• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ট্ৰাম্পৰ শুল্কৰ নীতিয়ে প্ৰভাৱিত কৰিছে ভাৰতীয় বজাৰ: মোদীৰ জৰুৰী বৈঠক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 9, 2025 3:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৬ শতাংশ শুল্ক আৰোপ কৰিছে, যি আজি বুধবাৰৰ পৰা কাৰ্যকৰী হ’ব। এই শুল্ক বৃদ্ধিয়ে বিশ্ব বাণিজ্য ক্ষেত্ৰত যুদ্ধৰ ৰূপ লৈছে। ইয়াৰ দ্বাৰা প্ৰভাবিত হৈছে ভাৰতীয় শ্বেয়াৰ বজাৰো।  ট্ৰাম্পৰ নতুন শুল্কৰ ফলত ভাৰতীয় বজাৰত হ’ব পৰা ক্ষতিৰ ওপৰত আলোচনা বাবে আজি নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত হৈছে।

অন্য দেশৰ দৰে ভাৰতৰ শ্বেয়াৰ বজাৰো ট্ৰাম্পৰ শুল্ক যুদ্ধৰ দ্বাৰা প্ৰভাৱিত হৈছে। সোমবাৰে  চেন্সেক্স ২.৯৫ শতাংশ হ্ৰাস পাই প্ৰায় ৪,০০০ পইণ্ট তললৈ নামিছিল। কিন্তু মঙলবাৰৰ পৰা বম্বে ষ্টক এক্সচেঞ্জত ব্যৱসায় পুনৰ আৰম্ভ হৈ চেন্সেক্সে ১,০০০ পইণ্ট বৃদ্ধি পাইছিল। নিফটিও ২২.৫ অতিক্ৰম কৰি পুৰণি স্তৰলৈ ঘূৰি আহিছিল। তথাপি, এদিনৰ ভিতৰতে শ্বেয়াৰ বজাৰ সূচকাংক পুনৰ হ্ৰাস পাইছে—চেন্সেক্স প্ৰায় ৫০০ আৰু নিফটি ২০০ পইণ্ট তললৈ নামিছে।

Apply Now

বজাৰৰ এই ওঠা-নমাৰ মাজতে আজি মোডীৰ মন্ত্ৰীসভাৰ বৈঠকত ট্ৰাম্পৰ শুল্কৰ ইতিবাচক আৰু নেতিবাচক প্ৰভাৱৰ বিষয়ে আলোচনাৰ লগতে সমাধানৰ উপায় বিচাৰা হ’ব। দিল্লীৰ বাবে স্বস্তিৰ কথা যে তাম, তীখা, এলুমিনিয়াম, সোণ-ৰূপৰ  ঔষধ আৰু ঔষধৰ কেঁচামালৰ দৰে বহু সামগ্ৰী ২৬ শতাংশ শুল্কৰ বাহিৰত ৰখা হৈছে। বাকী সকলো সামগ্ৰীৰ ওপৰত আজিৰ পৰা এই শুল্ক প্ৰযোজ্য হৈছে।

প্ৰকাশিত তথ্য অনুসৰি ট্ৰাম্পে কৈছে যে যিবিলাক দেশে অপাৰস্পৰিক বাণিজ্য ব্যৱস্থা ঠিক কৰিবলৈ পদক্ষেপ ল’ব, তেওঁলোকক শুল্ক যুদ্ধত ৰেহাই দিয়া হ’ব। এই দফাৰ সুবিধা লৈ ভাৰতে আপোচ বিচাৰিবলৈ চেষ্টা কৰিছে।

চৰকাৰী বিষয়াসকলে কয় যে ভাৰতৰ শুল্ক এছিয়াৰ আন দেশতকৈ কম। আমেৰিকাই ভাৰতৰ ওপৰত ২৬ শতাংশ শুল্ক আৰোপ কৰিছে, কিন্তু চীনৰ বাবে ৩৪%, ভিয়েটনামৰ বাবে ৪৬% আৰু ইণ্ডোনেছিয়াৰ বাবে ৩২%। চীনে প্ৰতিশোধত আমেৰিকাৰ সামগ্ৰীত ৩৪ শতাংশ শুল্ক লগাইছে। কিন্তু ভাৰতে এতিয়ালৈকে তেনে সিদ্ধান্ত লোৱা নাই।

আজিৰ আলোচনাৰ শেষত মোদী চৰকাৰে আমেৰিকাৰ সামগ্ৰীত অতিৰিক্ত শুল্ক আৰোপ কৰিব নে হোয়াইট হাউছৰ সৈতে আপোচৰ পথ ল’ব সেই লৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd