• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গ্ৰীষ্ম বন্ধত কম খৰচতে ফুৰি আহক এই কেইখন দেশ : জানক সবিশেষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 3, 2025 5:16 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ পৰা গ্ৰীষ্মকালত কোনো দেশ ফুৰিবলৈ যোৱাতো তুলনাত্মকভাবে শীতকালতকৈ কম খৰচী আৰু এক উত্তম সুযোগ। সেয়ে আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কম খৰচতে গ্ৰীষ্মকালত সহজে ভ্ৰমণ কৰিব পৰা কেইখনমান দেশৰ ভ্ৰমণৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ তথ্য।

সুলভ বিমান ভাড়া, দৈনিক খৰচ কম, আৰু ভাৰতীয় ভ্ৰমণকাৰীৰ বাবে অনুকূল ভিছা নীতিৰ ওপৰত ভিত্তি কৰি গ্ৰীষ্মকালত ভাৰতৰ পৰা ভ্ৰমণৰ বাবে কিছুমান সস্তীয়া দেশৰ তালিকা ইয়াত দিয়া হ’ল।

Apply Now

১ . নেপাল 

নেপাল ভাৰতৰ এখন চুবুৰীয়া দেশ। নেপাললৈ যাবলৈ ভাৰতীয় নাগৰিকক ভিছাৰ প্ৰয়োজন নাই। বৈধ চৰকাৰী পৰিচয়পত্ৰই যথেষ্ট। যাৰ ফলত নেপাল ভ্ৰমণৰ খৰচ কম হ’ব। বিমানেৰেই হওক বা স্থলপথেৰেই ভাৰতৰ পৰা নেপাললৈ যাতায়তৰ খৰচো কম। আনহাতে, নেপালত জীৱনযাপনৰ খৰচ নগণ্য।  গুৱাহাটী পৰা কাঠমাণ্ডুলৈ বিমান ভাড়া  ১২,০০০–১৭,০০০ টকা। গ্ৰীষ্মকালত নেপালত কিছু বৰষুণ হ’লেও, হিমালয়ৰ সেউজীয়া প্ৰকৃতি, ট্ৰেকিংৰ সুযোগ, আৰু কাঠমাণ্ডু, পোখৰাৰ দৰে সাংস্কৃতিক আৰু আধ্যাত্মিক স্থান ভ্ৰমণ কৰি আনন্দ আৰু অভিজ্ঞতা অৰ্জন কৰিব পাৰে।

  ২. শ্ৰীলংকা 

দক্ষিণ ভাৰতৰ পৰা শ্ৰীলংকালৈ বিমান যাত্ৰা তেনেই সস্তা। চেন্নাইৰ পৰা শ্ৰীলংকালৈ ১০,০০০-১২,০০০ টকাৰ ভিতৰত বিমান সেৱা লাভ কৰিব পাৰে। লগতে শ্ৰীলংকাত জীৱনযাপনৰ খৰচো কম। নেপালত  দক্ষিণপশ্চিম মৌচুমী বৰষুণ গ্ৰীষ্মত আহে, ই আপোনাৰ ভ্ৰমণক ৰমণীয় কৰি তুলিব পাৰে। লগতে  শ্ৰীলংকাৰ সাগৰৰ পাৰত সময় কটাব পাৰে। লগতে, শ্ৰীলংকাত বিভিন্ন পৌৰাণিক স্থান যেনে চিগিৰিয়া, অনুৰাধাপুৰালৈ যাব পাৰে।   

৩. থাইলেণ্ড 

ভাৰতীয়ৰ বাবে ভিছামুক্ত প্ৰৱেশৰ অনুমতি থকা আন এখন চুবুৰীয়া দেশ হ’ল থাইলেণ্ড। থাইলেণ্ডত খাদ্য আৰু থকাৰ খৰচ ভাৰততকৈও কম। লগতে, গুৱাহাটীৰ পৰা ১২,০০০ ৰ পৰা ১৮,০০০ টকাত থাইলেণ্ডলৈ বিমান সেৱা লাভ কৰিব পাৰি। থাইলেণ্ডৰ বেংকক, চিয়াং মাই, আৰু উত্তৰৰ পাহাৰীয়া অঞ্চল সদায় উপভোগ্য হৈ থাকে। থাইলেণ্ডৰ সংস্কৃতি, ৰাস্তাৰ খাদ্য, আৰু সস্তীয়া বস্তুৰ বাবে ই পৰ্যটকৰ বাবে অতি আকৰ্ষণীয় স্থান।

৪. ভিয়েটনাম 

সুলভ বিমান ভাড়া আৰু জীৱনযাপনৰ খৰচ কম হোৱাৰ বাবে উন্নয়নশীল দেশৰ নাগৰিকে দক্ষিণ-পূৱ এছিয়াৰ দেশ ভিয়েটনামলৈ যাবলৈ পচন্দ কৰে। লগতে ইয়ালৈ যাবলৈ ভিছাও সহজতে পোৱা যায়। ভিয়েটমানৰ ভিছাৰ বাবে মাত্ৰ ২,২০০ টকা খৰচ হয়। ভিয়েটনামৰ উত্তৰৰ অঞ্চল যেনে হানয় আৰু মধ্য অঞ্চল হয় আন আৰু ডা নাং পৰ্যটকৰ মূল আকৰ্ষণ।    উল্লেখ্য যে দিল্লীৰ পৰা ভিয়েটনামৰ মুখ্য চহৰ হানয়লৈ বিমান ভাড়া ২৫,০০০–৩০,০০০ টকা।    

৫. ইণ্ডোনেছিয়া

ভাৰতৰ ৰাজধানী চহৰ দিল্লীৰ পৰা সুলভ বিমান, সস্তীয়া থকা-খোৱাৰ ব্যৱস্থা, আৰু বিনামূলীয়া ভিছাই ভাৰতীয় নাগৰিকক ইণ্ডোনেচীয়াই আকৰ্ষিত কৰে। সাগৰপাৰ, মন্দিৰ, আৰু এডভেন্সাৰ কাৰ্যকলাপৰ বাবে ইণ্ডোনেচীয়া জনপ্ৰিয়। দিল্লীৰ পৰা ইণ্ডোনেচীয়াৰ মুখ্য চহৰ জাকাৰ্তালৈ বিমান ভাড়া ৪০,০০০–৫০,০০০ টকা।

৬. কম্বোডিয়া 

সুলভ বিমান ভাড়া আৰু ভিছা অন আৰাইভেল ফলত কম্বোডিয়া ভ্ৰমণৰ খৰচ কম। খাদ্য আৰু থকাৰ দৈনিক খৰচো নগণ্য।  দিল্লীৰ পৰা ফনম পেনলৈ বিমান ভাড়া ৪১,৫০০–৪৮,৫০০ টকা।

৭. মালয়েছিয়া 

ভাৰতীয়ৰ বাবে ভিছামুক্ত প্ৰৱেশ আৰু সুলভ বিমান ভাড়াৰ বাবে মধ্যবিত্তীয় ভাৰতীয়ৰ মূল আকৰ্ষণ মালয়েছিয়া। ইয়াৰ প্ৰাকৃতিক পৰিৱেশ গোটেই বছৰ আকৰ্ষণীয় হৈ থাকে। উল্লেখ্য যে দিল্লীৰ পৰা কুৱালালামপুৰলৈ বিমান ভাড়া ২০,০০০–৩০,০০০ টকা।

৮ . ফিলিপাইনছ 

সুলভ বিমান ভাড়া আৰু কম খৰচীয়া এখন দেশ হৈছে ফিলিপাইনছ। ইয়ালৈ যাবলৈ ভিছাৰ খৰচ খুব কম আৰু ভিছা সহজে উপলব্ধ হয়। দিল্লীৰ পৰা ফিলিপাইনছৰ মুখ্য চহৰ মানিলালৈ বিমান ভাড়া ২৪,০০০–৩০,০০০ টকা।

গ্ৰীষ্মকালীন ভ্ৰমণৰ বাবে কেইটামান টিপছ –

ক) বিমান আৰু থকাৰ ব্যৱস্থা আগতীয়াকৈ বুক কৰিলে সস্তা হয়। 

খ) মে’ৰ শেষ বা ছেপ্টেম্বৰৰ আৰম্ভণিত ভাল পৰিৱেশ আৰু কম মূল্যত থকা খোৱা পোৱা যায়। 

গ) এই দেশসমূহত বাছ, ৰেল, বা মটৰবাইক ভাড়া ব্যৱহাৰ কৰি কম খৰচত ফুৰিব পাৰি।

লগতে পঢ়কঃ মধ্যবিত্তৰ বাবে ভাল খবৰ! হোৰাহোৰে কমিব পাৰে সোণৰ দাম, জানো আহক

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

June 17, 2026 1:34 pm
এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

June 17, 2026 1:24 pm
মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

June 17, 2026 12:59 pm
কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

June 17, 2026 12:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

June 17, 2026 1:34 pm
এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

June 17, 2026 1:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd