• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ কবিতা- চহৰত বৰষুণ

হৰেকৃষ্ণ ডেকা by হৰেকৃষ্ণ ডেকা
April 13, 2025 10:01 am
114
VIEWS
Share on FacebookShare on Twitter

চহৰত বৰষুণ

————

ধাৰাসাৰ বৰষুণ ৷

উটুৱাই নিব নেকি

চহৰীয়া ভুলবোৰ

পানীত ককবকাই থকা খংবোৰ ?

কিন্তু যিসকলে পানীপৰুৱাৰ দৰে

ককবকাই আছে

উটি যাবনে তেওঁলোকৰ দুঃখবোৰো

নে পানীয়ে-বামে উভচৰ হৈ

থাকিব তেওঁলোক ৷

দোষ কাৰ?

নাগৰিকৰ নে নগৰ পৰিকল্পনাৰ?

নে সকলোৰে উদাসীনতাৰ?

যিসকলে পানীত ওপঙিছে

তেওঁলোক এতিয়া মাত মাতি মাতি

বোবা ৷

বৈদ্যুতিন পর্দাত

চঞ্চল ছবিৰ কথকতা

তেওঁলোকৰ ভগা হাড়ত

সাময়িক ভেঙুচালি ৷

বৰষুণে ৰিমজিম গান

ইয়াত নাগায় ৷

কেৱল মানুহৰ সমূহীয়া ভুলত

বিদ্রুপৰ তবলা বজায় ৷

—

Recent News

গুৱাহাটীবাসীলৈ সুখবৰ! ৬ জুলাইত মুকলি হ’ব ৰুক্মিণীগাঁৱত নিৰ্মীয়মাণ উৰণ সেতুৰ

গুৱাহাটীবাসীলৈ সুখবৰ! ৬ জুলাইত মুকলি হ’ব ৰুক্মিণীগাঁৱত নিৰ্মীয়মাণ উৰণ সেতুৰ

ৰঙা চন্দনৰ বাবে মেঘালয়ৰ দুস্কৃতিকাৰীয়ে অসমভূমিত জ্বলাই দিলে ঘৰ

ৰঙা চন্দনৰ বাবে মেঘালয়ৰ দুস্কৃতিকাৰীয়ে অসমভূমিত জ্বলাই দিলে ঘৰ

ভাৰতৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ ইৰাণৰ দূতাবাসৰ

ভাৰতৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ ইৰাণৰ দূতাবাসৰ

নিউয়ৰ্ক চহৰৰ মেয়ৰৰ দৌৰত ভাৰতীয় বংশোদ্ভৱ জোহৰণ মামদানী

নিউয়ৰ্ক চহৰৰ মেয়ৰৰ দৌৰত ভাৰতীয় বংশোদ্ভৱ জোহৰণ মামদানী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd