• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধৰাপৃষ্ঠলৈ নামি অহাৰ আগেয়েই সুনীতা উইলিয়ামছক ভাৰতলৈ আমন্ত্ৰণ জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 19, 2025 9:26 am
219
VIEWS
Share on FacebookShare on Twitter

মহাকাশত ৯ মাহতকৈ অধিক সময় কটোৱাৰ পাছত পুনৰ পৃথিৱীলৈ ঘূৰি আহিছে সুনীতা উইলিয়ামছ। মহাকাশচাৰী বুচ উইলম’ৰো আহিছে সুনীতাৰ লগত।

মহাকাশৰ পৰা ধৰাপৃষ্ঠলৈ ঘূৰি অহাৰ সময়তে সুনীতা উইলিয়ামছলৈ চিঠি লিখি ভাৰতলৈ আমন্ত্ৰণ জনালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

উল্লেখ্য যে কিছুদিন পূৰ্বে মহাকাশচাৰী মাইক মাছিমিনোৰ সৈতে মোদীয়ে সাক্ষাৎ কৰিছিল। চিঠিখনত সেই বৈঠকৰ কথা উল্লেখ কৰি তেওঁ লিখিছে, “মহাকাশচাৰী মাইক মাছিমিনোৰ সৈতে কথা পাতি থাকোঁতে আপোনাৰ কথা ওলাইছিল। আমি আলোচনা কৰিছিলোঁ যে আমি আপোনাক আৰু আপোনাৰ কৃতিত্বক লৈ কিমান গৌৰৱান্বিত।’

মোদীয়ে কয় যে যেতিয়াই তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনক লগ পায় তেতিয়াই তেওঁ সুনীতাৰ বিষয়ে সোধে।

মোদীয়ে পত্ৰখনত লিখিছে, “আপোনাৰ এই কৃতিত্বৰ বাবে ১.৪ বিলিয়ন ভাৰতীয় সদায় গৌৰৱান্বিত। আপুনি হাজাৰ হাজাৰ মাইল দূৰত থাকিলেও আমাৰ হৃদয়ত আছে। ভাৰতীয় সকলে আপোনালোকৰ সুস্বাস্থ্য আৰু সফলতা কামনা কৰিছে।

প্ৰধানমন্ত্ৰীয়ে সুনীতাক মহাকাশৰ অহাৰ পিছত ভাৰত ভ্ৰমণৰ বাবেও আমন্ত্ৰণ জনায়। চিঠিখনত তেওঁ লিখিছে, “আপোনাৰ উভতি অহাৰ পিছত ভাৰতত আপোনাক দেখাৰ বাবে মই আগ্ৰহেৰে অপেক্ষা কৰি আছো।” ভাৰতৰ এগৰাকী বিখ্যাত কন্যাক আতিথ্য দিয়াটো আমাৰ বাবে আনন্দৰ কথা।”

চিঠিখনত মোদীয়ে সুনীতাৰ পিতৃ দীপক পাণ্ডিয়া, মাতৃ বনী আৰু স্বামী মাইকেল উইলিয়ামছৰ কথাও উল্লেখ কৰিছে। মন কৰিবলগীয়া যে ১ মাৰ্চত মোদীয়ে সুনীতালৈ এই পত্ৰ লিখিছিল। কিন্তু সুনীতা উভতি অহা যানখনত উঠাৰ পিছতহে এই চিঠিখন ৰাজহুৱা হৈছিল।

Recent News

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd