• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মাওবাদী নিৰ্মূলৰ বাবে কেন্দ্ৰৰ তৎপৰতা: ২০২৬ৰ ভিতৰত মাওবাদীমুক্ত হ’ব দেশ অমিত শ্বাহৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 1, 2025 8:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত দহ বছৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দেশৰ পৰা মাওবাদী নিৰ্মূল কৰিবলৈ ধাৰাবাহিক পদক্ষেপ হাতত লৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উল্লেখ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত দেশৰ পৰা মাওবাদীক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব বুলি দাবী কৰিছে। এইবাৰ পৰিসংখ্যা দেখুৱাই শ্বাহে কয় কেন্দ্ৰৰ কঠোৰ পদক্ষেপৰ ফলত দেশত ‘মাওবাদীৰ কবলত থকা  জিলা’ৰ সংখ্যা ১২ৰ পৰা কমি ৬লৈ নামিছে।

মঙলবাৰে এক্সৰ এটা পোষ্টত ‘নক্সালমুক্ত ভাৰত’ৰ প্ৰতিশ্ৰুতি দি শ্বাহে লিখিছে যে “নক্সালবাদীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ আৰু সৰ্বাঙ্গীণ উন্নয়নৰ কাৰ্যসূচীৰ জৰিয়তে এখন শক্তিশালী, নিৰাপদ আৰু সমৃদ্ধ ভাৰত গঢ়ি তুলিব। ২০২৬ৰ ৩১ মাৰ্চৰ ভিতৰত নক্সালবাদ নিৰ্মূল কৰিবলৈ চৰকাৰ দৃঢ়প্ৰতিজ্ঞ। গৃহ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, ২০২৪ চনত নিৰাপত্তা বাহিনীৰ সৈতে সংঘৰ্ষত ২০৭ জন মাওবাদী নিহত হৈছিল। এই বছৰৰ প্ৰথম তিনি মাহতেই সেই সংখ্যা প্ৰায় পাৰ হৈ গৈছে।

Apply Now

প্ৰসংগক্ৰমে বিগত জানুৱাৰীত সংসদৰ শীতকালীন অধিবেশনত কেন্দ্ৰীয় গৃহ প্ৰতিমন্ত্ৰী নিত্যানন্দ ৰায়ে এটা প্ৰশ্নৰ উত্তৰত কৈছিল যে ২০১০ চনত ১০খন ৰাজ্যৰ ১২৬ খন জিলা ক্সালবাদী অধ্যুষিত বুলি চিহ্নিত কৰা হৈছিল। এতিয়া সেই সংখ্যা কমি ৩৮লৈ নামিছে। কিন্তু মাত্ৰ দুমাহৰ ভিতৰতে মাওবাদী অধ্যুষিত জিলাৰ সংখ্যা ‘১২ৰ পৰা ৬লৈ কেনেকৈ নামিল’ তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।

গৃহ মন্ত্ৰণালয়ৰ সূত্ৰই জনোৱা মতে, মাওবাদী প্ৰভাৱিত জিলাবোৰক দুটা শ্ৰেণীত ভাগ কৰা হৈছে— ‘গুৰুতৰ’ আৰু ‘উদ্বেগজনক’। শ্বাহে সম্ভৱত কেৱল ‘গুৰুতৰভাৱে মাওবাদী অধ্যুষিত জিলা’ৰ কথাই বুজাব খুজিছিল বহুজনে মত প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd