• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home বাণিজ্য

মধ্যবিত্তৰ বাবে ভাল খবৰ! হোৰাহোৰে কমিব পাৰে সোণৰ দাম, জানো আহক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 3, 2025 3:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়আই দ্ৰুতগতিত বৃদ্ধি পাইছে সোণৰ মূল্য। ফলত বিনিয়োগকাৰীসকল লাভৱান হোৱাৰ বিপৰীতে মধ্যবিত্ত শ্ৰেণী ইয়াৰ বলি হ’বলগা হৈছে।

কিন্তু ইয়াৰ মাজতে আহিছে এটা ভাল খবৰ। কমিব পাৰে সোণৰ মূল্য। বিভিন্ন মাধ্যমত প্ৰকাশ পাইছে যে সোণৰ দাম ৩৮ শতাংশ পৰ্যন্ত হ্ৰাস পাব পাৰে।

Apply Now

যোৱা কেইমাহমানৰ ভাৰতৰ বজাৰত ক্ৰমাগতভাবে বৃদ্ধি পাইছে সোণৰ মূল্য। বিয়াৰ বতৰ চলি থকাৰ বাবেই সোণৰ দাম বৃদ্ধি পাইছে বুলি খবৰ প্ৰকাশ পাইছে।

কিন্তু এইবাৰ খবৰ আহিছে যে সোণৰ মূল্য বৃহৎ হাৰত হ্ৰাস পাব। একাধিক সূত্ৰই দাবী কৰিছে যে সোণৰ মূল্য ৩৮ শতাংশ পৰ্যন্ত হ্ৰাস পাব পাৰে।

উল্লেখ্য যে যোৱা ৩১ মাৰ্চ সোমবাৰে ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য আছিল ৮৯,৫১০ টাকা। যদিহে ভবাৰ দৰে সোণৰ মূল্য হ্ৰাস হয় তেন্তে ১০ গ্ৰামৰ মূল্য ৫৫,৪৯৬ টকালৈ হ্ৰাস পাব পাৰে।

আমেৰিকাৰ বিত্তীয় সেৱা প্ৰতিষ্ঠান মৰ্নিংষ্টাৰৰ বিশ্লেষক জন মিলছৰ মতে, সোণৰ মূল্য প্ৰতি আউন্সত ১৮২০ ডলাৰলৈ হ্ৰাস পাব পাৰে। যিটো বৰ্তমানৰ মূল্যতকৈ প্ৰায় ৩৮ শতাংশ কম হ’ব।

বৰ্তমান প্ৰতি আউন্সত সোণৰ মূল্য ৩০৮০ ডলাৰ। ৰাজনৈতিক উত্তেজনা, আমেৰিকাৰ অৰ্থনীতিৰ অনিশ্চয়তা, মুদ্ৰাস্ফীতি বৃদ্ধিৰ আশংকাৰ বাবে বিগত সময়ছোৱাত সোণৰ মূল্য বৃদ্ধি পাইছে। তদুপৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বাণিজ্য যুদ্ধই সমগ্ৰ বিশ্বতে অস্থিৰতা বৃদ্ধি কৰিছে। সোণৰ মূল্য বৃদ্ধিৰ আনও আন এক কাৰণ।

জন মিলছৰ মতে সোণৰ মূল্য হ্ৰাসৰ সম্ভাৱনাৰ আঁৰৰ কাৰণ হ’ল সোণৰ যোগান দ্ৰুতগতিত বৃদ্ধি পাইছে। অষ্ট্ৰেলিয়াই সোণৰ উৎপাদন বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছে। পুৰণি সোণো বহু পৰিমাণে পুনঃব্যৱহাৰ কৰা হৈছে। ফলত বজাৰত সোণৰ পৰিমাণ বাঢ়িছে। সোণৰ যোগান বেছি হ’লে দাম কমি যাব। তদুপৰি সোণৰ মূল্য হ্ৰাসৰ আন এটা কাৰণ হ’ল চাহিদা হ্ৰাস পোৱাৰ লক্ষণ। কেইবাটাও পৰিসংখ্যা অনুসৰি কেন্দ্ৰীয় বেংকে সোণ ক্ৰয়ৰ হাৰ হয় হ্ৰাস কৰিব নহয় একেই ৰাখিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেট্ৰ’লতকৈ ২০ টকা সস্তা! বজাৰলৈ আহিল পৰিৱেশ-অনুকূল ‘ই-৮৫’, আপোনাৰ গাড়ীত চলিবনে এই নতুন ইন্ধন?

পেট্ৰ’লতকৈ ২০ টকা সস্তা! বজাৰলৈ আহিল পৰিৱেশ-অনুকূল ‘ই-৮৫’, আপোনাৰ গাড়ীত চলিবনে এই নতুন ইন্ধন?

June 10, 2026 8:27 am
জন্ম নিৰোধক যন্ত্ৰলৈ ৰূপান্তৰিত হৈছে আই ফোন! ২০০৭ চনৰ পৰাই কমিছে জন্মৰ হাৰ

জন্ম নিৰোধক যন্ত্ৰলৈ ৰূপান্তৰিত হৈছে আই ফোন! ২০০৭ চনৰ পৰাই কমিছে জন্মৰ হাৰ

June 10, 2026 6:40 am
সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

June 9, 2026 9:43 pm
২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

June 9, 2026 9:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেট্ৰ’লতকৈ ২০ টকা সস্তা! বজাৰলৈ আহিল পৰিৱেশ-অনুকূল ‘ই-৮৫’, আপোনাৰ গাড়ীত চলিবনে এই নতুন ইন্ধন?

পেট্ৰ’লতকৈ ২০ টকা সস্তা! বজাৰলৈ আহিল পৰিৱেশ-অনুকূল ‘ই-৮৫’, আপোনাৰ গাড়ীত চলিবনে এই নতুন ইন্ধন?

June 10, 2026 8:27 am
জন্ম নিৰোধক যন্ত্ৰলৈ ৰূপান্তৰিত হৈছে আই ফোন! ২০০৭ চনৰ পৰাই কমিছে জন্মৰ হাৰ

জন্ম নিৰোধক যন্ত্ৰলৈ ৰূপান্তৰিত হৈছে আই ফোন! ২০০৭ চনৰ পৰাই কমিছে জন্মৰ হাৰ

June 10, 2026 6:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd