• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নৰেন্দ্ৰ মোদীক ক্ষমতাৰ পৰা উৎখাতৰ প্ৰস্তুতি: আহমেদাবাদত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধিৱেশন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 8, 2025 10:01 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৰেন্দ্ৰ মোদীক তেওঁৰ নিজৰ ক্ষেত্ৰত পৰাস্ত কৰি ক্ষমতাৰ পৰা উৎখাতৰ পৰিকল্পনাৰে কংগ্ৰেছে গুজৰাটত গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। মঙলবাৰৰ পৰা সাবৰমতী নদীৰ পাৰত ‘ন্যায়ৰ পথ: দৃঢ়তা, আত্মসমৰ্পণ, সংগ্ৰাম’ শীৰ্ষক বিষয় অগত লৈ আৰম্ভ হ’ব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধিৱেশন। ৰাহুল গান্ধীয়ে মোদীক হৰুৱাবলৈ তেওঁৰেই ৰণনীতি গ্ৰহণৰ ওপৰত জোৰ দিছে।

এই অধিৱেশনত এটা ডাঙৰ প্ৰশ্ন—ৱায়ানাদৰ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰাক নিৰ্বাচন পৰিচালনা বিভাগৰ দায়িত্ব দিয়া হ’ব নে? তিনি বছৰ আগতে উদয়পুৰত এই বিভাগৰ সিদ্ধান্ত লোৱা হৈছিল, কিন্তু এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই। প্ৰিয়ংকাৰ নেতৃত্বত ই আৰম্ভ হ’বনে, সেয়া কংগ্ৰেছ নেতাসকলৰ কৌতূহলৰ বিষয়।

Apply Now

ৰাহুল গান্ধীৰ মতে, ২০২৯ৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ ২০২৭ৰ গুজৰাট বিধানসভা নিৰ্বাচনত জয়ী হোৱাটো জৰুৰী। তাৰ বাবে মোদী-শ্বাহৰ দৰে বুথ পৰ্যায়ৰ পৰা সংগঠন শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছে। ভোটাৰ তালিকাক যুঁজৰ আহিলা হিচাপে ব্যৱহাৰ কৰি, বিজেপিৰ ‘পন্ন প্ৰমুখ’ আৰ্হিৰ দৰে প্ৰতিটো পৃষ্ঠাৰ দায়িত্ব এজন নেতাক দিয়া হ’ব। ৬৪ বছৰৰ পিছত গুজৰাটত হ’বলগীয়া এই অধিৱেশনত ৰাজনৈতিক ‘দবা খেল’ৰ ৰণনীতি স্থিৰ হ’ব। উল্লেখ্য যে গুজৰাটত ১৯৬১ত গান্ধী আৰু পেটেলৰ অধীনত শেষ অধিৱেশন হৈছিল।

যোৱা লোকসভাত কিছু সফলতা পোৱাৰ পিছতো মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ পৰাজয়ত কংগ্ৰেছৰ সংকট বাঢ়িছে। মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ বাবে ১৫০-২০০ আসন জয়ৰ লক্ষ্যত ঔপনিত হ’বলৈ জিলা পৰ্যায়ত সংগঠন শক্তিশালী কৰাটো জৰুৰী। ৰাহুলে সোঁতৰ বিপৰীতে খোজ কাঢ়ি, জিলা সভাপতিসকলক ক্ষমতা দি বিকেন্দ্ৰীকৰণৰ পথ মুকলি কৰিব বিচাৰিছে। ৮৬২ জন জিলা সভাপতিৰ সৈতে বৈঠকৰ পিছত মোদীৰ ‘PM to DM’ৰ দৰে জিলা নেতৃত্বৰ মতামতক গুৰুত্ব দিয়া হ’ব।

মঙলবাৰে ১৬৯ সদস্যৰ বৈঠক আৰু বুধবাৰে ২,০০০ নেতাৰ অংশগ্ৰহণত অধিৱেশন চলিব। ৰনদীপ সুৰজেৱালাৰ নেতৃত্বত প্ৰস্তাৱ চূড়ান্ত হৈছে। গুজৰাটক লৈ বিশেষ প্ৰস্তাৱৰ সম্ভাৱনা আছে। কংগ্ৰেছ দলৰ এই নিৰ্বাচনী ৰণকৌশল কিমান দূৰ সফল হ’ব সেয়া লক্ষণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm
ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm
আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd