• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰাণঘাতী সংঘাত ৰোধ কৰাত এটা কাৰ্যকৰী উপায় হিচাপে বিবেচিত হৈছে ভাৰতৰ হাতী সতৰ্কীকৰণ ব্যৱস্থা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 18, 2025 10:30 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাতীৰ সৈতে সংঘাতৰ পৰা ৰক্ষা পাবলৈ এটা বিশেষ এপৰ সহায়ত আগতীয়াকৈ সতৰ্কবাণী প্ৰেৰণ কৰা হয়। মধ্য ভাৰতৰ শুষ্ক বনাঞ্চলত কমিউনিটি ট্ৰেকাৰসকলে হাতীৰ ভৰিচাপ, গোবৰ, জাকৰ গতি আৰু শব্দ চিনাক্ত কৰি এই সতৰ্কীকৰণ ব্যৱস্থা সক্ৰিয় কৰে, যাৰ ফলত প্ৰতিবছৰে বহু দুৰ্ঘটনা ৰোধ হোৱাত সহায় হৈছে।

“হাতীৰ বন্ধু” উপাধিধাৰী ভুৱন যাদৱে বনৰ ভিতৰত ছত্তীশগড়ৰ ঘন অৰণ্যত হাতীৰ জাকটোক অনুসৰণ কৰি ট্ৰেকাৰসকলে মোবাইলত তথ্য আপডেট কৰে। তেওঁ কয়, “জাকটোৰ স্থান জানাৰ লগে লগে আমি ইয়াক এপটোত আপডেট কৰি গাঁওবাসীক সকীয়াই দিয়ে। ভাৰতীয় কোম্পানী কল্পভাইগ দ্বাৰা নিৰ্মিত এই এপটো তথ্য বিশ্লেষণ কৰি সতৰ্কবাণী পঠায়। 

Apply Now

এপটো মুকলি কৰাৰ এবছৰ পূৰ্বে অৰ্থাৎ ২০২২ চনত উদন্তী সীতানাদী বাঘ সংৰক্ষিত অঞ্চলত হাতীয়ে ৫ জন লোকক হত্যা কৰিছিল। বাঘ সংৰক্ষিত বনৰ কাৰণে যাদৱে কয় যে শান্ত থাকি সংঘাত এৰাবলৈ চেষ্টা কৰা হয়।

২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত এলাৰ্ম ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ পিছৰে পৰা মাত্ৰ এজন হাতী সম্পৰ্কীয় মৃত্যুৰ তথ্য পোৱা গৈছে। এই পদক্ষেপৰ নেতৃত্ব দিয়া ৰাজ্যিক বন বিষয়া বৰুণ জৈনে কয় যে, ‘গাঁওবাসীয়ে নিজৰ মোবাইল নম্বৰ আৰু জিঅ’ টেগ স্থান প্ৰদান কৰে। পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত হাতী আহিলে তেওঁলোকৰ ফোন আৰু টেক্সট মেছেজ আহে। তেওঁ কয় যে বৃহৎ সংঘাতপূৰ্ণ অঞ্চলৰ গাঁৱত লাউডস্পীকাৰৰ জৰিয়তেও ঘোষণাসমূহ দ্বিতীয় প্ৰতিৰক্ষা শাৰী হিচাপে সম্প্ৰচাৰ কৰা হয়।

উল্লেখ্যা যে বিশ্ব বন্যপ্ৰাণী পুঁজিৰ তথ্য অনুসৰি, এছিয়াত ৫০,০০০ তকৈ কম এছিয়ান হাতী আছে, যিৰে অধিকাংশ ভাৰতত, বাকী শ্ৰীলংকা আৰু দক্ষিণ-পূৰ্ব এছিয়াত আছে। দ্ৰুত বসতি বৃদ্ধি, খনন কাৰ্য আৰু বনাঞ্চলৰ কম হোৱাৰ ফলত এই প্ৰাণীবোৰ মানুহৰ সংস্পৰ্শলৈ আহিছে। ছত্তীশগড়ৰ শিল কুৱেৰী অভিযানক দশক ধৰি হাতীক অস্থায়ী অঞ্চললৈ ঠেলি দিয়াৰ বাবে দোষাৰোপ কৰা হয়।

গৱেষণা অনুসৰি, ৬ টন ওজনৰ হাতী ৩০ ছেকেণ্ডত কেইবাশ মিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে। হাতীৰ বাসস্থান সংকুচিত হোৱাৰ ফলত ২০২৩-২০২৪ চনত ভাৰতত ৬২৯ জনৰ মৃত্যু হৈছিল।

সম্প্ৰতি হাতীৰ সমস্যাৰ পৰা পৰিত্ৰাণৰ বাবে ৰেডিঅ’ কলাৰ বদলি এই সতৰ্কতা এপ বেছি কাৰ্যকৰী বিবেচিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd