• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজকোটত ৰাজকুমাৰ জাটৰ ৰহস্যজনক মৃত্যু: হত্যাৰ অভিযোগ পৰিয়ালৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 13, 2025 4:55 pm
112
VIEWS
Share on FacebookShare on Twitter

ৰাজস্থানৰ ভিলৱাৰাৰ ৩০ বছৰীয়া ইউ পি এছ চিৰ আকাংক্ষী ৰাজকুমাৰ জাটৰ ৰহস্যজনক মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে, পৰিয়ালে হত্যাৰ অভিযোগ উত্থাপন কৰি চি বি আইৰ তদন্তৰ দাবী জনাইছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি ৰাজকোট-আহমেদাবাদ ঘাইপথত উদ্ধাৰ হোৱা জাটৰ মৃতদেহত ৪০টাতকৈও অধিক আঘাতৰ চিন আছিল, যাৰ ফলত আৰক্ষীয়ে পথ দুৰ্ঘটনা বুলি দাবী কৰাৰ পিছতো হত্যাৰ সন্দেহৰ কৰিছে পৰিয়ালে।

ৰাজকুমাৰৰ পিতৃ ৰতনলাল জাটে বিধায়ক গীতাবা জয়ৰাজসিং জাডেজাৰ পুত্ৰ জ্যোতিৰাদিত্যসিং জাদেজা (উৰফে গণেশ) আৰু তেওঁৰ সহযোগীসকলে হত্যাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। ৰতনলালে অভিযোগ কৰে যে যোৱা ২ মাৰ্চত বিধায়কগৰাকীৰ বাসগৃহৰ সমীপত তেওঁ আৰু তেওঁৰ পুত্ৰক আক্ৰমণ কৰা হৈছিল আৰু তাৰ পিছত ৰাজকুমাৰ নিৰুদ্দেশ হৈছিল। পৰিয়ালৰ দাবী, আৰক্ষীয়ে চিচিটিভি ফুটেজ আৰু মৰণোত্তৰ পৰীক্ষাকে ধৰি প্ৰমাণৰ লগত খেলা  কৰাৰ লগতে বাৰে বাৰে অভিযোগ উত্থাপন হোৱাৰ পিছতো এফআইআৰ ৰুজু কৰা নাই।

বিষয়টো তীব্ৰতৰ হৈ পৰাত ৰাজস্থানৰ সাংসদ হনুমান বেনিৱাল আৰু স্থানীয় জনসাধাৰণে ন্যায় বিচাৰিছে। পৰিয়ালটোক প্ৰতিনিধিত্ব কৰা অধিবক্তা জয়ন্ত মুণ্ডে কয় যে ৰাজকুমাৰ শৰীৰৰ আঘাতে বৰ্বৰতাকহে আঙুলিয়াই দিছে এয়া দুৰ্ঘটনা নহয় বুলি উল্লেখ কৰাৰ লগতে সত্য উন্মোচন কৰিবলৈ চিবিআইৰ তদন্তৰ দাবী কৰিছে।

চিচিটিভিৰ প্ৰমাণৰ উদ্ধৃতি দি আৰক্ষীয়ে ৰাজকুমাৰক বাছে খুন্দা মৰা বুলি জোৰ দিয়ে যদিও পৰিয়ালটোৱে এই কথাত একমত নহয় আৰু তদন্তত অনিয়মৰ অভিযোগ উত্থাপন কৰিছে। ৰাজকুমাৰৰ মৃত্যু আকস্মিক হওক বা ইচ্ছাকৃতভাৱে হওক, তেওঁৰ ন্যায় সুনিশ্চিত কৰিবলৈ কৰ্তৃপক্ষক আহ্বান জনাই ভিলৱাৰা আৰু গণ্ডালত প্ৰতিবাদ অব্যাহত ৰাখিছে।

Recent News

নগাঁৱৰ বোৱাৰী লৈ পলাল কুকিল হীৰা! কিয় তিনিবাৰকৈ বিয়া পতা পুৰুষৰ সৈতে পলাল বোৱাৰী?

নগাঁৱৰ বোৱাৰী লৈ পলাল কুকিল হীৰা! কিয় তিনিবাৰকৈ বিয়া পতা পুৰুষৰ সৈতে পলাল বোৱাৰী?

প্ৰেমিকক বিয়া কৰাবলৈ লিংগ সলনি কৰিলে যুৱকে! সোণু হ’ল ছোনিয়া; ভাইৰেল ভিডিঅ’

প্ৰেমিকক বিয়া কৰাবলৈ লিংগ সলনি কৰিলে যুৱকে! সোণু হ’ল ছোনিয়া; ভাইৰেল ভিডিঅ’

২৫ সপ্তাহত গৰ্ভপাতৰ অনুমতি! বিশেষ প্ৰেক্ষাপটত উচ্চ ন্যায়ালয়ে দিলে এই ৰায়…

২৫ সপ্তাহত গৰ্ভপাতৰ অনুমতি! বিশেষ প্ৰেক্ষাপটত উচ্চ ন্যায়ালয়ে দিলে এই ৰায়…

লোমহৰ্ষক! শেষ দেখা বু্লি প্ৰেমিকাক হোটেললৈ মাতি আনি কি সৰ্বনাশী কাণ্ড প্ৰেমিকৰ

লোমহৰ্ষক! শেষ দেখা বু্লি প্ৰেমিকাক হোটেললৈ মাতি আনি কি সৰ্বনাশী কাণ্ড প্ৰেমিকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd