• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home বিজ্ঞান-প্ৰযুক্তি

বিজ্ঞানৰ চমক : জেনেটিক ইঞ্জিনিয়াৰিঙৰ দ্বাৰা পুনৰ জন্ম লাভ কৰিলে ১২ হাজাৰ বছৰৰ আগতে বিলুপ্ত হোৱা জন্তুৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 9, 2025 9:09 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় ১২,৫০০ বছৰ পূৰ্বে পৃথিৱীৰ পৰা বিলুপ্ত হৈ পৰিছিল ডায়াৰ উলভছ হাউল নামৰ এবিধ বিশেষ কুকুৰনেচীয়া। কিন্তু বিজ্ঞানী সকলে জেনেটিক ইঞ্জিনিয়াৰিঙ পদ্ধতিৰ দ্বাৰা পুনৰ পৃথিৱীলৈ ঘূৰাই আনিছে বিলুপ্ত হৈ যোৱা এই বিশেষ জন্তুটো।

বিজ্ঞানীসকলে জন্ম দিছে এই প্ৰজাতিটোৰ দুটাকৈ পোৱালি। পোৱালি দুটাৰ নাম ৰোমুলাছ আৰু ৰেমুছ। পোৱালি দুটাৰ বয়স মাত্ৰ ছমাহ যদিও ইতিমধ্যে ইহঁতৰ দৈৰ্ঘ্য প্ৰায় চাৰি ফুট আৰু ওজন ৩৬ কিলোগ্ৰামতকৈ বেছি।

Apply Now

এই গৱেষণা প্ৰক্ৰিয়াৰ লগত জড়িত টেক্সাছস্থিত কল’ছাল বায়’ছায়েন্সেছৰ এক প্ৰতিবেদন অনুসৰি তেওঁলোকে প্ৰাচীন ডিএনএ, ক্ল’নিং আৰু জিন সম্পাদনা ব্যৱহাৰ কৰি এই বিলুপ্তপ্ৰায় প্ৰজাটিটোৰ সৃষ্টি কৰিছে।

বিজ্ঞানীসকলে এই ডায়াৰ উলভছ হাউলৰ নিকটতম জীৱিত প্ৰজাতিৰ ডি এন এ ব্যৱহাৰ কৰিছিল। উল্লেখ্য যে বিলুপ্ত হোৱাৰ আগত ডায়াৰ উলভছ হাউল আছিল এবিধ ভয়ংকৰ আৰু চিকাৰী জন্তু। ইহঁতৰ আকাৰ আছিল আন কুকুৰনেচীয়াতকৈ ডাঙৰ।

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় আৰু মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি (এম আই টি) উভয়ৰে সহ-প্ৰতিষ্ঠাপক তথা জেনেটিক্সৰ অধ্যাপক জৰ্জ চাৰ্চে কয় যে জন্মৰ কিছু সময়ৰ পিছৰ পৰাই পোৱালী দুটাক বটলৰ গাখীৰ খুওৱা হৈছিল। এতিয়া পোৱালি দুটা ডাঙৰ হৈছে আৰু সম্পূৰ্ণ সুস্থ।

কিন্তু এই পোৱালি দুটাৰ আচৰণ বৰ্তমানৰ আন কুকুৰনেচীয়াৰ প্ৰজাতিৰ তুলনাত পৃথক। মানুহৰ উপস্থিতিত কুকুৰনেচীয়া পোৱালিয়ে যি উচ্ছলতা প্ৰদৰ্শন কৰে সেয়া ইহঁতৰ নাই। ৰোমুলাছ আৰু ৰেমুছে মানুহৰ পৰা নিজৰ দূৰত্ব বজাই ৰাখে আৰু মানুহ ওচৰ চাপি অহাৰ লগে লগে পিছুৱাই যায়। সিহঁত অকলশৰীয়া হ’ব বিচাৰে।

কল’ছাল বায়’ছায়েন্সেছৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া বেন লেমে এক প্ৰেছ বিবৃতিত কয় যে আমাৰ দলটোৱে  এই প্ৰজাতিটোৰ ১৩ হাজাৰ বছৰ পুৰণি দাঁত আৰু ৭২ হাজাৰ বছৰ পুৰণি লাওখোলাৰ ডি এন এ লৈ ৰোমুলাছ আৰু ৰেমুছক সৃষ্টি কৰিছিল।

উল্লেখ্য যে বৰ্তমান এই কুকুৰনেচীয়া দুটাই ১০ ফুট ওখ বেৰেৰে আবদ্ধ অজ্ঞাত স্থানৰ ২০০০ একৰ ভূমিত বাস কৰি আছে। য’ত নিৰাপত্তাৰক্ষী, ড্ৰ’ন আৰু লাইভ কেমেৰাই কুকুৰনেচীয়া দুটাক নিৰীক্ষণ কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd