• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘বিকৃত যৌনতা’! গোহালিত গৰুৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ, আটক দুই হিন্দু যুৱক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 9, 2025 1:06 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিয়ে দলটো গৰুক লৈ যথেষ্ট সংবেদনশীল। সেইবাবেই দলটোৱে ডাবল ইঞ্জিন ৰাজ্যসমূহত গো-পালন সন্দৰ্ভত কেইবাটাও ঘোষণা কৰিছে। সেই তালিকাত মধ্যপ্ৰদেশৰ নাম প্ৰথম। এইবাৰ মধ্যপ্ৰদেশত দুটা পৃথক ঘটনাত গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্কৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰা হয়।

যি সময়ত এই ঘটনাক লৈ মোহন যাদৱ চৰকাৰ ক্ষোভিত হৈ পৰিছে, সেই সময়ত গো-পালনৰ বাজেট আবণ্টন দুগুণ হোৱা ৰাজ্যত এনে ঘটনা কেনেকৈ হ’ব পাৰে, সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে!

Apply Now

আৰক্ষীৰ সূত্ৰ অনুসৰি ইন্দোৰ আৰু মন্দসৌৰ জিলাৰ পৰা দুখন এজাহাৰ পোৱা গৈছে। প্ৰথম ঘটনা সংঘটিত হৈছিল ইন্দোৰত। ছ’চিয়েল মিডিয়াত গৰুৰ সৈতে হোৱা কু-কৰ্মৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে কঁপি উঠিল গৰু অধিকাৰ কৰ্মী আৰু অন্যান্য হিন্দু সংগঠন। ইয়াৰ পাছতে সেই স্থানত উপস্থিত হৈ অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰ্যালোচনা কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তৰ নাম বিজয় আহিৰৱাৰ। তেওঁ ইন্দোৰৰ কাৰখানাত কৰ্মৰত আছিল। পিছত আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ পৰ্যালোচনা কৰি ঘটনাৰ তদন্ত কৰি গ্ৰেপ্তাৰ কৰে।

অতিৰিক্ত আৰক্ষী উপ আয়ুক্ত ৰাজেশ দণ্ডোতিয়াই কয় যে অভিযুক্তৰ বিৰুদ্ধে পশুৰ ওপৰত নিষ্ঠুৰতা প্ৰতিৰোধ আইন, ১৯৬০ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।ইচ্ছাকৃতভাৱে কোনো জন্তুৰ প্ৰতি কষ্ট দিয়া বা কষ্ট দিয়াটো অপৰাধমূলক অপৰাধ বুলি গণ্য কৰা হয়। সেইবাবেই অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

আনটো ঘটনা সংঘটিত হৈছে ইন্দোৰৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ নিলগৰ মন্দসৌৰ জিলাৰ আফজলপুৰ থানাৰ অন্তৰ্গত এখন গাঁৱত। আফজলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমৰ্থ ছিনামে কয় যে অভিযুক্ত যুৱকজনৰ নাম দ্বাৰকা গোস্বামী। ৩৫ বছৰীয়া যুৱকজনৰ ঘৰ মাণ্ডছৌৰত।

অভিযোগ অনুসৰি সোমবাৰে নিশা গোহালিলৈ গৈ গৰুৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই লজ্জাজনক কাণ্ড পোহৰলৈ অহাৰ লগে লগে স্থানীয় এজন বাসিন্দাই সমগ্ৰ ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি পিছত ছ’চিয়েল মিডিয়াত আপলোড কৰে। যিটো ভাইৰেল হোৱাৰ লগে লগে আলোড়নৰ সৃষ্টি কৰিছিল। মঙলবাৰে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি গাঁৱত ঘূৰি ফুৰাৰ পিছত থানালৈ লৈ যায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm
ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm
আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd