• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পত্নীক ডিঙি চেপি হত্যা কৰি যৌনাংগত ছুৰীৰে আঘাত! হত্যাৰ পাছত ছুটকেছত ভৰালে স্বামীয়ে…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 29, 2025 6:03 pm
511
VIEWS
Share on FacebookShare on Twitter

এক লোমহৰ্ষক ঘটনা! বেংগালুৰুৰ আইটি কৰ্মী ৰাকেশ ৰাজেন্দ্ৰ খেডেকাৰে পত্নীক প্ৰথমে ইটোৰ পাছত সিটোকৈ চৰ সোধাইছিল। তাৰ পাছত ডিঙি চেপি হত্যা কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু ব্যৰ্থ হোৱাত অৱশেষত ছুৰীৰে যৌনাংগত ছুৰীৰে আঘাত কৰিছিল। অভিযুক্তক জেৰা কৰি এই কথা জানিব পাৰি তদন্তকাৰীয়ে। কেৱল সেয়াই নহয় ৰাকেশে দাবী কৰিছিল যে মাৰপিট হোৱাৰ পিছতো গৌৰী জীয়াই আছিল। কেৱল সেয়াই নহয়, সেই পৰিস্থিতিত তেওঁ পত্নীক ট্ৰলী বেগত ভৰাই দিলে।

জেৰাৰ সময়ত অধিক তথ্য পোহৰলৈ আহে। আৰক্ষীয়ে জনোৱা মতে, ৰাকেশে পত্নীক ট্ৰলী বেগত ভৰাই আন স্থানত নিজৰ গাড়ীত থৈ যোৱাৰ পৰিকল্পনা কৰিছিল। কিন্তু ট্ৰলীৰ বেগটো ইমানেই গধুৰ হৈ পৰিল যে তাৰ হেণ্ডেল ভাঙি গ’ল। ইয়াৰ পিছতে আই টি কৰ্মীজনে ট্ৰলী বেগটো লোৱাৰ পৰিকল্পনা সলনি কৰিলে।

দৰাচলতে বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫:৩০ বজাত বেংগালুৰু আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোন আহিছিল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে ঘৰৰ দুৱাৰখন বাহিৰৰ পৰা তলা লগোৱা দেখা পায়। তাৰ পাছত দুৱাৰখন ভাঙি সোমাওঁতে বাথৰুমত এটা ছুটকেছ পৰি থকা দেখিলে।

ফৰেনছিক দলটোৱে যেতিয়া ছুটকেছটো খুলিলে তেতিয়া ভিতৰত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে, সাধাৰণতে ছুটকেছত মৃতদেহ ৰখাৰ ক্ষেত্ৰত মৃতদেহটো বিকৃত অৱস্থাত থাকে। কিন্তু এই ঘটনাত মৃতদেহটো অক্ষত অৱস্থাত আছিল যদিও তেওঁলোকে গুৰুতৰভাৱে আঘাতৰ চিন পাইছে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd