• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পত্নীৰ মুণ্ডচ্ছেদ! চাইকেলত কটা মূৰ লৈ থানাত উপস্থিত বিতীশ হাজং

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 20, 2025 2:44 pm
পত্নীৰ মুণ্ডচ্ছেদ! চাইকেলত কটা মূৰ লৈ থানাত উপস্থিত বিতীশ হাজং
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিৰাং জিলাত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ড। এগৰাকী ৬০ বছৰীয়া ব্যক্তিয়ে পত্নীৰ শিৰচ্ছেদ কৰি হত্যা কৰাৰ ঘতা পোহৰলৈ আহিছে। অভিযুক্ত বিতীশ হাজং নামৰ এজন লোকে ঘৰুৱা বিবাদৰ ফলত পত্নী বাজন্তীৰ মূৰ কাটি দিয়ে।

শনিবাৰৰ নিশা উত্তৰ বল্লামগুৰিত এই ঘটনা সংঘটিত হৈছে। অভিযুক্তই চোকা অস্ত্ৰ ব্যৱহাৰ কৰি পত্নীৰ মূৰ কাটি কটা মূৰটো নিজৰ চাইকেলৰ ষ্ট’ৰেজ বাস্কেটত লৈ বল্লামগুৰি আউটপোষ্টত আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰে।

স্থানীয় সূত্ৰ অনুসৰি বিতীশ হাজং কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি আহাৰ পিছত এই ঘটনা সংঘটিত হৈছিল। স্বামী-স্ত্ৰীৰ মাজত প্ৰতিদিনে সৰু সৰু কথাত কাজিয়া হয় বুলি জানিব পৰা গৈছে। চিৰাংৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰশ্মিৰেখা শৰ্মাই জানায় যে, মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

অভিযুক্তই আত্মসমৰ্পন কৰাৰ পাছত আৰক্ষীয়ে জিম্মাত লয় আৰু তদন্ত অব্যাহত ৰাখিছে। এই নৃশংস ঘটনাই স্থানীয় লোকসকলক আতংকিত কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বহু দিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক : বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই প্ৰেমিকাক হত্যা কৰি নিজেও চৰম সিদ্ধান্ত ল’লে প্ৰেমিকে

বহু দিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক : বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই প্ৰেমিকাক হত্যা কৰি নিজেও চৰম সিদ্ধান্ত ল’লে প্ৰেমিকে

August 27, 2025 7:30 am
এতিয়াও পুৰণি প্ৰেচাৰ কুকাৰত ৰন্ধা-বঢ়া কৰি আছে নেকি? চিকিৎসকে দিছে সকীয়নি

এতিয়াও পুৰণি প্ৰেচাৰ কুকাৰত ৰন্ধা-বঢ়া কৰি আছে নেকি? চিকিৎসকে দিছে সকীয়নি

August 27, 2025 6:31 am
নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

August 26, 2025 9:27 pm
ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

August 26, 2025 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বহু দিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক : বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই প্ৰেমিকাক হত্যা কৰি নিজেও চৰম সিদ্ধান্ত ল’লে প্ৰেমিকে

বহু দিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক : বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই প্ৰেমিকাক হত্যা কৰি নিজেও চৰম সিদ্ধান্ত ল’লে প্ৰেমিকে

August 27, 2025 7:30 am
এতিয়াও পুৰণি প্ৰেচাৰ কুকাৰত ৰন্ধা-বঢ়া কৰি আছে নেকি? চিকিৎসকে দিছে সকীয়নি

এতিয়াও পুৰণি প্ৰেচাৰ কুকাৰত ৰন্ধা-বঢ়া কৰি আছে নেকি? চিকিৎসকে দিছে সকীয়নি

August 27, 2025 6:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd