• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ পূব সীমান্ত ৰে’লৱেই চলাব তিনিযোৰ গ্ৰীষ্মকালীন বিশেষ ৰে’ল, পূৰ্বৰ বিশেষ ৰে’লৰ সময়সীমাও সম্প্ৰসাৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 5, 2025 11:24 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক গ্ৰীষ্মকালত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে, তলত উল্লেখ কৰা অনুসৰি তিনিযোৰ গ্ৰীষ্মকালীন বিশেষ ৰে’ল চলাবলৈ সিদ্ধান্ত লোৱা হৈছে।

বিশেষ ৰে’ল নং০৩০২৭ (হাওড়া – নিউ জলপাইগুড়ী) গ্ৰীষ্মকালীন বিশেষ ৯ এপ্ৰিলৰ পৰা ৭ মে, ২০২৫লৈ প্ৰতি বুধবাৰে ২৩:৫৫ বজাত হাওড়াৰ পৰা প্ৰস্থান কৰিব। একেদৰে বিশেষ ৰে’ল নং০৩০২৮ (নিউজলপাইগুড়ী – হাওড়া) গ্ৰীষ্মকালীন বিশেষ নিউ জলপাইগুড়ীৰ পৰা প্ৰতি বৃহস্পতিবাৰে ১০ এপ্ৰিলৰ পৰা ৮ মে, ২০২৫ লৈ ১২:৪৫ বজাত প্ৰস্থান কৰিব।

Apply Now

বিশেষ ৰে’ল নং ০৩১০৫ (শিয়ালদহ – জাগীৰোড) গ্ৰীষ্মকালীন বিশেষ ১৮ এপ্ৰিলৰ পৰা ৯মে, ২০২৫লৈ প্ৰতি শুক্ৰবাৰে ০৯:০০ বজাত শিয়ালদহৰ পৰা প্ৰস্থান কৰিব। একেদৰে বিশেষ ৰে’ল নং ০৩১০৬ (জাগীৰোড – শিয়ালদহ) গ্ৰীষ্মকালীন বিশেষ ১৯ এপ্ৰিলৰ পৰা ১০মে, ২০২৫লৈ প্ৰতি শনিবাৰে ১৩:০০ বজাত জাগীৰোডৰ পৰা প্ৰস্থান কৰিব।

আন এখন বিশেষ ৰে’ল নং০৯৬২৩ (উদয়পুৰচিটি – ফৰবেচগঞ্জ) গ্ৰীষ্মকালীন বিশেষ ৮ তাৰিখৰ পৰা ২৯ এপ্ৰিল ২০২৫লৈ প্ৰতি মঙলবাৰে ১৬:০৫বজাত উদয়পুৰ চিটিৰ পৰা প্ৰস্থান কৰিব। একেদৰে বিশেষ ৰে’ল  নং ০৯৬২৪ (ফৰবেচগঞ্জ – উদয়পুৰচিটি) গ্ৰীষ্মকালীন বিশেষ ১০ এপ্ৰিলৰ পৰা ১মে, ২০২৫লৈ প্ৰতি বৃহস্পতিবাৰে ০৯:০০ বজাত ফৰবেচগঞ্জৰ পৰা প্ৰস্থান কৰিব।

আনহাতে, যাত্ৰীসকলৰ সুবিধাৰ বাবে দুযোৰ বিশেষ ৰে’লৰ সময়সীমা আৰু সেৱা সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ৰেল নং০৭০৪৬/০৭০৪৭ (চাৰ্লাপল্লী – নাহৰলগুন – চাৰ্লাপল্লী) আৰু ৰেল নং ০৯১৮৯/০৯১৯০ (মুম্বাই চেণ্ট্ৰেল – কাটিহাৰ – মুম্বাই চেণ্ট্ৰেল) উভয় দিশত আৰু ০৪টা ট্ৰিপৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে। এই ৰে’ল সমূহৰ সেৱা, সময়, গঠন আৰু ষ্টপেজৰ বিদ্যমান সময়সূচীৰ সৈতে পৰিচালিত হ’ব।

তদুপৰি, ৰে’ল নং০৭০৪৬ (চাৰ্লাপল্লী – নাহৰলগুন) সাপ্তাহিক বিশেষ ৫ তাৰিখৰ পৰা ২৬ এপ্ৰিল, ২০২৫লৈ চলিবলৈ সম্প্ৰসাৰিত কৰা হৈছে আৰু ৰে’ল নং. ০৭০৪৭ (নাহৰলগুন – চাৰ্লাপল্লী) সাপ্তাহিক বিশেষ ৰে’লখন ৮ তাৰিখৰ পৰা ২৯ এপ্ৰিল, ২০২৫লৈ বৃদ্ধি কৰা হৈছে। একেদৰে, ৰে’ল নং০৯১৮৯ (মুম্বাই চেণ্ট্ৰেল – কাটিহাৰ) ৫ তাৰিখৰ পৰা ২৬এপ্ৰিল, ২০২৫লৈ বৃদ্ধি কৰা হৈছে আৰু ৰে’ল নং. ০৯১৯০ (কাটিহাৰ–মুম্বাই চেণ্ট্ৰেল)সাপ্তাহিক বিশেষ ৰে’লখন ৮ তাৰিখৰ পৰা ২৯ এপ্ৰিল, ২০২৫লৈ বৃদ্ধি কৰা হৈছে।

এই বিশেষ ৰে’লসমূহৰ ষ্টপেজ আৰু সময়সূচীৰ বিশদ বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd