• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আজি আৰএছএছ-ৰ মুখ্য কাৰ্যালয় ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে; সভাপতি পদৰ পৰা আঁতৰিব নেকি জেপি নড্ডা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 30, 2025 9:10 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাগপুৰ ভ্ৰমণৰ কথা উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰীয়ে স্মৃতি মন্দিৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক নেতাসকলক শ্ৰদ্ধাঞ্জলি জনাব বুলি শনিবাৰে চৰকাৰী বিবৃতিত প্ৰকাশ পাইছে। তদুপৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাৰ পাছত কোন হ’ব দলটোৰ উত্তৰসূৰী তাক লৈ মোহন ভাগৱতৰ পৰামৰ্শ ল’ব বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে।বিশেষকৈ আৰএছএছ আৰু বিজেপিৰ মাজত শেহতীয়া সময়চোৱাত সৃষ্টি হোৱা ব্যৱধান দূৰ কৰিবলৈ এই ভ্ৰমণ কৰা হৈছে বুলিও বহুতে দাবী কৰিছে।

এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে নাগপুৰৰ ড০ হেডগেৱাৰ স্মৃতি মন্দিৰত অৱস্থিত আৰ এছ এছৰ প্ৰতিষ্ঠাপক কে বি হেডগেৱাৰ আৰু সংগঠনটোৰ দ্বিতীয় সৰসংঘচালক এম এছ গোলৱালকাৰৰ স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

১৯৫৬ চনত আম্বেদকাৰে হাজাৰ হাজাৰ অনুগামীৰ সৈতে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰা স্থান দীক্ষাভূমিতো বি আৰ আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি জনাব।

প্ৰধানমন্ত্ৰীয়ে মাধৱ নেত্ৰালয় চকু প্ৰতিষ্ঠান আৰু গৱেষণা কেন্দ্ৰৰ সম্প্ৰসাৰণ মাধৱ নেত্ৰালয় প্ৰিমিয়াম চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে। এই প্ৰতিষ্ঠানত থাকিব ২৫০খন বিচনাযুক্ত চিকিৎসালয়, ১৪টা বহিঃৰোগী বিভাগ (অ’পিডি), আৰু ১৪টা মডিউলাৰ অপাৰেচন থিয়েটাৰ।

ইয়াৰ উপৰিও মোদীয়ে ছ’লাৰ ডিফেন্স এণ্ড এৰ’স্পেচ লিমিটেডৰ গোলাবাৰুদৰ সুবিধা পৰিদৰ্শন কৰিব, য’ত তেওঁ মানৱবিহীন বিমান (ইউএভি)ৰ বাবে ডিজাইন কৰা ১২৫০ মিটাৰ দীঘল আৰু ২৫ মিটাৰ বহল নতুনকৈ নিৰ্মাণ কৰা বিমানপথ উদ্বোধন কৰিব। তেওঁ ল’টাৰিং মিউনিচন আৰু অন্যান্য গাইডেড মিউনিচনৰ বাবেও লাইভ মিউনিচন আৰু ৱাৰহেড পৰীক্ষাৰ সুবিধা মুকলি কৰিব বুলি বিবৃতিটোত লগতে কোৱা হৈছে।

নাগপুৰৰ পাছত প্ৰধানমন্ত্ৰীয়ে ছত্তীশগড়ৰ বিলাসপুৰ ভ্ৰমণ কৰিব, য’ত তেওঁ বিদ্যুৎ, তেল আৰু গেছ, ৰে’ল, পথ, শিক্ষা, আৰু গৃহ নিৰ্মাণ খণ্ডক সামৰি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঐশ্বৰ্য ৰায়ৰ পাছত ভুৱা এআই-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ অভিষেক বচ্চন

ঐশ্বৰ্য ৰায়ৰ পাছত ভুৱা এআই-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ অভিষেক বচ্চন

September 10, 2025 4:20 pm
নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

September 10, 2025 3:23 pm
‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

September 10, 2025 2:43 pm
বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

September 10, 2025 2:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঐশ্বৰ্য ৰায়ৰ পাছত ভুৱা এআই-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ অভিষেক বচ্চন

ঐশ্বৰ্য ৰায়ৰ পাছত ভুৱা এআই-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ অভিষেক বচ্চন

September 10, 2025 4:20 pm
নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

September 10, 2025 3:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd