• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বলোৱা প্ৰগতি সংঘৰ সৌজন্যত ৪২ সংখ্যক ৰঙালী বিহু সন্মিলনৰ আয়োজন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 23, 2025 2:06 pm
302
VIEWS
Share on FacebookShare on Twitter

বিহু, অসমীয়া জাতীয় স্বাভিমানৰ ৰূপৰেখা। এই বিহুৰ স্বকীয়তা বিনষ্ট নোহোৱাকৈ আৰম্ভ কৰা বিহু সন্মিলনীসমূহৰ সাম্প্রতিক সময়ত ভূমিকাক লৈ বহু প্ৰশ্নচিহ্নৰ সৃষ্টি হৈছে। কিন্তু বর্তমান সময়ত এই বিহুৰ পৰম্পৰা আৰু জাতীয় কৃষ্টিৰ উত্তৰণৰ বাবে কাম কৰা বিহু সন্মিলনী বহু কম সংখ্যকহে আছে।

তেনে এখন বিহু সন্মিলন হৈছে নলবাৰী জিলাৰ বলোৱা প্ৰগতি সংঘৰ সৌজন্যত আয়োজন কৰা ৰঙালী বিহু সন্মিলন। ৪২ বছৰত ভৰি দিয়া এইখন বিহুৰ আছে বহু স্বকীয় বৈশিষ্ট্য।

আজিকালি বিহু সন্মিলনসমূহত দেখিবলৈ পোৱা যায় নামী-দামী শিল্পীৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান। কিন্তু বলোৱা অঞ্চলৰ এইখন বিহুৱে এই যান্ত্ৰিকতাৰ মাজতো ১ ব’হাগৰ দিনা গাঁৱৰ প্ৰতিজন জেষ্ঠৰ ভৰিত সেৱা জনাই বিহুৱান দিয়াৰ পৰম্পৰা ধৰি ৰাখিছে বুলি বিহু সন্মিলনখনৰ সক্রিয় সদস্য ৰমেন শৰ্মাই জানিবলৈ দিয়ে।

মানসজ্যোতি শৰ্মাৰ সভাপতিত্ব আৰু সম্পাদকত্ৰয় ক্রমে বনমালী দাস, মনোজ ডেকা আৰু বিকাশ ডেকাৰ নেতৃত্বত এইখন বিহুৰ অন্য এক আকর্ষণ খেল-ধেমালি প্রতিযোগিতা, ভেশচন প্রতিযোগিতা, কুইজ প্ৰতিযোগিতা, অসমীয়া গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা আদি প্রতিযোগিতা অনুষ্ঠিত হ’ব।১২ আৰু ১৩ ব’হাগত বলোৱা দৌল বাকৰিত দুকুৰি অতিক্ৰম কৰা বিহুখনৰ মূল অনুষ্ঠান আৰু প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ’ব। বলোৱাবাসী ৰাইজে এই অনুষ্ঠানটিৰ সফলতা অন্তঃকৰণেৰে কামনা কৰিছে।

Recent News

কোনবিধ ঔষধে জিভাৰ কৰ্কট ৰোগ নিৰাময় কৰিলে এই গৰাকী ব্ৰিটিছ মহিলাৰ? ভাৰততো চলি আছে ইয়াৰ ব্যৱহাৰ

কোনবিধ ঔষধে জিভাৰ কৰ্কট ৰোগ নিৰাময় কৰিলে এই গৰাকী ব্ৰিটিছ মহিলাৰ? ভাৰততো চলি আছে ইয়াৰ ব্যৱহাৰ

অসমকে ধৰি দেশৰ ৮ ৰাজ্যত পাকিস্তানৰ চোৰাংচোৱাৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান

অসমকে ধৰি দেশৰ ৮ ৰাজ্যত পাকিস্তানৰ চোৰাংচোৱাৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে! হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে! হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

“বিশ্বাস কৰা মা-দেউতা, তোমালোকেই মোৰ পৃথিৱী”, সামাজিক মাধ্যমত হৃদয় বিদাৰক পোষ্ট ‘ত্যাজপুত্ৰ’ তেজ প্ৰতাপৰ

“বিশ্বাস কৰা মা-দেউতা, তোমালোকেই মোৰ পৃথিৱী”, সামাজিক মাধ্যমত হৃদয় বিদাৰক পোষ্ট ‘ত্যাজপুত্ৰ’ তেজ প্ৰতাপৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd