• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভূমি দুৰ্নীতিৰ গোচৰত বাঢ়িছে বিপদ! কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমায়াৰ পত্নীৰ বিৰুদ্ধে জাননী জাৰি হাইকোৰ্টৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 16, 2025 6:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহীশূৰ নগৰ উন্নয়ন বিভাগৰ (মুডা)ৰ ভূমি দুৰ্নীতিৰ গোচৰত অধিক বিপদত পৰিছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমায়া। কৰ্ণাটক উচ্চ ন্যায়ালয়ে মুখ্যমন্ত্ৰী, তেওঁৰ পত্নী পাৰ্বতী বিএমকে ধৰি কেইবাগৰাকীও লোকক জাননী জাৰি কৰিছে। জানিব পৰা মতে, গোচৰটোৰ চিবিআইৰ তদন্ত বিচাৰি দাখিল কৰা গোচৰৰ পৰিপ্ৰেক্ষিতত এই জাননী জাৰি কৰা হৈছে।

যোৱা ফেব্ৰুৱাৰী মাহত কৰ্ণাটক লোকায়ুক্তই ৩ হাজাৰ কোটি টকাৰ ভূমি কেলেংকাৰীৰ গোচৰত সিদ্দাৰমায়া, পত্নী আৰু আন দুজন অভিযুক্তক ‘ক্লিন চিট’ দিছিল। যদিও আৰক্ষীৰ প্ৰতিবেদনৰ ভিত্তিত লোকায়ুক্তই এই ক্লীন চিট দিছিল। আৰক্ষীৰ প্ৰতিবেদনক প্ৰত্যাহ্বান জনালে ইডিয়ে। শেহতীয়াকৈ আদালতে কয় যে এই গোচৰৰ তদন্ত অব্যাহত ৰাখিব পাৰিব লোকায়ুক্ত আৰক্ষীয়ে। তদন্ত আধৰুৱা হোৱাৰ বাবে আদালতে এতিয়া এই গোচৰৰ ৰায় নিদিয়া বুলিও কয়৷ কোৱা হৈছে যে সম্পূৰ্ণ প্ৰতিবেদন দাখিল কৰাৰ পিছতহে চূড়ান্ত ৰায় দিয়া হ’ব।

Apply Now

মন কৰিবলগীয়া যে মুখ্যমন্ত্ৰী পদ গ্ৰহণ কৰাৰ এবছৰৰ ভিতৰতে সিদ্দাৰমায়াৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। চৰকাৰী মাটিক লৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি ৰাজ্যপালৰ কাষ চাপিছিল তিনিজন প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদকাৰীসকলে দাবী কৰে যে সিদ্দাৰমায়াৰই নিজৰ পত্নী পাৰ্বতীক নথি-পত্ৰ সলনি কৰি মুডা বা মহীশূৰ নগৰ উন্নয়ন প্ৰাধিকৰণৰ গৃহ নিৰ্মাণ প্ৰকল্পত সস্তীয়া মূল্যত এটা ব্যয়বহুল প্লট দিছে। ফলত তেওঁ প্ৰায় তিনি হাজাৰ কোটি টকাৰ সুবিধা লাভ কৰিছিল।

কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰ চান্দ গেহলটে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ নিৰ্দেশ দিয়ে। একেদৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা সিদ্ধাৰমায়াৰ পত্নী পাৰ্বতী আৰু ভায়েক মল্লিকাৰ্জুনৰ বিৰুদ্ধে ভূমি বিতৰণৰ দুৰ্নীতিৰ অভিযোগত আৰক্ষীৰ এজাহাৰ দাখিল কৰা হয়। সেই উৎসৰ পৰাই এই গোচৰত সিদ্দাৰমায়াৰ নাম জড়িত হৈ পৰিছিল। কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰ চান্দ গেহলটে সেই গোচৰৰ বিচাৰ আৰম্ভ কৰাত অনুমোদন জনায়। ইয়াৰ পিছতে কৰ্ণাটকৰ লোকায়ুক্ত আদালতৰ নিৰ্দেশত সিদ্ধাৰমায়াৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয়। লোকায়ুক্ত আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। এতিয়া চলিছে তদন্ত চিবিআইক গতাই দিয়াৰ দাবী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd