• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১১ মাহত বিজেপিশাসিত ওড়িশাত ২৮ হাজাৰ মহিলা আৰু শিশুৰ ওপৰত নিৰ্যাতন; মন্ত্ৰীৰ অকপট স্বীকাৰোক্তি…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 31, 2025 10:46 am
114
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ ওড়িশাৰ উপ-মুখ্যমন্ত্ৰী প্ৰভাতী পৰিদাই বিধানসভাত স্বীকাৰ কৰিছে যে, ৰাজ্যখনত এবছৰ নৌহওঁতেই প্ৰায় ২৮ হাজাৰ মহিলা আৰু শিশু বিভিন্ন ধৰণৰ হিংসাৰ বলি হৈছে। বিজেপি বিধায়ক সঞ্জীৱ কুমাৰ মালিকে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত শনিবাৰে বিধানসভাত বিজেপি চৰকাৰৰ উপ-মুখ্যমন্ত্ৰীয়ে কয় যে বিগত ১১ মাহত ৰাজ্যত প্ৰায় ২৮ হাজাৰ মহিলা আৰু শিশুক বিভিন্ন ধৰণৰ নিৰ্যাতনৰ বলি হৈছে।

বিৰোধীয়ে অভিযোগ কৰিছে যে, চৰকাৰ সলনি হোৱাৰ এবছৰ নৌহওঁতেই ওড়িশাই ইতিমধ্যে অঞ্চলটোৰ কেইবাখনো বিজেপি শাসিত ৰাজ্যৰ সৈতে মহিলা আৰু শিশুৰ ওপৰত হোৱা হিংসাৰ ক্ষেত্ৰত প্ৰতিযোগিতা আৰম্ভ কৰিছে।

উল্লেখ্য যে, উপ-মুখ্যমন্ত্ৰী প্ৰভাতী পৰিদা ৰাজ্যৰ শিশু আৰু মহিলা কল্যাণ বিভাগৰ ভাৰপ্ৰাপ্ত মন্ত্ৰীও। বিধানসভাত এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৫ চনৰ ৩১ জানুৱাৰীলৈ ৰাজ্যখনত মহিলা আৰু শিশুৰ ওপৰত হোৱা হিংসাৰ ২৭,৯৭৩ টা অভিযোগ দাখিল কৰা হৈছে।

বিৰোধীয়ে দাবী কৰিছে যে বহু ক্ষেত্ৰত অভিযোগো দাখিল কৰা হোৱা নাছিল। গতিকে প্ৰকৃত সংখ্যাটো এইদৰে পোৱাটো কঠিন।

Recent News

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd