• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘মহিলাক চিনি পোৱাৰ অৰ্থ ধৰ্ষণৰ অনুজ্ঞাপত্ৰ নহয়’- মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ পৰ্যবেক্ষণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 12, 2025 7:45 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী যুৱতীক বহুদিনৰ পৰা চিনি পাইছিল যুৱকজনে! দুমাহৰ পাছত যুৱকজনৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন হয়। কিন্তু যুৱকজনৰ মতে যুৱতীগৰাকীৰ সন্মতি সাপেক্ষে হৈছিল এই কাণ্ড। এই দাবী উত্থাপন কৰি ধৰ্ষণ কাণ্ডৰ অভিযুক্তৰ অধিবক্তাই এফআইআৰ খাৰিজ কৰিবলৈ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে। কিন্তু মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে অভিযুক্তৰ এই আবেদন খাৰিজ কৰি এই কথা পৰ্যবেক্ষণ কৰে যে মহিলাগৰাকীক চিনাকি হোৱাৰ বাবেই তেওঁৰ ধৰ্ষণৰ অনুজ্ঞাপত্ৰ আছে বুলি ক’ব নোৱাৰি।

মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ত ন্যায়াধীশ গুৰপাল সিং আহলুৱালিয়াৰ একক বিচাৰপীঠে ধৰ্ষণৰ গোচৰ খাৰিজ কৰাৰ আবেদনৰ শুনানি গ্ৰহণ কৰি আছে। আদালতৰ সূত্ৰ অনুসৰি যুৱকজনে প্ৰায় দুমাহ পূৰ্বে ঘৰৰ পিছফালে থকা ৰেষ্টুৰেণ্ট এখনলৈ লৈ যোৱাৰ পিছত চিনাকি যুৱতীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। কিন্তু অভিযুক্তই নিৰ্দোষী বুলি দাবী কৰি আদালতৰ আগত কয় যে যিটো হৈছে তেওঁ আৰম্ভণিৰে পৰা চিনি পোৱা যুৱতীগৰাকীৰ সন্মতি সাপেক্ষে। যুক্তি শুনানিৰ পিছত উচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে ভুক্তভোগী মহিলাগৰাকীয়েও অভিযুক্তক চিনি পোৱা বুলি অভিযোগত উল্লেখ কৰিছে। ইফালে অভিযুক্তই আদালতত দাখিল কৰা ফটোবোৰেও ইজনে সিজনক চিনি পোৱাৰ ইংগিত দিয়ে। কিন্তু আগতে চিনাকি হোৱাৰ অৰ্থ এইটো নহয় যে এগৰাকী মহিলাক ধৰ্ষণ কৰিবলৈ ‘লাইচেন্স’ পায়।

Apply Now

ঘটনা সংঘটিত হোৱাৰ দিনা ফাৰ্মৰ সন্মুখেৰে পাৰ হৈ যোৱাৰ সময়ত অভিযুক্তই তেওঁৰ পথ বন্ধ কৰি দিয়ে বুলি অভিযোগ উত্থাপন কৰে। তাৰ লগত কথা পাতিবলৈ মন যায়। অভিযোগ অনুসৰি যুৱতীগৰাকীয়ে যেতিয়া যুৱকজনক আওকাণ কৰে তেতিয়া তেওঁক বলপূৰ্বকভাৱে ওচৰৰ পথাৰলৈ লৈ গৈ ধৰ্ষণ কৰে। লগতে এই ঘটনা পোহৰলৈ আহিলে অভিযুক্তই হত্যা কৰাৰ ভাবুকিও দিয়া বুলিও তেওঁ কয়। জাতিৰ বিষয়েও বেয়া কথা কোৱাৰ অভিযোগ উত্থাপন হৈছে।

কিন্তু প্ৰায় দুমাহৰ পিছত অভিযোগ কিয়?

এই বিষয়ৰ উদ্ধৃতি দি অভিযুক্তই গোচৰ খাৰিজ কৰিবলৈ আবেদন জনায়। উচ্চ ন্যায়ালয়ে কয় যে পলমকৈ অভিযোগ দাখিল কৰাৰ অৰ্থ এইটো নহয় যে কোনো অপৰাধ সংঘটিত হোৱা নাই বা এই কাৰণত এফআইআৰ খাৰিজ কৰিব নোৱাৰিব। উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ উদ্ধৃতি দি ন্যায়াধীশ গুৰপাল সিঙে কয় যে কেতিয়া এফআইআৰ দাখিল কৰিব লাগে সেই সম্পৰ্কে আইনত কোনো নিৰ্দিষ্ট সময়সীমা নাই। ফলত অভিযোগটোক অবৈধ বুলি ক’ব নোৱাৰি। এই পৰ্যবেক্ষণ কৰি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে অভিযুক্তৰ আবেদন খাৰিজ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd