• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূবৰ ৭৫খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ত স্থাপন কৰা হ’ব ইছৰো সমৰ্থিত মহাকাশ গৱেষণাগাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 30, 2025 7:08 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনজাতি পৰিক্ৰমা মন্ত্ৰালয় আৰু ভাৰত পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেডে (বিপিচিএল) দেশৰ ১৯খন ৰাজ্যৰ ৭৫খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ত (ইএমআৰএছ) “মহাকাশ গৱেষণাগাৰ” স্থাপনৰ কথা ঘোষণা কৰিছে। উত্তৰ-পূব অঞ্চলৰ ইএমআৰএছসহ এই বিদ্যালয়সমূহত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সমৰ্থনত এই পৰীক্ষাগাৰ স্থাপন কৰা হ’ব। বিপিচিএলৰ কৰ্পৰেট ছ’চিয়েল ৰেচপন্সিবিলিটিৰ অধীনত ১২ কোটি টকাৰ ব্যয়ৰে মহাকাশ বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত (এছটিইএম)ৰ ক্ষেত্ৰত ৫০ হাজাৰতকৈ অধিক জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ব্যৱধান দূৰ কৰা আৰু তেওঁলোকৰ সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰা লক্ষ্যৰে এই উদ্যোগ হাতত লৈছে।

ইছৰোৰ স্বীকৃতিপ্ৰাপ্ত মহাকাশ শিক্ষণ সংস্থাসমূহৰ কাৰিকৰী তত্ত্বাৱধানত এই পৰীক্ষাগাৰসমূহত ভাৰতৰ মহাকাশ অভিযানৰ অনুকৰণত উৎক্ষেপণ বাহনৰ মডেল, টেলিস্কোপ, কেনছেট ৱৰ্ক কিট আৰু উন্নত শিক্ষণ সামগ্ৰীৰ ব্যৱস্থা থাকিব বুলি জানিবলৈ দিছে। এই পদক্ষেপ ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) ২০২০ৰ সৈতে সংগতি ৰাখি অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে উচ্চমানৰ আৰু সৰ্বাংগীন শিক্ষাৰ সুযোগ সৃষ্টিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগানিত হৈছে। বিশেষকৈ উত্তৰ-পূবৰ দৰে দূৰৱৰ্তী আৰু অপ্ৰতিনিধিত্বশীল অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই উদ্যোগ বিজ্ঞান আৰু উদ্ভাৱনৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

Apply Now

উল্লেখ্য যে বৰ্তমান দেশত ৪৭০টা কাৰ্যক্ষম ইএমআৰএছ আছে, যিবোৰ জনজাতীয় সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষা আৰু কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহিছে। এই মহাকাশ পৰীক্ষাগাৰৰ মাধ্যমে জনজাতীয় সম্প্ৰদায়ৰ পৰা ভৱিষ্যতৰ বিজ্ঞানী, অভিযান্তা আৰু উদ্ভাৱক গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপক এক ঐতিহাসিক পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। এই উদ্যোগে জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ মাজত মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ লগতে ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ পথ প্ৰশস্ত কৰিব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd