• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছিৰাজৰ চাৰি উইকেটৰ লগতে গিলৰ অৰ্ধ শতকেৰে হায়দৰাবাদক পৰাস্ত কৰি দ্বিতীয় স্থানলৈ গুজৰাট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 7, 2025 7:47 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিপক্ষৰ খেলপথাৰৰ পিছত ঘৰুৱা খেলপথাৰতো ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বেয়া সময় অব্যাহত আছে। ঘৰুৱা খেলপথাৰতে গুজৰাট টাইটানছৰ হাতত পৰাস্ত হ’ল। ছানৰাইজাৰ্ছে প্ৰকততে কোনো যুঁজেই আগবঢ়াব নোৱাৰিলে।

বেটিং আৰু বলিং দুয়োটা বিভাগতে ব্যৰ্থ হয় হায়দৰাবাদ। ফলত অৰেঞ্জ আৰ্মীয়ে চাৰিখন মেচত পৰাস্ত হোৱাৰ পাছত পইণ্ট তালিকাৰ তলত থাকি গ’ল। আনহাতে, গুজৰাটে ছানৰাইজাৰ্ছক ৭ উইকেটত পৰাস্ত কৰি পইণ্ট তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হৈছে।

Apply Now

টছত জয়লাভ কৰি শুভমন গিলে এই মেচত বলিং কৰাৰ সিদ্ধান্ত লয়। তেওঁৰ সিদ্ধান্ত আছিল মূলতঃ পিটচ বুজি পোৱাৰ বাবে। হায়দৰাবাদৰ পিটচত প্ৰচুৰ ৰান হোৱাৰ নিশ্চয়তা আছিল। সেয়ে এই সিদ্ধান্ত আগতীয়াকৈ পৰিকল্পনা কৰি লোৱা হৈছিল। পৰিকল্পনাই কাম কৰিলে আৰু সেইটো ছিৰাজৰ চাৰি উইকেটৰ সৌজন্যত।

প্ৰথমে বেটিং কৰি ছানৰাইজাৰ্ছে ৮ উইকেট হেৰুৱাই ১৫২ ৰানহে সংগ্ৰহ কৰে। অভিষেক শৰ্মা, ট্ৰেভিছ হেড, ঈশান কিষাণ ব্যৰ্থ হয়। নীতিশ কুমাৰ ৰেড্ডীয়ে ৩১ ৰান আৰু হেনৰিক ক্লাচেনে ২৭ ৰান সংগ্ৰহ কৰে। তেওঁলোকৰ ৰান অবিহনে হয়তো এই ৰানখিনিও নহ’লহেঁতেন। অধিনায়ক পেট কামিন্সে ২২ ৰান সংগ্ৰহ কৰে যদিও সেয়া যথেষ্ট নহ’ল।

বলিঙেৰে ছিৰাজে চাৰিটা উইকেট দখল কৰাৰ বিপৰীতে প্ৰসিদ্ধ আৰু সাই কিশোৰে দুটাকৈ উইকেট দখল কৰে।

গুজৰাটেও লক্ষ্য অনুসৰণ কৰাৰ সময়ত ভাল আৰম্ভণি কৰা নাছিল। সাই সুদৰ্শনে মাত্ৰ ৫ ৰানহে সংগ্ৰহ কৰে। কিন্তু গিল টিকি থাকিল। বাটলাৰে শূন্য ৰাণতে উভতিলেও কোনো সমস্যা নহ’ল। গুজৰাটে ১৬.৪ অভাৰত ২ উইকেটত ১৫৩ ৰান সংগ্ৰহ কৰি জয়লাভ কৰে।

গিলে ৪৩টা বলত ৬১ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। ৪৯ ৰানত অপৰাজিত হৈ থাকে ৱাশ্বিংটন সুন্দৰ। শেষত শ্বাৰফান ৰাদাৰফোৰ্ডে ৩৫ ৰানৰ ইনিংছ খেলে। ছামীৰ ২টা উইকেট আৰু কামিন্সৰ ১টা উইকেটৰ বাহিৰে আন কোনোৱে ছানৰাইজাৰ্ছৰ হৈ এটাও উইকেট নাপালে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

September 21, 2026 3:00 pm
মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

September 21, 2026 3:00 pm
মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd