• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেৰী কমৰ জীৱনত নতুন পুৰুষৰ আগমন? ২০ বছৰীয়া সংসাৰত ভাঙোন কিংবদন্তি বক্সাৰগৰাকীৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 8, 2025 9:24 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিবাহ বিচ্ছেদৰ দিশে আগবাঢ়িছে কিংবদন্তি বক্সাৰ মেৰী কম! জানিব পৰা মতে, প্ৰায় ২০ বছৰীয়া দাম্পত্যত স্বামী কাৰুং অনলাৰৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ হোৱাৰ উপক্ৰম হৈছে। দেশৰ ক্ৰীড়াপ্ৰেমীৰ মাজত তেওঁলোকৰ প্ৰেম কাহিনী যথেষ্ট জনপ্ৰিয় আছিল। ইতিমধ্যে দুয়ো পৃথকে পৃথকে থাকিবলৈ আৰম্ভ কৰিছে।

মেৰী আৰু অনলাৰৰ বিবাহ বিচ্ছেদৰ কাৰণ হিচাপে আৰ্থিক সমস্যাৰ কথা উঠিছে। আনকি মেৰীৰ জীৱনত নতুন পুৰুষৰ আগমনৰ খবৰো শুনা গৈছে।

Apply Now

২০০০ চনত দিল্লীত প্ৰথম দেখাদেখি মেৰী আৰু অনলাৰৰ। দুয়োৱে প্ৰথম লগ পোৱাৰ আগতে মেৰীৰ বেগটো চুৰি হৈছিল। অনলাৰে সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। সেই কথা-বতৰা প্ৰেমলৈ পৰিণত হ’বলৈ বেছি সময় নালাগিল।

২০০৫ চনত তেওঁলোকৰ বিবাহ হয়।২০০৭ চনত মেৰীয়ে যমজ সন্তান জন্ম দিয়ে। ২০১২ চনৰ অলিম্পিকত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে। জনপ্ৰিয় দম্পতীহালে ২০১৩ চনত আন এজন পুত্ৰ সন্তান জন্ম দিয়ে। তেওঁলোকৰ এটা দত্তক পুত্ৰও আছে। তাৰ পিছত মেৰীয়ে বক্সিং এৰিব বিচাৰিলেও অনলাৰেই হেনো মেৰীক অহৰহ উৎসাহিত কৰিছিল।

খবৰ ওলাইছে যে সেই সম্পৰ্ক ভাঙিবলৈ ওলাইছে। জানিব পৰা মতে, মেৰীয়ে বৰ্তমান চাৰিটা সন্তানৰ সৈতে ফৰিদাবাদত বাস কৰে। আনহাতে অনলাৰ থাকে দিল্লীত। আৰু দুয়োৰে মাজৰ সমস্যাটো প্ৰায় তিনি বছৰ ধৰি চলি আছে। ইয়াৰ কাৰণ হ’ল ২০২২ চনৰ আগন্তুক মণিপুৰ নিৰ্বাচন।

তেওঁলোকৰ ঘনিষ্ঠ সূত্ৰই সৰ্বভাৰতীয় এক সংবাদ মাধ্যমক জনাইছে যে, “মণিপুৰ নিৰ্বাচনত অনলাৰৰ পৰাজয়ত প্ৰায় ২-৩ কোটি টকা লোকচান হৈছিল। এই কথাত মেৰী যথেষ্ট অসন্তুষ্ট আছিল। প্ৰথম অৱস্থাত অনলাৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিচৰা নাছিল। কিন্তু মেৰীয়ে তেওঁক কোনোমতে বাধ্য কৰাইছিল।”

কিন্তু সমস্যা ইয়াতেই শেষ নহয়। কোৱা হৈছে যে মেৰীৰ জীৱনত আন এজন পুৰুষৰ প্ৰৱেশ ঘটিছে। তেওঁ আকৌ আন এজন বক্সাৰৰ স্বামী। শেহতীয়াকৈ তেওঁৰ সৈতে ইনষ্টাগ্ৰামত ইখনৰ পিছত সিখনকৈ ছবিও পোষ্ট কৰি আহিছে। তাকে লৈ আৰু জল্পনা-কল্পনা বাঢ়িছে।

এই সূত্ৰটোৱে লগতে কয়, “অনলাৰে মেৰী আৰু তেওঁৰ সন্তানৰ বাবে সকলো দিছিল, নিজৰ ফুটবল কেৰিয়াৰো ত্যাগ কৰিছিল। তেওঁ কিমান সহায় কৰিছিল সেয়া সকলোৱে জানে। এতিয়া তেওঁ নিজৰ সন্তানক লগ কৰিবলৈও যাব পৰা নাই। গোটেই ঘটনাটোত বিধ্বস্ত হৈ পৰিছে অনলাৰ।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd