• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধোনীৰ প্ৰত্যাৱৰ্তন, IPLৰ বাকী মেচত CSKৰ নেতৃত্বত কেপ্তেইন কুল; টুৰ্ণামেণ্টৰ পৰা বাহিৰ ৰুতুৰাজ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 10, 2025 8:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চেন্নাই ছুপাৰ কিংছৰ অনুৰাগীৰ বাবে ভাল খবৰ। অধিনায়কৰ আৰ্মবেণ্ড পুনৰ এবাৰ পৰিধান কৰিব মহেন্দ্ৰ সিং ধোনীয়ে। প্ৰতিখন খেলতে পৰাস্ত হৈ হৈ লীগত পিছ পৰি থকা চেন্নাই ছুপাৰ কিংছ ধোনীৰ স্পৰ্শত পুনৰুজ্জীৱিত হ’বনে?

শুকুৰবাৰৰ পৰা চি এছ কে শিবিৰৰ নেতৃত্ব দিব ধোনীয়ে। চলিত ছিজন অপ্ৰত্যাশিতভাৱে অন্ত পৰিল ৰুতুৰাজ গাইকোৱাডৰ। এই ছিজনত তেওঁ আৰু খেলিব নোৱাৰিব। খবৰ পোৱা গৈছে যে তেওঁৰ কঁকালত ফাট মেলিছে।

Apply Now

শুকুৰবাৰে চিপকত চিএছকে বনাম কেকেআৰৰ মেচ। এই ৰোমাঞ্চকৰ খেলখনৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছৰ বাবে বহু ভাল খবৰৰ লগতে বেয়া খবৰ। ৰুতুৰাজৰ দৰে বেটছমেন বাহিৰ হোৱাৰ অৰ্থ হ’ল চেন্নাইৰ বেটিং বিভাগত শক্তিহীনতা।

আনহাতে কম্পিউটাৰতকৈও চোকা মগজুৰ অধিকাৰী ধোনীৰ অধিনায়ক হিচাপে প্ৰত্যাৱৰ্তনৰ অৰ্থ হ’ল চি এছ কেই প্ৰতিযোগিতাখনত ঘূৰি আহিবলৈ আপ্ৰাণ চেষ্টা চলাব। কোৱা বাহুল্য যে কে কে আৰৰ বাবে চিপকত কামটো আৰু অধিক কঠিন হৈ পৰিল।

বৃহস্পতিবাৰে এই খবৰ ঘোষণা কৰে চেন্নাইৰ মুখ্য প্ৰশিক্ষক ষ্টিফেন ফ্লেমিংয়ে। বৰ্তমানৰ আই পি এলত চেন্নাইক নিস্তেজ দেখা গৈছে। পাঁচখন খেলৰ ভিতৰত মাত্ৰ এখন খেলত জয়লাভ কৰিছে চি এছ কেই। লীগ টেবুলত ৯ নম্বৰ স্থানত আছে হালধীয়া জাৰ্চিৰ দলটো।

ৰুতুৰাজ কেনেকৈ আঘাতপ্ৰাপ্ত হ’ল? ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলখনত তুষাৰ দেশপাণ্ডেৰ এটা বল ৰুতুৰাজৰ কঁকালত খুন্দা মাৰে। তাৰ পিছতো তেওঁ দুখন মেচ খেলিছিল।

🚨 OFFICIAL STATEMENT 🚨

Ruturaj Gaikwad ruled out of the season due to a hairline fracture of the elbow.

MS DHONI TO LEAD. 🦁

GET WELL SOON, RUTU ! ✨ 💛#WhistlePodu #Yellove🦁💛 pic.twitter.com/U0NsVhKlny

— Chennai Super Kings (@ChennaiIPL) April 10, 2025

কিন্তু স্কেন ৰিপৰ্টত দেখা গৈছে যে ৰুতুৰাজ গাইকোৱাডৰ কঁকাল ফাট মেলিছে। ৰুতুৰাজৰ বিদায়ৰ লগে লগে নেতৃত্বৰ দায়িত্ব ধোনীৰ ওপৰত পৰিল। চেন্নাইৰ বেয়া সময়ত ধোনীয়ে নেতৃত্বৰ দায়িত্ব লোৱাৰ লগে লগে অনুৰাগীসকলে অনুভৱ কৰে যে এইবাৰ চি এছ কেৰ প্ৰত্যাৱৰ্তনৰ সময়। শুকুৰবাৰৰ চি এছ কে বনাম কে কে আৰ মেচৰ গুৰুত্ব হঠাতে বাঢ়ি গ’ল। ধোনীৰ নেতৃত্বই এই মেচৰ উত্তাপ বহুগুণ বৃদ্ধি কৰিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd