• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

EY Economy Watch Report: মোদী চৰকাৰৰ বিকশিত ভাৰতৰ লক্ষ্য পূৰণৰ বাবে অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ প্ৰয়োজন!

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 30, 2025 4:59 pm
83
VIEWS
Share on FacebookShare on Twitter

২০২৫-২৬ বিত্তীয়বৰ্ষত ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ ৬.৫ শতাংশ হ’ব ইওৱাই ইক’নমি ৱাচৰ(EY Economy Watch) এক প্ৰতিবেদনত প্ৰকাশ কৰিছে। অৱশ্যে প্ৰতিবেদন খনত ‘বিকশিত ভাৰত’ৰ লক্ষ্য পূৰণৰ বাবে এই বৃদ্ধি যথেষ্ট নহয় বুলি উল্লেখ কৰিছে। ইয়াৰ বাবে মোদী চৰকাৰে নতুন অৰ্থনৈতিক নীতি গঢ়িব লাগিব বুলি মতপ্ৰকাশ কৰে সংস্থাটোৱে।

ইওৱাই ইকোনমি ৱাটচৰ মতে, জিডিপি বৃদ্ধি ৬.৫ শতাংশ হ’লেও, বিকশিত ভাৰতৰ সপোন পূৰণৰ বাবে জিডিপিৰ হাৰ ইয়াতকৈ অধিক বৃদ্ধিৰ প্ৰয়োজন। সংস্থাটোৰ প্ৰতিবেদন অনুসৰি, ২০২৭ৰ ভিতৰত ভাৰতক বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি আৰু ২০৪৭ৰ ভিতৰত বিকশিত দেশ কৰৰ মোদী চৰকাৰৰ যি লক্ষ্য, এই হাৰত বৃদ্ধি হ’লে সেয়া সম্ভৱ নহয়।

অৱশ্যে আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে (আইএমএফ) পৃথক মত প্ৰকাশ কৰিছে। আইএমএফৰ মতে, ভাৰতৰ অৰ্থনীতিৰ বৃদ্ধি সন্তোষজনক। আইএমএফে প্ৰকশিত তথ্য অনুসৰি ২০২৫-২৬ত ভাৰত বিশ্বৰ মানচিত্ৰত গুৰুত্বপূৰ্ণ অৰ্থনৈতিক শক্তি হিচাপে উঠি আহিব। আইএমএফে শেহতীয়া বিবৃতিত জনাইছে যে ভাৰতৰ অৰ্থনীতি এতিয়া মজবুত আৰু স্থিতিশীল। ভাৰতৰ যিকোনো প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ ক্ষমতা আছে।

আইএমএফৰ মতে, ভাৰতত উচ্চমানৰ চাকৰিৰ সুযোগ বাঢ়িছে। এই কাৰণে অৰ্থৰ লেনদেন বৃদ্ধি পাব আৰু আৰ্থিক বৃদ্ধিৰ পৰিমাণো বাঢ়িব বুলি তেওঁলোক আশাবাদী।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd