• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এ আই ইউ ডি এফক বিজেপিৰ ‘বি-টিম’ আখ্যা অখিল গগৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 9, 2025 9:07 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাইজৰ দলৰ মুৰব্বী তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বদৰুদ্দিন আজমলৰ নেতৃত্বত অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট (এআইইউডিএফ) ভাৰতীয় জনতা পাৰ্টিৰ ‘বি-টিম’ হিচাপে কাম কৰি আহিছে। মঙলবাৰে ৮ এপ্ৰিল, ২০২৫ ধুবুৰী জিলাত পঞ্চায়ত নিৰ্বাচনী সভাত তেওঁ কয় যে এই দুয়োটা দলে অসমত সাম্প্ৰদায়িক ৰাজনীতিৰ জৰিয়তে গোপনে সহযোগিতা কৰি আহিছে।

গগৈয়ে অভিযোগ কৰে যে বিজেপি আৰু এআইইউডিএফে প্ৰতিদ্বন্দ্বিতাৰ ভাও জনালেও পৰস্পৰৰ সহায় কৰিছে। তেওঁ দুয়োটা দল একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি কটাক্ষ কৰি কয়।বিভাজনকাৰী ৰাজনীতিৰে ৰাজ কৰি আহিছে, তেওঁলোকৰ এই পৰিকল্পনা সফল হ’বলৈ দিয়া নহ’ব।

তেওঁ বিজেপিৰ ওপৰত গণতান্ত্ৰিক মূল্যবোধৰ অবক্ষয় আৰু মেৰুকৰণৰ ইন্ধন যোগোৱাৰ অভিযোগ তুলি ক’য় যে ৰাইজৰ দলে সঠিক প্ৰাৰ্থীৰে পঞ্চায়ত নিৰ্বাচনত অংশ লৈ জনতাৰ প্ৰয়োজনীয়তাক গুৰুত্ব দিব।

২ আৰু ৭ মে’ত দুটা পৰ্যায়ত ২৫,০০৭টা ভোটকেন্দ্ৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। গগৈয়ে কয় যে তেওঁৰ দলে এআইইউডিএফক কেইবাটাও অঞ্চলত দুৰ্বল কৰিছে আৰু এই ধাৰা অব্যাহত ৰাখিব। ৰাইজৰ দল কংগ্ৰেছৰ নেতৃত্বত বিৰোধী মিত্ৰজোঁটৰ অংশ,যদিও মিত্ৰজোঁটৰ ভিতৰত কিছু মতানৈক্য আছে বুলি মত প্ৰকাশ কৰে। অৱশ্যে গগৈৰ অভিযোগ নাকচ কৰিছে এআইইউডিএফে ।

ইফালে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বুধবাৰে ৯ এপ্ৰিল, ২০২৫ বজালী জিলাত দলীয় কৰ্মীৰ সভাত কয় যে কংগ্ৰেছে শাসনকালত মুছলমানক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি তেওঁলোকৰ প্ৰকৃত সমস্যা অৱহেলা কৰি অহিছে বুলি উল্লেখ কৰিছে। আমি এই অন্যায়ৰ কথা পোহৰলৈ আনিম বুলি উল্লেখ কৰি তেওঁ কয় যে ৱাকফ ব’ৰ্ডৰ দুৰ্নীতি নিৰীক্ষণক সংশোধনী পদক্ষেপ বুলি উল্লেখ কৰে।

শইকীয়াই লগতে কয় যে বিজেপি মুছলমান বিৰোধী বুলি ভুল ধাৰণা সৃষ্টি কৰা হৈছে। বিজেপিৰ দৃষ্টিভংগী সামূহিক আৰু অন্তৰ্ভুক্তিমূলক, সকলো সদস্যক সমান গুৰুত্ব দিয়া হয় বুলি মত প্ৰকাশ কৰে।

উল্লেখ্য যে প্ৰায় ১.৮ কোটি ভোটাৰে ২১,৯২০ জন গাঁও পঞ্চায়তৰ সদস্য, ২,১৯২ জন গাঁও পঞ্চায়তৰ সভাপতি-উপসভাপতি, আঞ্চলিক পঞ্চায়তৰ সদস্য, ১৮১ জন আঞ্চলিক পঞ্চায়তৰ সভাপতি-উপসভাপতি আৰু ৩৯৭ জন জিলা পঞ্চায়ত সদস্য নিৰ্বাচন কৰিব।  ১১ মে’ত ঘোষণা কৰা হ’ব পঞ্চায়ত নিৰ্বাচনৰ ফলাফল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm
জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

September 19, 2025 8:13 pm
মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

September 19, 2025 8:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd