• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ভাৰতত কালভাৰ্ট এটা বনাবলৈকে বছৰ বছৰ সময় লাগে : মাত্ৰ ৬ ঘন্টাৰ ভিতৰত এটা সম্পূৰ্ণ ৰে’ল ষ্টেশ্যন নিৰ্মাণ জাপানৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 19, 2025 11:28 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰততকৈ মাত্ৰ ৩ বছৰৰ পিছত স্বাধীনতা লাভ কৰা জাপান প্ৰযুক্তি ক্ষেত্ৰত বহু আগুৱাই গ’ল। জাপানত আছে বিশ্বৰ আটাইতকৈ দ্ৰুততম ৰেল, বুলেট ট্ৰেইন। ইয়াৰ উপৰিও বিভিন্ন প্ৰযুক্তি আৰু কাৰিকৰী দিশত ভাৰততকৈ বহু দূৰ আগত আছে জাপান।

এইবাৰ জাপানে মাত্ৰ ছয় ঘন্টাত এটা সম্পূৰ্ণ ৰেল ষ্টেচন নিৰ্মাণ কৰিবলৈ ওলাইছে। কিন্তু ইমান কম সময়ৰ ভিতৰতে জাপানে এই কঠিন কামটো কেনেকৈ সম্পন্ন কৰিব? উত্তৰটো হ’ল 3D প্ৰিণ্টাৰ।

Apply Now

জাপানৰ ওছাকাৰ পৰা ৬০ মাইল দক্ষিণে অৱস্থিত এখন চহৰ ৱাকায়ামা। তাত ১০৮ বৰ্গফুটৰ এটা নতুন ষ্টেচন নিৰ্মাণ কৰা হ’ব।

পশ্চিম জাপান ৰে’লৱেই ঘোষণা কৰিছে যে এই নতুন ষ্টেশ্যনটো যাত্ৰী আশ্ৰয় শিবিৰৰ বাবে ব্যৱহাৰ কৰা হ’ব। এই সকলোবোৰ কাম থ্ৰীডি প্ৰিণ্টাৰৰ সহায়ত কৰা হ’ব।

ৰে’লৱেই লগতে জনাইছে যে থ্ৰীডি প্ৰিণ্টিং প্ৰযুক্তি ব্যৱহাৰ কৰি গাঁথনিগত উপাদানসমূহ নিৰ্মাণ কৰা হ’ব আৰু তাৰ পিছত সেই স্থানলৈ নিৰ্মাণৰ বয়-বস্তু পৰিবহণ কৰা হ’ব। য’ত শ্ৰমিকসকলে ছয় ঘণ্টাৰ ভিতৰত ষ্টেশ্যনটো নিৰ্মাণ সম্পূৰ্ণ কৰিব।

জাপানৰ স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অহা ২৫ মাৰ্চত উক্ত ট্ৰেকত শেষৰখন ৰে’ল চলোৱাৰ পিছত এই নিৰ্মাণৰ কাম আৰম্ভ হ’ব।

জানিব পৰা মতে, এই প্ৰকল্পত যোগদান কৰিছে নিৰ্মাণ কোম্পানী চেৰেণ্ডিক্স। থ্ৰী-ডি প্ৰিন্টিং প্ৰযুক্তি ব্যৱহাৰ কৰি ঘৰ নিৰ্মাণৰ বাবে এই কোম্পানীটো পৰিচিত।

ৰে’লৱেই কয় যে এই প্ৰকল্পৰ জৰিয়তে তেওঁলোকৰ লগতে জাপানৰ অন্যান্য ৰাজহুৱা পৰিবহণ কোম্পানীসমূহে ভৱিষ্যতে অন্যান্য অঞ্চলৰ বাবে বহনক্ষম নিৰ্মাণ সামগ্ৰী আৰু অত্যাধুনিক প্ৰযুক্তিৰ সন্ধান কৰাৰ সুযোগ লাভ কৰিব।

উল্লেখ্য যে তৰুণ-তৰুণীৰ সংখ্যা কমি যোৱাৰ বাবে জাপানত শ্ৰমিকৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে। চৰকাৰী পৰিসংখ্যা অনুসৰি ২০৭০ চনৰ ভিতৰত দেশৰ ৪০%তকৈ অধিক জনসংখ্যা ৬৫ বছৰ বা তাতকৈ অধিক বয়সৰ হ’ব। পশ্চিম জাপান ৰেলৱেই এক বিবৃতিত কয় যে যিহেতু জাপানে শ্ৰমিকৰ সমস্যাৰ সন্মুখীন হৈছে, সেয়েহে থ্ৰীডি প্ৰিন্টিঙৰ দৰে উদ্ভাৱনী প্ৰযুক্তিৰ প্ৰৱৰ্তনে ৰে’লৰ আন্তঃগাঁথনি আধুনিকীকৰণ কৰাটো সহজ কৰি তুলিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

July 29, 2026 5:48 pm
লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

July 29, 2026 4:13 pm
মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

July 29, 2026 5:48 pm
লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd