• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাওবাদী নিৰ্মূলৰ বাবে কেন্দ্ৰৰ তৎপৰতা: ২০২৬ৰ ভিতৰত মাওবাদীমুক্ত হ’ব দেশ অমিত শ্বাহৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 1, 2025 8:03 pm
834
VIEWS
Share on FacebookShare on Twitter

বিগত দহ বছৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দেশৰ পৰা মাওবাদী নিৰ্মূল কৰিবলৈ ধাৰাবাহিক পদক্ষেপ হাতত লৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উল্লেখ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত দেশৰ পৰা মাওবাদীক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব বুলি দাবী কৰিছে। এইবাৰ পৰিসংখ্যা দেখুৱাই শ্বাহে কয় কেন্দ্ৰৰ কঠোৰ পদক্ষেপৰ ফলত দেশত ‘মাওবাদীৰ কবলত থকা  জিলা’ৰ সংখ্যা ১২ৰ পৰা কমি ৬লৈ নামিছে।

মঙলবাৰে এক্সৰ এটা পোষ্টত ‘নক্সালমুক্ত ভাৰত’ৰ প্ৰতিশ্ৰুতি দি শ্বাহে লিখিছে যে “নক্সালবাদীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ আৰু সৰ্বাঙ্গীণ উন্নয়নৰ কাৰ্যসূচীৰ জৰিয়তে এখন শক্তিশালী, নিৰাপদ আৰু সমৃদ্ধ ভাৰত গঢ়ি তুলিব। ২০২৬ৰ ৩১ মাৰ্চৰ ভিতৰত নক্সালবাদ নিৰ্মূল কৰিবলৈ চৰকাৰ দৃঢ়প্ৰতিজ্ঞ। গৃহ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, ২০২৪ চনত নিৰাপত্তা বাহিনীৰ সৈতে সংঘৰ্ষত ২০৭ জন মাওবাদী নিহত হৈছিল। এই বছৰৰ প্ৰথম তিনি মাহতেই সেই সংখ্যা প্ৰায় পাৰ হৈ গৈছে।

প্ৰসংগক্ৰমে বিগত জানুৱাৰীত সংসদৰ শীতকালীন অধিবেশনত কেন্দ্ৰীয় গৃহ প্ৰতিমন্ত্ৰী নিত্যানন্দ ৰায়ে এটা প্ৰশ্নৰ উত্তৰত কৈছিল যে ২০১০ চনত ১০খন ৰাজ্যৰ ১২৬ খন জিলা ক্সালবাদী অধ্যুষিত বুলি চিহ্নিত কৰা হৈছিল। এতিয়া সেই সংখ্যা কমি ৩৮লৈ নামিছে। কিন্তু মাত্ৰ দুমাহৰ ভিতৰতে মাওবাদী অধ্যুষিত জিলাৰ সংখ্যা ‘১২ৰ পৰা ৬লৈ কেনেকৈ নামিল’ তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।

গৃহ মন্ত্ৰণালয়ৰ সূত্ৰই জনোৱা মতে, মাওবাদী প্ৰভাৱিত জিলাবোৰক দুটা শ্ৰেণীত ভাগ কৰা হৈছে— ‘গুৰুতৰ’ আৰু ‘উদ্বেগজনক’। শ্বাহে সম্ভৱত কেৱল ‘গুৰুতৰভাৱে মাওবাদী অধ্যুষিত জিলা’ৰ কথাই বুজাব খুজিছিল বহুজনে মত প্ৰকাশ কৰিছে।

Recent News

ৰাজ্যসভা নিৰ্বাচনৰ বাবে অসম বিজেপিৰ প্ৰাৰ্থী ঘোষণা, কনাড পুৰকায়স্থক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ

ৰাজ্যসভা নিৰ্বাচনৰ বাবে অসম বিজেপিৰ প্ৰাৰ্থী ঘোষণা, কনাড পুৰকায়স্থক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ

দিনটোত ১০ ঘণ্টাৰ কৰ্মৰ সময়! অন্ধ্ৰ চৰকাৰে ৯ ঘণ্টাৰ পৰা বৃদ্ধি কৰিলে কামৰ সময়

দিনটোত ১০ ঘণ্টাৰ কৰ্মৰ সময়! অন্ধ্ৰ চৰকাৰে ৯ ঘণ্টাৰ পৰা বৃদ্ধি কৰিলে কামৰ সময়

বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰঃ পিছে সমালোচকে কি কয়?

বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰঃ পিছে সমালোচকে কি কয়?

ইছৰ’ৰ বাণিজ্যিক শাখা এণ্ট্ৰিক্সৰ বিৰুদ্ধে ১.২৯ বিলিয়ন ডলাৰৰ গোচৰ আগবঢ়াই নিয়াৰ নিৰ্দেশ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ

ইছৰ’ৰ বাণিজ্যিক শাখা এণ্ট্ৰিক্সৰ বিৰুদ্ধে ১.২৯ বিলিয়ন ডলাৰৰ গোচৰ আগবঢ়াই নিয়াৰ নিৰ্দেশ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd