• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ইউৰোপৰ সৈতে শক্তিশালী হ’ব ভাৰতৰ বন্ধুত্ব : সুদীৰ্ঘ তিনি দশকৰ পিছত পৰ্তুগাল-শ্লোভাকিয়ালৈ ভ্ৰমণ ভাৰতৰ ৰাষ্ট্ৰপতিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 5, 2025 9:49 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউৰোপৰ সৈতে শক্তিশালী হ’ব ভাৰতৰ বন্ধুত্ব : সুদীৰ্ঘ তিনি দশকৰ পিছত পৰ্তুগাল-শ্লোভাকিয়ালৈ ভ্ৰমণ ভাৰতৰ ৰাষ্ট্ৰপতিৰ

ইউৰোপৰ সৈতে অধিক শক্তিশালী সম্পৰ্ক গঢ়াৰ স্বাৰ্থত সুদীৰ্ঘ তিনি দশকৰ পাছত শ্লোভাকিয়াৰ পৰ্তুগাল ভ্ৰমণৰ উদ্দেশ্য যাবলৈ ওলাইছে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু।

Apply Now

উল্লেখ্য যে প্ৰায় ২৭ বছৰৰ পাছত ভাৰতীয় ৰাষ্ট্ৰপতিয়ে ইউৰোপৰ এই দুখন দুখন দেশ ভ্ৰমণ কৰিব। চাৰিদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে পৰ্তুগাল আৰু শ্লোভাকিয়াত দুদিনকৈ কটাব দ্ৰৌপদী মুৰ্মুৱে। অহা ৭ আৰু ৮ এপ্ৰিলত পৰ্তুগালত উপস্থিত থাকিব মুৰ্মু। তাৰ পিছত ৯ আৰু ১০ এপ্ৰিলত শ্লোভাকিয়াত থাকিব তেওঁ।

মুৰ্মুৰ এই ভ্ৰমণে ভাৰত আৰু ইউৰোপৰ মাজৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰিব বুলি জ্ঞাত সূত্ৰই আশা কৰিছে।

কেইসপ্তাহমানৰ আগতে ইউৰোপীয় আয়োগৰ সভাপতি উৰ্চুলা ভন ডাৰ লেয়েনে ভাৰত ভ্ৰমণ কৰিছিল। তাতেই চলিত বৰ্ষৰ শেষৰ ফালে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত মুক্ত বাণিজ্যৰ চূড়ান্ত সিদ্ধান্ত লোৱাৰ কথা আছিল। অহা সপ্তাহত ৰাষ্ট্ৰপতি মুৰ্মুৰ পৰ্তুগাল ভ্ৰমণ সেয়েহে অতি তাৎপৰ্যপূৰ্ণ হ’ব।

এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অন্যতম সচিব তন্ময় লালে কয় যে দুয়োখন দেশৰ এই ভ্ৰমণ এক মাইলৰ খুটি হ’বলৈ গৈ আছে। তেওঁ লগতে কয় যে এইবাৰ নতুন দিল্লী-লিছবনৰ সম্পৰ্কই ৫০ বছৰ সম্পূৰ্ণ কৰিব।

ভ্ৰমণসূচী অনুসৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে ৭ এপ্ৰিলত পৰ্তুগীজৰ ৰাষ্ট্ৰপতি মাৰ্চেলো ৰেবেলো ডি ছৌছাৰ সৈতে সাক্ষাৎ কৰিব। তাৰ পিছত তেওঁ শ্লোভাকিয়ালৈ যাব। ২৯ বছৰৰ পাছত এই সৰু ইউৰোপীয় দেশখনলৈ ৰাষ্ট্ৰপতিৰ ভ্ৰমণ সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনাইছে যে ১৯৯৫ চনত সেই দেশত ভাৰতৰ দূতাবাস স্থাপন কৰা হৈছিল।  তাত তেওঁক আদৰণি জনাব বহিঃৰাজ্যত বসবাস কৰা প্ৰায় ৬ হাজাৰ ভাৰতীয়ই।

তাত মুৰ্মুৱে অটোম’বাইল, অভিযান্ত্ৰিক, তথ্য প্ৰযুক্তি আদি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত বাণিজ্যিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে। ভাৰতৰ তীখা, আই টি, আৰু প্ৰতিৰক্ষা খণ্ডত কেইবাটাও শ্লোভাক কোম্পানীয়ে বিনিয়োগ কৰে। শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনি আৰু প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে পৃথকে পৃথকে কথা পাতিব দ্ৰৌপদী মুৰ্মুৱে। মুৰ্মুৱে ইউৰোপীয় দেশ দুখনৰ ক্ষন্তেকীয়া ভ্ৰমণৰ সময়ত ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত মুক্ত বাণিজ্যৰ পথ আৰু অধিক বহল কৰিব বুলি ধাৰণা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd