• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৯৯খন দেশৰ ভিতৰত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং ১৪৮ লৈ হ্ৰাস

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 5, 2025 5:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে প্ৰকাশ পোৱা ন’মাড কেপিটেলিষ্ট পাছপ’ৰ্ট ইনডেক্স ২০২৫ অনুসৰি ভাৰতে যোৱা বছৰৰ ১৪৭ নম্বৰ স্থানৰ পৰা ১৪৮ নম্বৰ স্থানলৈ নামি আহিছে।

কৰ আৰু অভিবাসন পৰামৰ্শদাতা প্ৰতিষ্ঠান নোমাড কেপিটেলিষ্টে প্ৰকাশ কৰা এই সূচকাংকটোৱে বছৰি প্ৰতিখন দেশৰ পাছপ’ৰ্টৰ শক্তিৰ মূল্যায়ন কৰি পাঁচটা পৰিমাপৰ ভিত্তিত স্ক’ৰ আৰু ৰেংকিং কৰে:য’ত ভিছাবিহীন ভ্ৰমণ (৫০%), কৰ (২০%), বিশ্বব্যাপী ধাৰণা (১০%), দ্বৈত নাগৰিকত্ব (১০%) আৰু ব্যক্তিগত স্বাধীনতা (১০%) জোখা হয়।

পূব আফ্ৰিকাৰ দেশ ক’ম’ৰ’ছৰ সৈতে ভাৰতে ১৪৮ নম্বৰ স্থান ভাগ কৰি মুঠ স্ক’ৰ ৪৭.৫ লাভ কৰে। যোৱা বছৰ ভাৰতে মোজাম্বিকৰ সৈতে ১৪৭ নং ৰেংক ভাগ কৰিছিল।

আইৰিছ নাগৰিকসকলৰ “গোটেই ইউৰোপীয় সংঘ আৰু যুক্তৰাজ্যত মুক্তভাৱে জীয়াই থকা আৰু কাম কৰাৰ অধিকাৰ”ৰ বাবে আয়াৰলেণ্ডক ন’মাড কেপিটেলিষ্ট পাছপ’ৰ্ট সূচকাংকত ২০২৫ চনৰ বিশ্বৰ আটাইতকৈ শক্তিশালী পাছপ’ৰ্ট হিচাপে স্থান দিয়া হৈছিল।

দ্বিতীয় স্থানত আছে ছুইজাৰলেণ্ড, তাৰ পাছতে আছে গ্ৰীচ, পৰ্তুগাল, মাল্টা, ইটালী, লাক্সেমবাৰ্গ, ফিনলেণ্ড, নৰৱে, সংযুক্ত আৰব আমিৰশ্বাহী, নিউজিলেণ্ড আৰু আইচলেণ্ড। ইউৰোপৰ ছান মেৰিনোৰ সৈতে ৪৫ নম্বৰ স্থান ভাগ কৰি লৈছে আমেৰিকাই।

এই তালিকাৰ তলত পাকিস্তান, ইৰাক, ইৰিত্ৰিয়া, য়েমেন আৰু আফগানিস্তানে ১৯৫ৰ পৰা ১৯৯ নং স্থান দখল কৰিছিল।

উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থাৰ তথ্যৰ মূল্যায়নৰ ভিত্তিত হেনলি পাছপ’ৰ্ট সূচকাংকত জানুৱাৰী মাহত ভাৰত ৮০ নং স্থানৰ পৰা ৮৫ নম্বৰলৈ নামি আহিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সম্প্ৰসাৰণৰ অধিসূচনা জাৰি কৰিলে অসম চৰকাৰে

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সম্প্ৰসাৰণৰ অধিসূচনা জাৰি কৰিলে অসম চৰকাৰে

September 6, 2025 12:27 pm
কাৰাগাৰত গুৰুতৰভাৱে অসুস্থ ম্যানমাৰৰ কাৰাবন্দী নেত্ৰী আং ছান ছ্যু কী, দাবী পুত্ৰৰ

কাৰাগাৰত গুৰুতৰভাৱে অসুস্থ ম্যানমাৰৰ কাৰাবন্দী নেত্ৰী আং ছান ছ্যু কী, দাবী পুত্ৰৰ

September 6, 2025 11:38 am
পাকিস্তানৰ বিখ্যাত গায়িকা কুৰৰাতুলাইন বালোচক ভালুকৰ আক্ৰমণ : কথমপি প্ৰাণ ৰক্ষা

পাকিস্তানৰ বিখ্যাত গায়িকা কুৰৰাতুলাইন বালোচক ভালুকৰ আক্ৰমণ : কথমপি প্ৰাণ ৰক্ষা

September 6, 2025 11:18 am
কৰ ফাঁকিৰ অভিযোগক লৈ ব্ৰিটেইনৰ উপ-প্ৰধানমন্ত্ৰী এঞ্জেলা ৰেনাৰৰ পদত্যাগ

কৰ ফাঁকিৰ অভিযোগক লৈ ব্ৰিটেইনৰ উপ-প্ৰধানমন্ত্ৰী এঞ্জেলা ৰেনাৰৰ পদত্যাগ

September 6, 2025 10:07 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সম্প্ৰসাৰণৰ অধিসূচনা জাৰি কৰিলে অসম চৰকাৰে

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সম্প্ৰসাৰণৰ অধিসূচনা জাৰি কৰিলে অসম চৰকাৰে

September 6, 2025 12:27 pm
কাৰাগাৰত গুৰুতৰভাৱে অসুস্থ ম্যানমাৰৰ কাৰাবন্দী নেত্ৰী আং ছান ছ্যু কী, দাবী পুত্ৰৰ

কাৰাগাৰত গুৰুতৰভাৱে অসুস্থ ম্যানমাৰৰ কাৰাবন্দী নেত্ৰী আং ছান ছ্যু কী, দাবী পুত্ৰৰ

September 6, 2025 11:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd