ৰাজস্থানৰ ঝুনঝুনুত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

জানিব পৰা মতে, পুত্ৰ সন্তান জন্ম দিবলৈ হাহাকাৰ কৰি থকা এগৰাকী মহিলাই নিজৰ ১৭ দিনীয়া কন্যাক পানীৰ টেংকিত পেলাই হত্যা কৰে।

সোমবাৰে আৰক্ষীয়ে এই তথ্য পোহৰলৈ আনে। জানিব পৰা মতে মহিলাগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীৰ জেৰাৰ সময়ত অভিযুক্ত মহিলাগৰাকীয়ে পুত্ৰ সন্তান জন্ম দিব বিচৰা বুলি কয়। কিন্তু কন্যাৰ জন্মক লৈ হতাশাত ১৭ দিনৰ মূৰত পানীত পেলাই হত্যা কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি দেওবাৰে এই অপৰাধ সংঘটিত কৰে অভিযুক্ত মহিলাগৰাকীয়ে।

কোতৱালি থানাৰ গৃহ বিষয়া নাৰায়ণ সিঙে জনোৱা মতে, দেওবাৰে ঝুনঝুনু অঞ্চলৰ ৰাম কলনীৰ বাসিন্দা ২২ বছৰীয়া আচকি দেৱীয়ে ১৭ দিনীয়া কন্যা সন্তানক পানীৰ টেংকিত পেলাই দিয়ে। ঢাকনিখন বন্ধ কৰাৰ ফলত নৱজাত শিশুটিৰ মৃত্যু হয়। পিছত মহিলাগৰাকীয়ে এই বিষয়ে চিনাকি এজনক জনায়। তাৰ পৰাই এই খবৰটো মহিলাগৰাকীৰ স্বামীয়ে গম পায়।

তাৰপিছত স্বামীয়ে মহিলাগৰাকীৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মহিলাগৰাকীৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰে।

সোমবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। আদালতত হাজিৰ কৰাৰ পিছত অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিছে আদালতে।

Recent News

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd