• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পিতৃৰ মৃত্যু বাৰ্ষিকীত পাটাছাৰকুচিত যুৱকে নদীত এৰি দিলে ১০০০ মাছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 1, 2025 12:36 pm
274
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলাত পাটাছাৰকুছিৰ এজন যুৱকে প্ৰয়াত পিতৃৰ পঞ্চম মৃত্যু বাৰ্ষিকীত এক অনন্য ৰূপত শ্ৰদ্ধাঞ্জলি জনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

সমাজ সচেতন যুৱক তথা খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ পৰিদৰ্শক নিতুল শৰ্মাই প্ৰকৃতিৰ সুৰক্ষাৰ বাবে সদায় পোষকতা কৰা পিতৃৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ১০ কিলোগ্ৰাম — ৰৌ, ভকুৱা, কমন কাৰ্পৰ প্ৰায় ১০০০ টা পোৱালি — কালদিয়া নদীত মুকলি কৰি দিয়ে।

নদীৰ শিৱ দুৰ্গা ধাম অঞ্চলৰ সমীপৱৰ্তী দুৰ্গা মূৰ্তি বিসৰ্জন ঘাটত মাছকেইটা এৰি দিয়ে। শৰ্মাৰ সৈতে তেওঁৰ পত্নী মুনমী গোস্বামী, ভনীয়েক অৰুন্ধতী দেৱী, ৰিম্পী শৰ্মা, ভতিজী হিমাস্মিতা শৰ্মা, পৰিয়ালৰ বন্ধু ওৱাজ আলীকে ধৰি আত্মীয়-স্বজন উপস্থিত থাকে।

উল্লেখ্য যে, শৰ্মাই এই প্ৰথা অব্যাহত ৰাখি যোৱা বছৰ পিতৃৰ মৃত্যু বাৰ্ষিকীত একেখন নদীতে মাছ এৰি দিছিল।

Recent News

ৰাজ্যত দেওবাৰে এইকেইখন জিলাত ধুমুহা-বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ

ৰাজ্যত দেওবাৰে এইকেইখন জিলাত ধুমুহা-বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ

অন্ত পৰিল এক ঐতিহাসিক যাত্ৰা! অৱসৰ ঘোষণা অসমৰ ফুটবল তাৰকা দুৰ্গা বড়োৰ

অন্ত পৰিল এক ঐতিহাসিক যাত্ৰা! অৱসৰ ঘোষণা অসমৰ ফুটবল তাৰকা দুৰ্গা বড়োৰ

ভাৰতৰ তৃতীয়খন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত ত্ৰিপুৰা

ভাৰতৰ তৃতীয়খন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত ত্ৰিপুৰা

ভাৰতৰ প্ৰায় অর্ধাংশ বিদ্যুৎ উৎপাদন হয় অজীৱাশ্ম ইন্ধনৰ উৎসৰ পৰা! প্ৰকাশ পাইছে চৰকাৰী তথ্যত  

ভাৰতৰ প্ৰায় অর্ধাংশ বিদ্যুৎ উৎপাদন হয় অজীৱাশ্ম ইন্ধনৰ উৎসৰ পৰা! প্ৰকাশ পাইছে চৰকাৰী তথ্যত  

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd