• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

লোকসভাত মাজ নিশা গৃহীত হ’ল ৱাকফ সংশোধনী বিধেয়ক-২০২৫

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 3, 2025 8:50 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভাত ৩ এপ্ৰিল বৃহস্পতিবাৰে গৃ্হীত হ’ল ৱাকফ সংশোধনী বিধেয়ক। বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে এই বিতৰ্কিত বিধেয়কখন উত্থাপন কৰিছিল। ১২ ঘণ্টাৰো অধিক বিতৰ্কৰ পিছত ২৮৮ জন সাংসদে বিধেয়ক খনৰ পক্ষত আৰু ২৩২ জনে বিপক্ষত ভোট দান কৰিছিল।

 কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে কয় যে এই আইনে মুছলমানৰ ধৰ্মীয় অধিকাৰত হস্তক্ষেপ নকৰে, কেৱল সম্পত্তিৰ ব্যৱস্থাপনাৰ সৈতে জড়িত। ইফালে গৃহমন্ত্ৰী অমিত শ্বাহে ৱাকফ সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে প্ৰস্তাৱিত সংশোধনীৰ জৰিয়তে মুছলমানসকলৰ ধৰ্মীয় কাম-কাজ বা তেওঁলোকে উচৰ্গা কৰা সম্পত্তিত হস্তক্ষেপ হ’ব বুলি এক বৃহৎ ভুল ধাৰণা আছে।

Apply Now

আনহাতে বিৰোধীপক্ষই ৱাকফ সংসোধনীৰ তীব্ৰ বিৰোধ প্ৰদৰ্শন কৰে। বিধেয়কখনক সমালোচনা কৰি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ইয়াক সংবিধানৰ মৌলিক গাঁথনিৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰে।

তৃণমূলৰ কল্যাণ বেনাৰ্জীয়ে এই আইনক মুছলমানৰ ধৰ্মীয় অধিকাৰৰ লঙ্ঘন। কংগ্ৰেছৰ কে চি বেনুগোপালে বিজেপিক সংখ্যালঘুৰ ওপৰত আক্ৰমণৰ অভিযোগ উত্থাপন কৰে। কেৰালাৰ বিপ্লৱী সমাজবাদী পাৰ্টিৰ সাংসদ এন কে প্ৰেমচন্দ্ৰনে কয়, যে চৰকাৰে ৱাকফ ব’ৰ্ডত অমুছলমান সদস্য থকাটো বাধ্যতামূলক কৰিছে। মন্দিৰৰ দেৱস্বম ব’ৰ্ডৰ ক্ষেত্ৰতো একেই কথা ক’বনে বুলি প্ৰশ্ন কৰে।আইএমআইএমৰ আছাদুদ্দিন ওৱেইচিয়ে বিধেয়কৰ প্ৰতিলিপি ফালি প্ৰতিবাদ কৰে। বিৰোধীৰ সমালোচনক নেওচি শাসক পক্ষই কেৰালাৰ মুনাম্বাম-ৱাকফ বিবাদ সমাধানত এই বিধেয়কে সহায় কৰিব বুলি  মত প্ৰকাশ কৰিছে।

উল্লেখ্য যে ৱাকফৰ সম্পত্তিৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ১৯৯৫ চনৰ ৱাকফ আইন সংশোধনৰ প্ৰস্তাৱ দিয়া এই বিধেয়কখন প্ৰথমবাৰৰ বাবে ২০২৪ চনৰ আগষ্ট মাহত লোকসভাত উত্থাপন কৰা হৈছিল।ইয়াৰ পিছত ইয়াক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হয়। আৰু সমিতিয়ে বিধেয়কখনত কিছু সংশোধনীৰ পৰামৰ্শ গ্ৰহণ কৰিছিল।

প্ৰসংগ ক্ৰমে ৱাকফে  ইছলামিক আইনৰ অধীনত বিশেষভাৱে ধৰ্মীয় বা দাতব্য উদ্দেশ্যত উৎসৰ্গিত সম্পত্তিক বুজায়। ভাৰতত ৱাকফৰ সম্পত্তিৰ প্ৰশাসন নিয়ন্ত্ৰণৰ বাবে ১৯৯৫ চনৰ ৱাকফ আইন প্ৰণয়ন কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd